অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৬ আগষ্ট

এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ১৭ আগষ্ট ২০২৩ ২৭২ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৮৬৭ - কাৰ্ল মাৰ্ক্সৰ ডাছ কেপিটেল প্ৰথম খণ্ড প্ৰকাশ হয়।
  • ১৯১০ - ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰসিদ্ধ কাব্য গীতাঞ্জলি (কাব্যগ্ৰন্থ)ৰ প্ৰথম প্ৰকাশ হয়।
  • ১৯৪৬ - ভাৰত বিভাজনকলৈ কলকাতাত হিন্দু আৰু মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হৈ চাৰি হাজাৰতকৈ অধিক লোকৰ মৃত্য়ু হয়।
  • ১৯৫৫ - বজালী মহাবিদ্যালয় স্থাপন হৈছিল।
  • ১৯৬০ - ব্ৰিটিছ সাম্ৰাজ্যবাদৰ পৰা শাসনমুক্ত হৈ চাইপ্ৰাছে স্বাধীন ৰাষ্ট্ৰ ৰূপে আত্মপ্ৰকাশ কৰে।
  • ১৯৬২ - পণ্ডিচেৰী, কৰাইকল, মাহে আৰু ইয়ানামাক লৈ সংযুক্ত পণ্ডিচেৰী কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হয়।
  • ১৯৬৮ - মেক্সিকোত অলিম্পিক ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হয়।

জন্ম

  • ১৮৪৫ – গেব্ৰিয়েল লিপমেন, পদাৰ্থ বিজ্ঞানত নোবেল বঁটা বিজয়ী ফৰাচী বিজ্ঞানী জনৰ জন্ম হৈছিল।
  • ১৮৮৮ - টি ই ল'ৰেঞ্চ, ল'ৰেঞ্চ অৱ আৰৱীয়া হিচাপে খ্য়াত প্ৰথম বিশ্ব যুদ্ধৰ সৈনিক, লেখক আৰু পুৰাতত্ববিদ।
  • ১৯৪৫ – পি চিদাম্বৰম, ভাৰতীয় ৰাজনীতিবিদ আৰু অৰ্থনীতিবিদ তথা প্ৰাক্তন বিত্তমন্ত্ৰী জনৰ জন্ম হয়।
  • ১৯৫৪ - জেমছ কেমেৰুন, হলীউডৰ বিখ্যাত কথাছবি পৰিচালক, দা টাৰ্মিনেটৰ, টাইটানিক (কথাছবি) আৰু অৱতাৰ তেখেতে পৰিচালনা কৰা বিশ্ব বিখ্য়াত কথাছবি।
  • ১৯৫৮ - মেড'না, সম্পুৰ্ণ নাম মেড'না লুইছ চিক'নি, পপ সম্ৰাজ্ঞী হিচপে বিখ্য়াত পপ গায়িকা, গীতিকাৰ আৰু হলীউডৰ অভিনেত্ৰী।
  • ১৯৭০ - মনীষা কৈৰালা, নেপালত জন্ম গ্ৰহন কৰা বলীউডৰ অভিনেত্ৰী।
  • ১৯৭০ - চৈইফ আলী খান, বলীউডৰ অভিনেতা।

মৃত্যু

  • ১৮৮৬ - ৰামকৃষ্ণ পৰমহংসৰ মৃত্যু হয়।
  • ১৮৮৮ - জন পেম্বাৰটন, আমৰিকান ফাৰ্মাচিষ্ট, কোকা-কোলাৰ উদ্ভাৱক।
  • ১৮৯৯ - ৰবাৰ্ট বুনছেন বা ৰবাৰ্ট বানছেন (ইংঃ Robert Bunsen), জাৰ্মান ৰসায়ন বিজ্ঞানী, বুনছেন বাৰ্নাৰৰ (ইংঃ Bunsen burner) উদ্ভাৱক, চিজিয়াম আৰু ৰুবিডিয়ামৰ আৱিষ্কাৰক।
  • ১৯০৯ - মদনলাল ভিংৰা, পঞ্জাবৰ বিশিষ্ট বিপ্লৱী, তেখেতক ফাঁচী দিয়া হয়।
  • ২০০৩ - ইদি আমিন, উগাণ্ডাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু একনায়ক জনৰ মৃত্যু হয়।
  • ২০১৮ - অটল বিহাৰী বাজপায়ী, ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতৰত্ন, তেখেতৰ মৃত্যু হয়।

দিৱস

বাহ্যিক সংযোগ


সম্পৰ্কিত শ্ৰেণী

আগষ্ট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৬ আগষ্ট” প্ৰবন্ধৰ সংশোধন ৩৭৪৫৭৮ (১৭ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।