অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিৰজু মহাৰাজ

ব্ৰিজমোহন নাথ মিশ্ৰ (৪ ফেব্ৰুৱাৰী ১৯৩৮ – ১৭ জানুৱাৰী ২০২২) ভাৰতৰ কথক নৃত্যৰ লক্ষ্ণৌ কালকা-বিন্দাদিন ঘৰানাৰ এগৰাকী মুখ্য শিল্পী আছিল। ইয়াৰোপৰি তেওঁ এগৰাকী কণ্ঠশিল্পী আছিল। তেওঁক পণ্ডিত বিৰজু মহাৰাজ বুলি জনা যায়। তেওঁ কথক নৃত্যশিল্পীসকলৰ মহাৰাজ পৰিয়ালৰ বংশধৰ আছিল।

হালনাগাদ: ২৫ জুলাই ২০২৫ ৯১ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ব্ৰিজমোহন নাথ মিশ্ৰ (৪ ফেব্ৰুৱাৰী ১৯৩৮ – ১৭ জানুৱাৰী ২০২২) ভাৰতৰ কথক নৃত্যৰ লক্ষ্ণৌ কালকা-বিন্দাদিন ঘৰানাৰ এগৰাকী মুখ্য শিল্পী আছিল। ইয়াৰোপৰি তেওঁ এগৰাকী কণ্ঠশিল্পী আছিল। তেওঁক পণ্ডিত বিৰজু মহাৰাজ বুলি জনা যায়। তেওঁ কথক নৃত্যশিল্পীসকলৰ মহাৰাজ পৰিয়ালৰ বংশধৰ আছিল। এইসকলৰ ভিতৰত তেওঁৰ দুই খুৰাক, শম্ভু মহাৰাজ আৰু লাচ্চু মহাৰাজ আৰু তেওঁৰ পিতৃ আৰু গুৰু আচ্চান মহাৰাজ অন্তৰ্ভুক্ত। তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতো অনুশীলন কৰিছিল।১

ভাৰতীয় কলা কেন্দ্ৰত তেওঁৰ খুৰাক শম্ভু মহাৰাজৰ সৈতে কাম কৰাৰ পিছত, তেওঁ নতুন দিল্লীৰ কথক কেন্দ্ৰত ১৯৯৮ চনত অৱসৰলৈকে কেইবা বছৰ ধৰি নিজৰ নৃত্য বিদ্যালয় কলাশ্ৰমত কাম কৰিছিল।২

তথ্যসূত্ৰ

  1. ↑ Kaui, Banotsarg-Boghaz. (2002). The Indian encyclopaedia: biographical, historical, religious, administrative, ethnological, commercial and scientific. Volume 3. Genesis Publishing. পৃ. 198. ISBN 81-7755-257-0
  2. ↑ Massey, p. 29

সম্পৰ্কিত শ্ৰেণী

নৃত্যশিল্পীসংগীতজ্ঞসংগীত নাটক একাডেমী বঁটা বিজয়ীপদ্মবিভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিৰজু মহাৰাজ” প্ৰবন্ধৰ সংশোধন ৫২৭৩৩০ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।