এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- ১৯৪৭ - জৱাহৰলাল নেহৰুৱে অন্তৰ্ৱতী চৰকাৰ গঠন কৰে আৰু লৰ্ড মাউণ্ট বেটেনে তেখেতক স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।
- ১৯৪৭ - ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত ব্ৰিটিছ সেনাৰ প্ৰথমটো বেটেলিয়াৰ স্বদেশ অভিমুখে যাত্ৰা আৰম্ভ কৰে।
- ১৯৪৭ - ভাৰত বিভাজনৰ সীমাৰেখা ৰেডক্লিফ লাইন নিদ্ধাৰণ ঘোষনা কৰে।
- ১৯৬০ - আফ্ৰিকাৰ দেশ গেবনে স্বাধীনতা লাভ কৰে।
- ১৯৯৯ - তুৰস্কত হোৱা এক প্ৰচণ্ড ভূমিকম্পৰ ফলত চৰকাৰী তথ্যমতে ১২,০০০ লোক নিহত, ছয় লাখ লোক গৃহহীন হয়।
জন্ম
- ১৭৬১ - উইলিয়াম কেৰী, ইংৰাজ ধৰ্মযাজক জনৰ জন্ম হৈছিল।
- ১৯৩২ - ভি. এচ্. নাইপল, নোবেল বিজয়ী ভাৰতীয় মূলৰ সাহিত্যিক।
- ১৯৪২ - খগেন মহন্ত, অসমৰ এগৰাকী গায়ক, সুৰকাৰ আৰু গীতিকাৰ আছিল।
- ১৯৬০ - ড॰ ৰীতা চৌধুৰী, অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী লেখিকা আৰু ‘‘মাকাম’’ৰ স্ৰষ্টা আছিল।
মৃত্যু
- ১৯০৯ - মদন লাল ধিঙৰা, স্বাধীনতা সংগ্ৰামী, ইংৰাজে ফাঁচি দিছিল।
- ১৯৬৯ - অটষ্টাৰ্ন, নোবেল বঁটা বিজয়ী পদাৰ্থবিজ্ঞানী আছিল।
- ১৯৮৮ - জিয়াউল হক, পাকিস্তানৰ ৰাষ্ট্ৰপতি, এক ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল।
- ২০২০ - পণ্ডিত যশৰাজ, ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতশিল্পী।
দিৱস
- ইণ্ডোনেছিয়াৰ স্বাধীনতা দিৱস।
- গেবনৰ স্বাধীনতা দিৱস।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৭ আগষ্ট” প্ৰবন্ধৰ সংশোধন ৩৭৪৪৩৫ (১৬ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।