অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১১ জানুৱাৰী

ঘটনাৱলী

  • ১৬৯৩ইটালীৰ ছিচিলীত মাউণ্ট এটনা অগ্নেয়গিড়ীৰ বিস্ফোৰণ।
  • ১৮৭৯দক্ষিণ আফ্ৰিকাত এংলো-জুলু যুদ্ধৰ সূত্ৰপাত।

জন্ম

  • ১৭৯৩চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছ, ব্ৰিটিছ সৈনিক, অভিযানকাৰী আৰু লেখক। তেওঁক ভাৰতৰ চাহ উদ্যোগৰ পিতৃ পুৰুষ বুলি গণ্য কৰা হয়। তেওঁৰ ভাতৃ ৰবাৰ্ট ব্ৰুছে ১৮২৩ চনত অসমত অসম চাহ আৱিষ্কাৰ কৰিছিল।
  • ১৮৪২উইলিয়াম জেম্‌ছ, আমেৰিকান দাৰ্শনিক, মনোবিজ্ঞানী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত মনোবিজ্ঞানৰ পাঠ্যক্ৰম আগবঢ়োৱা প্ৰথমজন শিক্ষাবিদ।
  • ১৯৫৪কৈলাস সত্যাৰ্থী, শান্তিৰ ন'বেল বঁটা বিজয়ী ভাৰতীয় শিশু অধিকাৰ কৰ্মী।
  • ১৯৬২তপন দাস, অসমৰ মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা, নাট পৰিচালক, আবৃত্তিকাৰ আৰু গল্প লিখক।
  • ১৯৬৪বেঞ্জামিন লিষ্ট, জাৰ্মান ৰসায়নবিদ আৰু মেক্স প্লেংক ইনষ্টিটিউট ফৰ কোল ৰিচাৰ্ছৰ সঞ্চালক।
  • ১৯৭৩ৰাহুল দ্ৰাবিড়, “দ্য ৱাল” নামে খ্যাত ভাৰতীয় ক্ৰীকেট দলৰ প্ৰাক্তন অধিনায়ক।
  • ১৯৯১শ্বেতা বাসু প্ৰসাদ, ভাৰতীয় কথাছবিৰ অভিনেত্ৰী।
  • ১৯৯২ফাটিমা ছানা শ্বেইখ, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৯৬মনীষ কৌশিক, ভাৰতীয় বক্সাৰ।

মৃত্যু

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ