অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৬ মে'

১৮০৫ - নেপোলিয়ন বোনাপাৰ্ট ফ্ৰান্সৰ সম্ৰাট পদত অভিষিক্ত হয়। ১৮৬৫ - আমেৰিকাৰ গৃহযুদ্ধৰ অৱসান। ২০১৪ - ভাৰতীয় জনতা পাৰ্টি দলে কেন্দ্ৰীয় চৰকাৰ গঠন কৰে। নৰেন্দ্ৰ মোদী ১৪তম প্ৰধান মন্ত্ৰী হয়। ২০১৭ - ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোহিত নদীৰ ওপৰত ভূপেন হাজৰিকা সেতু আনুষ্ঠানিকভাৱে মুকলি কৰিছিল।

হালনাগাদ: ২৭ মে’ ২০২৫ ১৫২ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

জন্ম

  • ১৬৬৭ - আব্ৰাহাম দে মইভ্ৰে, ফৰাচী গণিতজ্ঞ, পৰিসংখ্যাৰ 'দে মইভ্ৰেৰ সূত্ৰ'ৰ বাবে বিখ্যাত।
  • ১৭৫০ - উইলিয়াম মৰ্গান, ৱেলচৰ চিকিৎসক, পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ, বীমা বিজ্ঞানৰ (Actuarial science) পিতৃ পুৰুষ।
  • ১৯৪৫ - বিলাস ৰাও দেশমুখ, অধিবক্তা আৰু ৰাজনীতিবিদ, মহাৰাষ্টৰ ১৭তম মুখ্যমন্ত্ৰী। (মৃত্যু: ২০১২)
  • ১৯৫১ - ভীমকান্ত বৰুৱা, ভাৰতীয় সাহিত্যিক।
  • ১৯৬৬ - হেলেনা ব'নহাম কাৰ্টাৰ, ব্ৰিটিছ অভিনেত্ৰী।
  • ১৯৮৩ - সুশীল কুমাৰ, ভাৰতীয় মল্লযোদ্ধা।
  • ১৯৯০ - উমৰ আকমল, পাকিস্তান ক্ৰিকেট দলৰ খেলুৱৈ।

মৃত্যু

  • ১৭০২ - জেব-উন-নিছা, মোগল ৰাজকুমাৰী। সম্ৰাট ঔৰংগজেৱ আৰু দিলৰস বানু বেগমৰ জ্যেষ্ঠ সন্তান। ( জন্মঃ ১৬৩৮)
  • ১৯৭৬ - মাৰ্টিন হাইডেগাৰ, জাৰ্মান দাৰ্শনিক।
  • ২০০৪ - নিকোলাই চেৰ্নিখ, ৰাছিয়াৰ জ্যোতিৰ্বিজ্ঞানী। (জন্মঃ ১৯৩১)

দিৱস

সম্পৰ্কিত শ্ৰেণী

মে'

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৬ মে'” প্ৰবন্ধৰ সংশোধন ৫১২৭৯৭ (২৭ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।