অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাজদ্বীপ

ৰাজদ্বীপ অসমৰ এজন সাংবাদিক। অসমীয়া দৈনিক বাতৰি কাকত অসমীয়া খবৰত কৰ্মৰত ৰাজদ্বীপ সাংবাদিকতাৰ উপৰিও নাটক, চিত্ৰনাট্য ৰচনা আৰু সংগীত ৰচনাৰ লগত জড়িত।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ৩৭ শব্দ · ১ মিনিট সংগৃহীত ৯২
সংশোধনৰ পৰামৰ্শ

ৰাজদ্বীপ অসমৰ এজন সাংবাদিক। অসমীয়া দৈনিক বাতৰি কাকত অসমীয়া খবৰত কৰ্মৰত ৰাজদ্বীপ সাংবাদিকতাৰ উপৰিও নাটক, চিত্ৰনাট্য ৰচনা আৰু সংগীত ৰচনাৰ লগত জড়িত।

শিক্ষা

ৰাজদ্বীপে কটন কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।

কৰ্মৰাজি

সংগীত

বৰ্ষগীতএলবামসংযোগ
২০১৫আকাশ চুব খোজোঁ ১আকাশ চুব খোজোঁIMDB

নাট্যকাৰ

বৰ্ষনাটকভ্ৰাম্যমাণ দলটিপ্পনী
২০১৪আকৌ এদিনহেঙুল থিয়েটাৰনাট্যকাৰ ৰূপে আত্মপ্ৰকাশ
২০১৫বলিয়া কৃষ্ণ ২হেঙুল থিয়েটাৰwww.assamportal.com
২০১৫যুঁজ (সম্পাদনা)হেঙুল থিয়েটাৰ
২০১৬ব্ৰেকিং নিউজকহিনুৰ থিয়েটাৰ
২০১৬বনৰীয়াহেঙুল থিয়েটাৰ
২০১৬বেকাৰ বাহুবলীহেঙুল থিয়েটাৰ
২০১৬বেতাল পুলিছথিয়েটাৰ ভাগ্যদেৱী
২০১৬বেষ্ট অফ লাককহিনুৰ থিয়েটাৰ
২০১৭বিন্দাছচিৰঞ্জীৱ থিয়েটাৰ
২০১৭বলিয়া দৌপদীহেঙুল থিয়েটাৰ

চিত্ৰনাট্য

বৰ্ষবোলছবিপৰিচালকসংযোগ
২০১৫খেল-দি গেম ৩অশোক কুমাৰ বিযয়াIMDB

গীতিকাৰ

বৰ্ষবোলছবিসংগীতকাৰটিপ্পনী
২০১৪ৰ'দ্‌যতীন শৰ্মা
ৰাগ
চিঞৰ
২০১৫অহেতুক
২০১৬দুৰণিৰ নিৰলা পজা
২০১৬বহ্নিমানযতীন শৰ্মা
২০১৭দুৰ

তথ্যসূত্ৰ

  1. ↑ IMDB
  2. ↑ www.assamportal.com
  3. ↑ IMDB

সম্পৰ্কিত শ্ৰেণী

সাংবাদিকঅসমীয়া ভাষাৰ গীতিকাৰঅসমীয়া নাট্যকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজদ্বীপ” প্ৰবন্ধৰ সংশোধন ৩৮৩৪৭২ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।