অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

২০২৩ চাফ চেম্পিয়নশ্বিপ

২০২৩ চাফ চেম্পিয়নশ্বিপ হৈছে দক্ষিণ এচিয় ফুটবল ফেডাৰেচনৰ দ্বাৰা আয়োজিত আন্তৰ্জাতিক পৰ্যায়ৰ দক্ষিণ এচিয়াৰ ফুটবল প্ৰতিযোগিতা চাফ চেম্পিয়নশ্বিপৰ ১৪তম সংস্কৰণ টুৰ্ণামেণ্ট, য'ত দক্ষিণ এচিয়াৰ ফুটবল সংস্থা চাফ পৰা ছয় আৰু দুজন আমন্ত্ৰণপ্ৰাপ্ত অতিথি ৰাষ্ট্ৰীয় ফুটবল দল (পুৰুষ)য়ে প্ৰতিদ্বন্দ্বিতা আছে।

হালনাগাদ: ১২ জুলাই ২০২৬ ৪৯৬ শব্দ · ৩ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

২০২৩ চাফ চেম্পিয়নশ্বিপ হৈছে দক্ষিণ এচিয় ফুটবল ফেডাৰেচনৰ দ্বাৰা আয়োজিত আন্তৰ্জাতিক পৰ্যায়ৰ দক্ষিণ এচিয়াৰ ফুটবল প্ৰতিযোগিতা চাফ চেম্পিয়নশ্বিপৰ ১৪তম সংস্কৰণ টুৰ্ণামেণ্ট, য'ত দক্ষিণ এচিয়াৰ ফুটবল সংস্থা চাফ পৰা ছয় আৰু দুজন আমন্ত্ৰণপ্ৰাপ্ত অতিথি ৰাষ্ট্ৰীয় ফুটবল দল (পুৰুষ)য়ে প্ৰতিদ্বন্দ্বিতা আছে। প্ৰতিযোগিতাখন ২১ জুনৰ পৰা ৪ জুলাই, ২০২৩ লৈ ভাৰতত অনুষ্ঠিত হয়।১২

আয়োজক নিৰ্বাচন

বিৰোধ

১৭ অক্টোবৰ, ২০২১ত মালদ্বীপত অনুষ্ঠিত চাফ কাৰ্যবাহী সমিতিৰ বৈঠকত শ্ৰীলংকাই প্ৰথমে প্ৰতিযোগিতাখনৰ আয়োজক হ'বলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।৩ ফিফাই ২১ জানুৱাৰী, ২০২৩ত শ্ৰীলংকা স্থগিত ৰাখিছিল, যাৰ বাবে তেওঁলোকে আয়োজক বা অংশগ্ৰহণ কৰিব নোৱাৰিলে।৪

পিছত, চাফেৰ সাধাৰণ সম্পাদক অন্নৱুল হাক হেলালে আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমত প্ৰকাশ কৰে যে কেৱল নেপালেহে ২০২৩ চনৰ ২৯ জানুৱাৰীলৈকে আয়োজক হ'বৰ বাবে আবেদন কৰিছে।৫ অৱশ্যে, ২০২৩ চনৰ ১ ফেব্ৰুৱাৰীত বাৰাহ্ৰেইনৰ মানামা চহৰত অনুষ্ঠিত ৩৩তম এফচি কংগ্ৰেছত চাফ সদস্যসকলৰ বৈঠকৰ পিছতহে আয়োজক ঘোষণা কৰা হৈছিল।

২০২৩ চনৰ ১৪ ফেব্ৰুৱাৰীত চতুৰ্দশ সংস্কৰণৰ চেম্পিয়নশ্বিপৰ আয়োজক হিচাপে ভাৰতৰ নাম ঘোষণা কৰা হয়। অৱশ্যে,সেই বছৰৰ ১০ মাৰ্চতহে এআইএফএফ-এ কেন্দ্ৰীয় স্থান ঘোষণা কৰিব।৬৭

১৯ মাৰ্চ ২০২৩ তাৰিখে, এ.আই.এফ.এফ.-এ চাফ চেম্পিয়নশ্বিপ ২০২৩-ৰ বাবে বেংগালুৰুক আয়োজক চহৰ হিচাপে ঘোষণা কৰে।৮

অংশগ্ৰহণকাৰী ৰাষ্ট্ৰসমূহ

মূল প্ৰবন্ধ: ২০২৩ চাফ চেম্পিয়নশ্বিপ দলসমূহৰ

ফুটবল শ্ৰীলংকা ফিফাৰ দ্বাৰা ২১ জানুৱাৰী ২০২৩ তাৰিখে অনুমোদিত হৈছিল, সেয়েহে তেওঁলোক প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ অযোগ্য।৯চেম্পিয়নশ্বিপৰ বাবে দলৰ সংখ্যা বৃদ্ধি কৰা আৰু অনুষ্ঠানটো অধিক প্ৰতিযোগিতামূলক কৰাৰ লক্ষ্যৰে কুৱেইট আৰু লেবাননক অতিথি দল হিচাপে আমন্ত্ৰণ জনোৱা হৈছে।১০১১

দেশঅৱয়বপূৰ্বৱৰ্তী সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনফিফা ৰেংকিং ৬ এপ্ৰিল ২০২৩
১৩তমবিজয়ী (২০০৩)১৯২
৯মছেমি ফাইনেল (২০০৮)১৮৫
১৪তমবিজয়ী (১৯৯৩, ১৯৯৭, ১৯৯৯, ২০০৫, ২০০৯, ২০১১, ২০১৫, ২০২১)১০১
১২তমবিজয়ী (২০০৮, ২০১৮)১৫৪
১৪তমৰাণাৰ্ছ আপ (২০২১)১৭৪
১২তমতৃতীয় স্থান (১৯৯৭)১৯৫
(আমন্ত্ৰিত অতিথি)১মঅভিষেক১৪৩
(আমন্ত্ৰিত অতিথি)১মঅভিষেক৯৯

ড্ৰ

প্ৰতিযোগিতাখনৰ ড্ৰ অনুষ্ঠান ভাৰতৰ নতুন দিল্লীত ১৭ মে ২০২৩ তাৰিখে ভাৰতীয় সময় অনুসৰি ১২:৩০ বজাত অনুষ্ঠিত হ'ব।১২

পাত্ৰ ১পাত্ৰ ২পাত্ৰ ৩পাত্ৰ ৪
(৯৯) (১০১) (আয়োজক)(১৪৩) (১৫৪)(১৭৪) (১৮৫)(১৯২) (১৯৫)

গ্ৰুপ সাৰাংশ

গ্ৰুপ এগ্ৰুপ বি
(আয়োজক)

স্থান

সকলোবোৰ খেল বেংগালুৰুত শ্ৰী কান্তিৰাভা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।

ৰেফাৰী

ৰেফাৰী

  • মোঃ আলমগীৰ চৰকাৰ
  • পেমা শ্বেৱাং
  • ক্ৰিষ্টাল জন
  • চিনান হুছেইন
  • প্ৰজৱোল ছেত্ৰী
  • ইৰশাদ উল হক

সহকাৰী ৰেফাৰী

  • মোহম্মদ নুৰুজ্জামান
  • ফুৰ্পা ৱাংচুক
  • এছ মাণিকন্দন
  • সুমন্ত দত্ত
  • আহমেদ হাছান
  • নানী ৰাম থাপা মাগৰ

গ্ৰুপ পৰ্যায়

চাফ চেম্পিয়নশ্বিপৰ নিৰ্দিষ্ট ফৰ্মেট আৰু সময়সূচী এতিয়াও অনুমোদিত হোৱা নাই। অৱশ্যে, বৰ্তমান চাফ চেম্পিয়নশ্বিপৰ প্ৰস্তাৱিত ফৰ্মেট হৈছে ২০১৮ চনৰ সংস্কৰণৰ দৰে দল-ন'কউট ফৰ্মেটৰ পুনৰুদ্ধাৰ কৰা।১৩

টাইব্ৰেকাৰ

কোনো এটা গ্ৰুপৰ দলসমূহৰ ৰেংকিং তলত দিয়াধৰণে বিচাৰ কৰা হৈছিল।

  1. গ্ৰুপৰ খেলসমূহত পোৱা মুঠ পইণ্ট
  2. গ্ৰুপৰ খেলসমূহত গ'লৰ পাৰ্থক্য
  3. গ্ৰুপৰ খেলসমূহত দিয়া মুঠ গ'ল

যদি দুটা দল সমান পৰ্য্যায়ত থাকে তেন্তে তলৰ উপায়সমূহ লোৱা হৈছিল

  1. দল দুটাৰ মাজত হোৱা গ্ৰুপৰ খেলত হোৱা পইণ্টৰ পাৰ্থক্য
  2. দল দুটাৰ মাজত হোৱা গ্ৰুপৰ খেলত হোৱা গ'লৰ পাৰ্থক্য
  3. দলদুটাই কৰা সৰ্বমুঠ গ'লৰ স্ংখ্যা

সুশৃঙ্খল ভাবে খেলাৰ বাবে পইণ্ট

  • হালধীয়া কাৰ্ড: ১ পইণ্ট কটা হ'ব
  • পৰোক্ষ ৰঙা কাৰ্ড: ৩ পইণ্ট কটা হ'ব
  • ৰঙা কাৰ্ড: ৪ পইণ্ট কটা হ'ব
  • হালধীয়া কাৰ্ড আৰু ৰঙা কাৰ্ড: ৫ পইণ্ট কটা হ'ব
  • লটাৰী

গ্ৰুপ এ

দলখেলজয়ীফলাফলহীনবিজিতগ'লৰ ফালেগ'লৰ বিপৰীতেগ'লৰ পাৰ্থক্যপইণ্ট
৩২১০৮২+৬৭
৩২১০৭১+৬৭
৩১০২২৫–৩৩
৩০০৩০৯–৯০

ৱেবছাইট:চকাৰৱে

+মেচ নং-১
বিৱৰণ
কৰা গ'লমূহ৩১
গ'লদাতা* খালিদ ২৪ * শ্বাবিব ৪২ * দাহাম ৬৫ পেন.* বিস্তা ৬৯
সময়১৫:৩০
তাৰিখ২১ জুন ২০২৩
ষ্টেডিয়ামশ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰীমোঃ আলমগীৰ চৰকাৰ (বাংলাদেশ)
দৰ্শনাৰ্থীৰ সংখ্যা১,২০০
ৰেফ.মেচ নং-১

+মেচ নং-২
বিৱৰণ
কৰা গ'লমূহ৪০
গ'লদাতা* ছেত্ৰী ১০, ১৬ পেন., ৭৩ পেন. * উদন্ত ৮১
সময়১৯:৩০
তাৰিখ২১ জুন ২০২৩
ষ্টেডিয়ামশ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰীপ্ৰজৱোল ছেত্ৰী (নেপাল)
দৰ্শনাৰ্থীৰ সংখ্যা২২,৮৬০
ৰেফ.মেচ নং-২

+মেচ নং-৫
বিৱৰণ
কৰা গ'লমূহ৪০
গ'লদাতা*আল-এনেজি ১০ *আল-ফানিনি ১৭, ৪৫+১ *আল-ৰছিদী ৬৯
সময়১৫:৩০
তাৰিখ২৪ জুন ২০২৩
ষ্টেডিয়ামশ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰীপেমা শ্বেৱাং (ভূটান)
দৰ্শনাৰ্থীৰ সংখ্যা৩০৯
ৰেফ.মেচ নং-৫

+মেচ নং-৬
বিৱৰণ
কৰা গ'লমূহ২০
গ'লদাতা* ছেত্ৰী ৬২ *মহেশ ৭০
সময়১৯:৩০
তাৰিখ২৪ জুন ২০২৩
ষ্টেডিয়ামশ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰীচিনান হুছেইন (মালদ্বীপ)
দৰ্শনাৰ্থীৰ সংখ্যা১২,৬৪২
ৰেফ.মেচ নং-৬

+মেচ নং-৯
বিৱৰণ
কৰা গ'লমূহ০১
গ'লদাতা* চৌধুৰী ৮০
সময়১৫:৩০
তাৰিখ২৭ জুন ২০২৩
ষ্টেডিয়ামশ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰীচিনান হুছেইন (মালদ্বীপ)
দৰ্শনাৰ্থীৰ সংখ্যা২৫০
ৰেফ.মেচ নং-৯

+মেচ নং-১০
বিৱৰণ
কৰা গ'লমূহ১১
গ'লদাতা* ছেত্ৰী ৪৫+২* আলি ৯০+২ (আত্ম.)
সময়১৯:৩০
তাৰিখ২৭ জুন ২০২৩
ষ্টেডিয়ামশ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰীমোঃ আলমগীৰ চৰকাৰ (বাংলাদেশ)
দৰ্শনাৰ্থীৰ সংখ্যা৯,৫৬২
ৰেফ.মেচ নং-১০

গ্ৰুপ বি

দলখেলজয়ীফলাফলহীনবিজিতগ'লৰ ফালেগ'লৰ বিপৰীতেগ'লৰ পাৰ্থক্যপইণ্ট
৩৩০০৭১+৬৯
৩২০১৬৪+২৬
৩১০২৩৪–১৩
৩০০৩২৯–৭০

ৱেবছাইট:চকাৰৱে

+মেচ নং-৩
বিৱৰণ
কৰা গ'লমূহ০২
গ'লদাতা* মাতুক ৮০ * বদৰ ৯০+৬
সময়১৩:৩০
তাৰিখ২২ জুন ২০২৩
ষ্টেডিয়ামশ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰীক্ৰিষ্টালজন (ভাৰত)
দৰ্শনাৰ্থীৰ সংখ্যা৫০
ৰেফ.মেচ নং-৩

+মেচ নং-৪
বিৱৰণ
কৰা গ'লমূহ২০
গ'লদাতা* হাম্পু ৬ পেন. *ধাধু ৯০
সময়১৯:৩০
তাৰিখ২২ জুন ২০২৩
ষ্টেডিয়ামশ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰীইৰশাদ উল হক (পাকিস্তান)
দৰ্শনাৰ্থীৰ সংখ্যা২০০
ৰেফ.মেচ নং-৪

+মেচ নং-৭
বিৱৰণ
কৰা গ'লমূহ৩১
গ'লদাতা*ৰাকিব ৪২ *তাৰিক ৬৭ * মোৰ্চেলিন ৯০* হামজা ১৭
সময়১৩:৩০
তাৰিখ২৫ জুন ২০২৩
ষ্টেডিয়ামশ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰীপ্ৰজৱোল ছেত্ৰী (নেপাল)
দৰ্শনাৰ্থীৰ সংখ্যা১০০
ৰেফ.মেচ নং-৭

+মেচ নং-৮
বিৱৰণ
কৰা গ'লমূহ৪১
গ'লদাতা*সাদেক ১১ * আল হাজ ২৩ *বদৰ ৩৫ *জেইন ৪৩* গাইল্টশ্বেন ৭৯
সময়১৯:৩০
তাৰিখ২৫ জুন ২০২৩
ষ্টেডিয়ামশ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰীইৰশাদ উল হক (পাকিস্তান)
দৰ্শনাৰ্থীৰ সংখ্যা২৫০
ৰেফ.মেচ নং-৮

+মেচ নং-১১
বিৱৰণ
কৰা গ'লমূহ১০
গ'লদাতা* মাতুক ২৩
সময়১৩:৩০
তাৰিখ২৮ জুন ২০২৩
ষ্টেডিয়ামশ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰীপেমা শ্বেৱাং (ভূটান)
দৰ্শনাৰ্থীৰ সংখ্যা৫০
ৰেফ.মেচ নং-১১

+মেচ নং-১২
বিৱৰণ
কৰা গ'লমূহ৩১
গ'লদাতা*মোৰ্চেলিন ২১ * জিগমে ৩০ (আত্ম.) *ৰাকিব ৩৬* দৰজি ১২
সময়১৯:৩০
তাৰিখ২৮ জুন ২০২৩
ষ্টেডিয়ামশ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰীক্ৰিষ্টালজন (ভাৰত)
দৰ্শনাৰ্থীৰ সংখ্যা০
ৰেফ.মেচ নং-১২

নক্‌-আউট পৰ্ব

ছেমি-ফাইনেল

+খেল নং-১৩ ছেমি-ফাইনেল-১
বিৱৰণ
কৰা গ'লমূহ১০
গ'লদাতা*আল-বুলুচি ১০৫+২
সময়১৫:০০
তাৰিখ১ জুলাই ২০২৩
ষ্টেডিয়ামশ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰীক্ৰিষ্টালজন (ভাৰত)
দৰ্শনাৰ্থীৰ সংখ্যা৫০০
ৰেফ.খেল নং-১৩

+খেল নং-১৪ ছেমি-ফাইনেল-২
বিৱৰণ
কৰা গ'লমূহ০(২)০(৪)
গ'লদাতা; পেনাল্টি শ্বুটআউট *মাতুক ❌ *শৌৰ ✅ *সাদেক ✅ *বদৰ ❌; পেনাল্টি শ্বুটআউট *ছেত্ৰী ✅ *আলি ✅ *মহেশ ✅ *উদন্ত ✅
সময়১৯:০০
তাৰিখ১ জুলাই ২০২৩
ষ্টেডিয়ামশ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰীচিনান হুছেইন (মালদ্বীপ)
দৰ্শনাৰ্থীৰ সংখ্যা১২,৬৪০
ৰেফ.খেল নং-১৪

ফাইনেল

+খেল নং-১৫ ফাইনেল
বিৱৰণ
কৰা গ'লমূহ১(৪)১(৫)
গ'লদাতা*আল-খালদি ১৪; পেনাল্টি শ্বুটআউট *দাহাম ❌ *ওটাইবি ✅ *আল-ধাফেৰী ✅ *নাজি ✅ *আল-খালদি ✅ *খালিদ ❌*চাংটে ৩৬; পেনাল্টি শ্বুটআউট *ছেত্ৰী ✅ *ঝিংগন ✅ *চাংটে ✅ *উদন্ত ❌ *এছ বসু ✅ *মহেশ ✅
সময়১৯:৩০
তাৰিখ৪ জুলাই ২০২৩
ষ্টেডিয়ামশ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰীপ্ৰজৱোল ছেত্ৰী (নেপাল)
দৰ্শনাৰ্থীৰ সংখ্যা২৬,৩৮০
ৰেফ.খেল নং-১৫

পৰিসংখ্যা

গোলদাতা

খেল=১৫গ,ল=৩৮৫টা গ'ল

২টা গ'ল

  • ৰাকিব হোছেইন
  • শেখ মোৰ্চালিন
  • মোবাৰাক আল-ফানিনি
  • শাবাইব আল-খালদি
  • খলিল বাদৰ
  • হাছান মাতুক
  • হামজা মহম্মদ

১টা গ'ল

  • তাৰিক কাজী
  • চেন্দা দৰ্জি
  • চেঞ্চো গাইল্টশ্বেন
  • উদন্ত সিং কুমাম
  • নাওৰেম মহেশ সিং
  • লালিয়াঞ্জুৱালা চাংটে
  • আব্দুল্লাহ আল-বুলুছি
  • মহম্মদ দাহাম
  • খালিদ এল ইব্ৰাহিম
  • হাছান আল-এনেজি
  • ঈদ নাছেৰ আল-ৰছিদী
  • আলি আল হাজ
  • মহম্মদ ওমৰ সাদেক
  • মাহদী জেইন
  • নাইজ হাছান
  • অঞ্জন বিস্তা
  • আশিস চৌধুৰী

১টা নিজা গ'ল

  • ফাণ্টশো জিগমে (বাংলাদেশৰ বিৰুদ্ধে)
  • আনৱাৰ আলী (কুৱেইটৰ বিৰুদ্ধে)

বঁটাসমূহ

শ্ৰেষ্ঠ খেলুৱৈসৰ্বাধিক গোলদাতাশ্ৰেষ্ঠ গোলৰক্ষকঅপক্ষপাতী খেলৰ বঁটা
সুনীল ছেত্ৰীসুনীল ছেত্ৰী (৫টা গ'ল)আনিচুৰ ৰহমান জিকো

বিজয়ী

  • ২০২৩ চাফ চেম্পিয়নশ্বিপেৱ বিজয়ী

সম্প্ৰচাৰ

দেশসম্প্ৰচাৰকৰেফ.
টি স্পোৰ্টচ১৪
ডিডি স্পোৰ্টচ, ফেনকোড
কুৱেইট টেলিভিছন
এলবিচিআই১৫
আইচিই টিভি, ইয়েচ টিভি
কান্তিপুৰ টেলিভিছন১৬
জিঅ' চুপাৰ, এ স্পোৰ্টচ এইচডি

চাওক

  • ২০২২ চাফ মহিলা চেম্পিয়নশ্বিপ
  • ২০২২ এএফএফ চেম্পিয়নশ্বিপ
  • ২০২২ ইএএফএফ ই-১ ফুটবল চেম্পিয়নশ্বিপ
  • ২০২৩ ডব্লিউএএফএফ চেম্পিয়নশ্বিপ
  • ২০২৩ এএফচি এছিয়ান কাপ

বাহ্যিক সংযোগসমূহ

তথ্যসূত্ৰ

  1. ↑ Kazi Md. Salahuddin Re-Elected As President. SAFF
  2. ↑ SAFF C’ship likely in new format. newagebd
  3. ↑ FSL keen to host 2023 SAFF Tourney. The Sunday Times
  4. ↑ Suspension of the Football Federation of Sri Lanka (FFSL) from 21 January 2023 until further notice. FIFA
  5. ↑ সাফেৰ স্বাগতিক হতে শুধু নেপালেৰ আবেদন. Prothom Alo
  6. ↑ (14 February 2023). SAFF confirms Sports Partner International as the official commercial partner. SAFF
  7. ↑ India to host SAFF Championship in June 2023. KhelNow
  8. ↑ Bengaluru to host 2023 SAFF Championship
  9. ↑ Suspension of the Football Federation of Sri Lanka (FFSL) from 21 January 2023 until further notice. FIFA
  10. ↑ KUWAIT CONFIRMS ITS PARTICIPATION IN SAFF CHAMPIONSHIP. SAFF
  11. ↑ LEBANON TO COMPETE IN SAFF CHAMPIONSHIP. SAFF
  12. ↑ Chatterjee, Triyasha. (2023-05-15). SAFF Championship 2023 Draw on May 17, Indian Football Team eye consecutive titles - Follow SAFF 2023 LIVE. www.insidesport.in
  13. ↑ Invitation to Tender SAFF CHAMPIONSHIP. SAFF
  14. ↑ sun, daily. Bashundhara Toiletries Limited becomes title sponsor of SAFF Championship 2023 | Daily Sun |. daily sun
  15. ↑ LBCI TV. (20 June 2023). ar:تابعوا مباراة منتخب لبنان ضد بنغلادش ضمن بطولة إتحاد جنوب آسيا لكرة القدم.. الخميس الساعة 1 بعد الظهر على شاشة الـLBCI
  16. ↑ Scores, Daily Live. (June 7, 2023). Kantipur TV to broadcast SAFF Championship 2023 Live in Nepal

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০২৩ চাফ চেম্পিয়নশ্বিপ” প্ৰবন্ধৰ সংশোধন ৬১৬৮৪৭ (১২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।