অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বাল গঙ্গাধৰ তিলক

বাল গঙ্গাধৰ তিলক (बाळ गंगाधर टिळक, বা লোকমান্য তিলক, জুলাই ২৩, ১৮৫৬ - আগষ্ট ১, ১৯২০) এগৰাকী ভাৰতীয়, শিক্ষক, সাংবাদিক, উকীল, সমাজ সংস্কাৰক তথা ভাৰতীয় স্বাধীনতা আন্দোলনৰে জড়িত সক্ৰিয় ব্যক্তি। তেওঁৰ জন্মগত নাম কেশৱ গঙ্গাধৰ তিলক। তেওঁ লাল-বাল-পাল ত্ৰিমূৰ্তিৰ এজন।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২১ ৭৪ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

বাল গঙ্গাধৰ তিলক (बाळ गंगाधर टिळक, বা লোকমান্য তিলক, জুলাই ২৩, ১৮৫৬ - আগষ্ট ১, ১৯২০) এগৰাকী ভাৰতীয়, শিক্ষক, সাংবাদিক, উকীল, সমাজ সংস্কাৰক তথা ভাৰতীয় স্বাধীনতা আন্দোলনৰে জড়িত সক্ৰিয় ব্যক্তি। তেওঁৰ জন্মগত নাম কেশৱ গঙ্গাধৰ তিলক। তেওঁ লাল-বাল-পাল ত্ৰিমূৰ্তিৰ এজন। তিলক ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথমজন প্ৰতিনিধি।১ ব্ৰিটিছ ঔপনিবেশিক প্ৰাধিকাৰীয়ে তেওঁক 'ভাৰতীয় অশান্তিৰ পিতৃ ' বুলি পৰিচিতি প্ৰদান কৰে। ভাৰতীয় লোক সকলে তেওঁক তেওঁলোকৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰাৰ হেতু তেওঁক 'লোকমান্য' উপাধি প্ৰদান কৰা হয়।২

তথ্যসূত্ৰ

  1. ↑ (5 February 2013). Lokamany Tilak: Father of Indian Unrest and Maker of Modern India. John Murray; 1st Edition (1956)
  2. ↑ (5 February 2013). Lokamany Tilak: Father of Indian Unrest and Maker of Modern India. John Murray; 1st Edition (1956)

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ স্বাধীনতা সংগ্ৰামী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাল গঙ্গাধৰ তিলক” প্ৰবন্ধৰ সংশোধন ৩০০৬৫২ (২৬ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।