শ্ৰী কান্তিৰাভা ষ্টেডিয়াম ৰাজ্যৰ প্ৰধান বহুমুখী ষ্টেডিয়াম। ইয়াক মূলতঃ ফুটবল খেলাৰ বাবে ব্যৱহাৰ কৰা হয়। বেংগালুৰুৰ সম্পাংগী ৰামা নগৰাৰ সমীপত অৱস্থিত এই ষ্টেডিয়াম।১
২০১৯ চনৰ এএফচি এছিয়ান কাপৰ কোৱালিফায়াৰ
এই খেলপথাৰত ভাৰতীয় জাতীয় ফুটবল দলৰ ঘৰুৱা দুখন খেল অনুষ্ঠিত হয় ৷ এটা কিৰ্গিস্তানৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ বিৰুদ্ধে আৰু আনটো মাকাউৰ বিৰুদ্ধে। দুয়োখন খেলতে ভাৰতে জয়লাভ কৰে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰী কান্তিৰাভা ষ্টেডিয়াম” প্ৰবন্ধৰ সংশোধন ৫২৯১৪৮ (৩১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।