ইতিহাসৰ আজিৰ দিনত
১৩ জানুৱাৰী
ঘটনাৱলী
- ১৮৮৯অসমীয়া বাৰ্তালোচনী "জোনাকী"ৰ প্ৰথম সংস্কৰণ প্ৰকাশ।
জন্ম
- ১৮৫৯ভূপেন্দ্ৰ নাথ বসু, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯০৫উপেন্দ্ৰচন্দ্ৰ লেখাৰু, অসমৰ সাহিত্যিক, শিক্ষাবিদ।
- ১৯৩৭ৰংবং তেৰাং, অসমীয়া লেখক আৰু শিক্ষাবিদ।
- ১৯৩৮নৱনীতা দেৱ সেন, ভাৰতীয় শিক্ষাবিদ আৰু লেখক।
- ১৯৩৮শিৱকুমাৰ শৰ্মা, ভাৰতীয় সংগীত নিৰ্মাতা আৰু সন্তুৰ বাদক।
- ১৯৪৯ৰাকেশ শৰ্মা, ভাৰতৰ প্ৰথমজন মহাকাশচাৰী।
- ১৯৭১ময়ূখ হাজৰিকা, অসমীয়া গায়ক তথা গীতিকাৰ আৰু সুৰকাৰ।
মৃত্যু
- ১৯৭৪হৰিপ্ৰসাদ বৰুৱা, স্বাধীনতা-উত্তৰ অসমৰ প্ৰথম মুখ্য অভিযন্তা আৰু মুখ্য সচিব।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ