অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ৱ

ৱ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৯ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।

হালনাগাদ: ২৩ নৱেম্বৰ ২০২৪ ৩৭ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ৱ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৯ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।১

স্বৰবৰ্ণৰ লগত যোগ হ'লে

স্বৰবৰ্ণ'ৱ'ৰ লগত যোগ হ'লে
অৱ
আৱা
ইৱি
ঈৱী
উৱু
ঊৱূ
ঋৱৃ
এৱে
ঐৱৈ
ওৱো
ঔৱৌ

'ৱ' বৰ্ণৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ

'ৱ'যুক্ত শব্দ

  • কৱচ
  • কাৱৈ
  • কুঁৱৰী
  • কেৱল
  • গাঁৱলীয়া

তথ্যসূত্ৰ

  1. ↑ xobdo.org search result of ৱ্যঞ্জন বৰ্ণ

সম্পৰ্কিত শ্ৰেণী

অসমীয়া ব্যঞ্জনবৰ্ণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱ” প্ৰবন্ধৰ সংশোধন ৪৪৭৪৯১ (২৩ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।