অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

লোহিত নদী

লোহিত নদী বা জায়ো নদী হৈছে ভাৰত আৰু চীনৰ এখন নদী। কাংগ্ৰি গাৰ্পো ৰেঞ্জৰ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ পৰা উৎপত্তি হৈছে, তাত ইয়াক জায়ো নদী (察隅河) বোলে। তাৰ পৰা ই লোহিত নাম লৈ অৰুণাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলৰ মাজেৰে প্ৰায় ২০০ কিলোমিটাৰ (১২০ মাইল) অতিক্ৰম কৰি আহি অসমত চিয়াং (ব্ৰহ্মপুত্ৰ নদ)ত মিলিত…

হালনাগাদ: ২২ ডিচেম্বৰ ২০২৫ ৯০ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

লোহিত নদী বা জায়ো নদী হৈছে ভাৰত আৰু চীনৰ এখন নদী। কাংগ্ৰি গাৰ্পো ৰেঞ্জৰ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ পৰা উৎপত্তি হৈছে, তাত ইয়াক জায়ো নদী (察隅河) বোলে। তাৰ পৰা ই লোহিত নাম লৈ অৰুণাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলৰ মাজেৰে প্ৰায় ২০০ কিলোমিটাৰ (১২০ মাইল) অতিক্ৰম কৰি আহি অসমত চিয়াং (ব্ৰহ্মপুত্ৰ নদ)ত মিলিত হৈছে।

হিন্দুসকলৰ এক পবিত্ৰ স্থান পৰশুৰাম কুণ্ড, লোহিত নদীৰ নামনিতেই অৱস্থিত। প্ৰতি বছৰে জানুৱাৰী মাহৰ মকৰ সংক্ৰান্তিত প্ৰায় ৭০,০০০ তকৈও অধিক ভক্ত আৰু সাধুৱে পৰশুৰাম কুণ্ডত পবিত্ৰ স্নান কৰে।১২

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ PTI. (18 January 2013). 70,000 devotees take holy dip in Parshuram Kund
  2. ↑ PTI. (19 December 2012). Arunachal Pradesh planning to promote tourism at Parsuram Kund. Daily News & Analysis

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নদীব্ৰহ্মপুত্ৰ নদীৰ উপনৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লোহিত নদী” প্ৰবন্ধৰ সংশোধন ৫৬৫৭৩০ (২২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।