অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১২ অক্টোবৰ

আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

হালনাগাদ: ১৭ জুলাই ২০২৩ ১৯৯ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

ঘটনাৱলী

  • ১৯৫৭ - ভাৰতৰ ৰাজহুৱা খণ্ডৰ শিল্প প্ৰতিষ্ঠান ভিলাই ইস্পিট কাৰখানাত প্ৰথম ইস্পিট উৎপাদন আৰম্ভ হয়।
  • ১৯৮৬ - মধ্য আমেৰিকাৰ প্ৰশান্ত মহাসাগৰৰ উপকূলৱৰ্তী সৰু দেশ এল ছালভাদেৰাত ভূমিকম্পৰ ফলত ১৮০০ লোকৰ মৃত্যু হয়।
  • ১৯৯০ - বিশ্বৰ কনিষ্ঠতম পৰ্বতাৰোহী ফ্ৰান্সৰ বেট্ৰাণ্ড ৰোছে এভাৰেষ্ট শৃংগ আৰোহণ কৰে।
  • ১৯৯৭ - দুৰ্লভ প্ৰজাতিৰ প্ৰাণী চিকাৰৰ অভিযোগত হিন্দী চলচ্চিত্ৰ অভিনেতা চলমান খানক গ্লেপ্তাৰ কৰা হয়।
  • ১৯৯৮ - সুষমা স্বৰাজে দিল্লীৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে।
  • ১৯৯৯ - পাকিস্তানত সামৰিক শাসন আৰম্ভ হয়। পাৰভেজ মুছৰফৰ ক্ষমতা দখল। নৱাব শ্বৰীফ গৃহবন্দী হয়।
  • ১৯৯৯ - ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা অনুসৰি পৃথিৱীৰ জনসংখ্যা ৬০০ কোটি বুলি ঘোষণা কৰে।

জন্ম

  • ১৮৬৪ - কামিনী ৰায়, ব্ৰিটিছ শাসনৰ সময়ৰ এগৰাকী শীৰ্ষ বঙালী কবি, সমাজকৰ্মী আৰু নাৰীবাদী কৰ্মী।
  • ১৯১১ – বিজয় মাৰ্চেণ্ট, ভাৰতীয় ক্ৰিকেট খেলুৱৈ।(মৃঃ ১৯৮৭)
  • ১৯২৭ - পূৰ্ণিমা সিন্‌হা, ভাৰতীয় পদাৰ্থ বিজ্ঞানী।
  • ১৯৩১ - ডাঃ ভূমিধৰ বৰ্মন, অসমৰ এজন ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
  • ১৯৩৫ – শিৱৰাজ পাটিল, ভাৰতীয় অধিবক্তা আৰু ৰাজনীতিবিদ, ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰী।
  • ১৯৪৮ - প্ৰতিমা গৌৰী বেদী, ভাৰতীয় মডেল তথা ওদিছি নৃত্যশিল্পী।
  • ১৯৮৬ - লি ৱেনলিয়াং, চীনা চকুৰোগ বিশেষজ্ঞ।

মৃত্য

ছুটী আৰু দিৱস

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

অক্টোবৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১২ অক্টোবৰ” প্ৰবন্ধৰ সংশোধন ৩৭১৯৮৪ (১৭ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।