ঐ খাপলা হৈছে ৰং চেনেল যোগে সস্প্ৰচাৰিত এখন অসমীয়া ভাষাৰ ধাৰাবাহিক। আৰ বি প্ৰডাকচনৰ হৈ আজিজ মিৰ্জা প্ৰযোজিত আৰু বুলবুল হুছেইন পৰিচালিত ধাৰাবাহিকখনৰ নাম ভূমিকাত অভিনয় কৰে ৰাহুল দাসে। ধাৰাবাহিকখনে দৰ্শকৰ পৰা লাভ কৰে বিপুল সঁহাৰি।
অভিনয়ত
- প্ৰেমানন্দ বৰুৱা (দাংকাতি)
- প্ৰনৱ দত্ত (চেলকা)
- পংকজ দাস (জিএচটি)
- বিপুল ৰাভা (গেষ্টিক)
- বুলবুল হুছেইন (টেনটুন আৰু মণ্ডল)
- ৰাজীৱ ক্ৰ (জাবৰাং)
- ৰাহুল দাস (খাপলা আৰু টিআৰপি)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঐ খাপলা (ধাৰাবাহিক)” প্ৰবন্ধৰ সংশোধন ৩১৮৩৭৬ (১ এপ্ৰিল ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।