অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১ আগষ্ট

আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ১৮ মাৰ্চ ২০২৬ ২৯৫ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

উল্লেখযোগ্য ঘটনাৱলী

  • ১৭৭৪ - যোছেফ প্ৰিষ্টলিয়ে অক্সিজেন আবিষ্কাৰ কৰিছিল।
  • ১৯৩৬ - একাদশ গ্ৰীষ্মকালীন অলিম্পিক এডল্ফ হিটলাৰে বাৰ্লিনত শুভাৰম্ভ কৰিছিল।
  • ১৯৪৪ - এন ফ্ৰাংকে শেষ বাৰৰ বাবে ডায়েৰী লিখে।
  • ১৯৫৩ - ফিডেল কাষ্ট্ৰ'ক কিউবাত গ্ৰেপ্তাৰ কৰা হৈছিল।
  • ১৯৫৭ - নেচনেল বুক ট্ৰাষ্ট গঠন হৈছিল।
  • ১৯৬৫ - ধেমাজি জিলাৰ আটাইতকৈ পুৰণি মহাবিদ্যালয় ধেমাজি মহাবিদ্যালয় স্থাপন কৰা হৈছিল।
  • ১৯৭১ - এপ'লো-১৫-ৰ মহাকাশচাৰীসকলে ফলেন এষ্ট্ৰ'নট নামৰ এলুমিনিয়ামেৰে নিৰ্মিত মহাকাশ-যাত্ৰাৰ পোছাক পিন্ধা অৱস্থাত মহাকাশচাৰী এগৰাকীৰ এক ভাস্কৰ্য চন্দ্ৰপৃষ্ঠৰ মনছ হেড্‌লি বা হেড্‌লি ৰিলে নামৰ ঠাইত স্থাপন কৰে।

জন্ম

মৃত্যু

  • ১৭১৪ - এন ষ্টুৱাৰ্ট, ইংলেণ্ডৰ মহাৰানী।
  • ১৮৪৬ - দ্বাৰকানাথ ঠাকুৰৰ লণ্ডনত মৃত্য়ু, উদ্য়োগপতি, ৰবীন্দ্ৰনাথ ঠাকুৰৰ ককাক আছিল।
  • ১৮৭৩ - উইলিয়াম ৱাৰ্ড, অসমলৈ অহা এগৰাকী খৃষ্টান মিছনেৰী, 'অৰুনোদই' কাকতৰ সম্পাদক আৰু বাইবেলৰ অসমীয়া ভাঙনিৰ উদ্যোক্তাসকলৰ অন্যতম।
  • ১৯২০ - বাল গঙ্গাধৰ তিলক, এগৰাকী ভাৰতীয়, শিক্ষক, সাংবাদিক, উকীল, সমাজ সংস্কাৰক তথা ভাৰতীয় স্বাধীনতা আন্দোলনৰে জড়িত সক্ৰিয় ব্যক্তি।
  • ১৯৯৮ - উমেশ বৈশ্য, অসমীয়া শিল্পী,শিক্ষাবিদ, সাহিত্যিক।
  • ১৯৯৯ - নীৰদ চি. চৌধুৰী, বঙালী লেখক।

দিৱস

  • চীনৰ সামৰিক বাহিনী দিৱস। (Armed Forces Day)
  • লেবাননৰ সামৰিক বাহিনী দিৱস। (Armed Forces Day)
  • বিশ্ব স্বাস্থ্য সংস্থা(WHO) আৰু ৰাষ্ট্ৰসংঘৰ শিশুৰ নিধিৰ (UNICEF)ৰ বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ প্ৰথম দিন। (১ আগষ্টৰ পৰা ৭ আগষ্টলৈ)
  • বিশ্ব হাওঁফাওঁৰ কৰ্কট ৰোগ দিৱস (World Lung Cancer Day)

সম্পৰ্কিত শ্ৰেণী

আগষ্ট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১ আগষ্ট” প্ৰবন্ধৰ সংশোধন ৫৯০০১৭ (১৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।