অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সিদ্ধাৰ্থ ভট্টাচাৰ্য

সিদ্ধাৰ্থ ভট্টাচাৰ্য্য (Siddhartha Bhattacharya, জন্ম ১০ জুন ১৯৬১) হৈছে অসমৰ এজন ৰাজনীতিবিদ তথা ভাৰতীয় জনতা পাৰ্টীৰ পৰা নিৰ্বাচিত অসম বিধানসভাৰ সদস্য। ভট্টাচাৰ্য্য অসমৰ শিক্ষা বিভাগৰ কেবিনেট মন্ত্ৰী আছিল।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৬ ১০৫ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

সিদ্ধাৰ্থ ভট্টাচাৰ্য্য (Siddhartha Bhattacharya, জন্ম ১০ জুন ১৯৬১)১ হৈছে অসমৰ এজন ৰাজনীতিবিদ তথা ভাৰতীয় জনতা পাৰ্টীৰ পৰা নিৰ্বাচিত অসম বিধানসভাৰ সদস্য।

ভট্টাচাৰ্য্য অসমৰ শিক্ষা বিভাগৰ কেবিনেট মন্ত্ৰী আছিল। তেওঁ ১৯৯৫ চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল আৰু ২০১৪ চনলৈকে অসম প্ৰদেশৰ দলীয় সভাপতি আছিল যদিও ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁৰ ঠাইত সৰ্বানন্দ সোণোৱাল অধিষ্ঠিত হৈছিল।২৩৪৫৬৭৮ ভট্টাচাৰ্য্যই ভাৰতীয় জাতীয় কংগ্ৰেছ ৰবীন বৰদলৈৰ হাতত ২০১১ চনৰ অসম বিধানসভা নিৰ্বাচন ত গুৱাহাটী পূব সমষ্টি আসনৰপৰা ৩,৯৯৭টা ভোটৰ ব্যৱধানত পৰাজিত হৈছিল। কিন্তু, তেওঁ গুৱাহাটী পূব সমষ্টি ৰ পৰা ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ববীতা শৰ্মাক অভিলেখ সংখ্যক ৯৬,৬৩৭টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি জয়লাভ কৰিছিল।৯

তথ্যসূত্ৰ

  1. ↑ siddhartha Bhattacharya - About. official website
  2. ↑ Ahead of assembly polls, Sarbananda Sonowal appointed as Assam BJP chief
  3. ↑ Siddhartha Bhattacharya to head state BJP
  4. ↑ Am I crazy to resign after working 11 years for the BJP
  5. ↑ Siddhartha Bhattacharya GAUHATI EAST (KAMRUP METRO)
  6. ↑ Cabinet Portfolio Names for BJP-led Govt in Assam
  7. ↑ (22 November 2015). Ahead of assembly polls, Sarbananda Sonowal appointed as Assam BJP chief. Samudra Gupta Kashyap. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  8. ↑ NATIONAL OFFICE BEARERS. ভাৰতীয় জনতা পাৰ্টী
  9. ↑ BJP candidates win by highest and lowest margins in Assam

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ ৰাজনীতিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সিদ্ধাৰ্থ ভট্টাচাৰ্য” প্ৰবন্ধৰ সংশোধন ৫২৫৮৬৭ (২১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।