অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰামধেনু (দূৰদৰ্শন কেন্দ্ৰ)

ৰামধেনু (Ramdhenu) (দূৰদৰ্শন কেন্দ্ৰ) অসমীয়া ভাষাৰ এক সংগীত দূৰদৰ্শন কেন্দ্ৰ। ইয়াৰ গৰাকী হৈছে গুৱাহাটীৰ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড। ইয়াৰ ভগ্নী চেনেলসমূহ হৈছে: নিউজ লাইভ আৰু ৰং। এই চেনেলটো ২০১১ চনৰ ১ অক্টোবৰত উদ্বোধন কৰা হৈছিল।

হালনাগাদ: ২ আগষ্ট ২০২৫ ৭২ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ৰামধেনু (Ramdhenu) (দূৰদৰ্শন কেন্দ্ৰ) অসমীয়া ভাষাৰ এক সংগীত দূৰদৰ্শন কেন্দ্ৰ। ইয়াৰ গৰাকী হৈছে গুৱাহাটীৰ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড১। ইয়াৰ ভগ্নী চেনেলসমূহ হৈছে: নিউজ লাইভ আৰু ৰং। এই চেনেলটো ২০১১ চনৰ ১ অক্টোবৰত উদ্বোধন কৰা হৈছিল। ই উত্তৰ-পূব ভাৰতৰ প্ৰথম সংগীত ধৰ্মীয় দূৰদৰ্শন কেন্দ্ৰ। ইয়াত অসমীয়াৰ উপৰিও উত্তৰ-পূবৰ বিভিন্ন ভাষাৰ সংগীতৰ ভিডিঅ' পৰিৱেশন কৰা হয়।

সূচী

  • ৰামধেনু 4G
  • বীট বক্স-কেৱল গীত
  • ৰামধেনু হিটজ্
  • মিউজিকেলী ইউ
  • নাইট ৰাইডাৰ্ছ
  • ৰামধেনু প্লেলিষ্ট
  • জাষ্ট ৰিলিজ্ড

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (২০২৪). ৰামধেনু. Ramdhenu TV

সম্পৰ্কিত শ্ৰেণী

টেলিভিছন চেনেলঅসমৰ প্ৰচাৰ মাধ্যম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামধেনু (দূৰদৰ্শন কেন্দ্ৰ)” প্ৰবন্ধৰ সংশোধন ৫২৯৮০৮ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।