অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভগৱন্ত সিং মান

ভগৱন্ত সিং মান (জন্ম: ১৭ অক্টোবৰ ১৯৭৩) এজন ভাৰতীয় ৰাজনীতিবিদ তথা পঞ্জাৱৰ ১৭তম আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী। তেওঁ পঞ্জাৱৰ কেবিনেট মন্ত্ৰালয়ৰ নেতৃত্ব বহন কৰি আছে। তেওঁ এজন প্ৰাক্তন অভিনেতা, কৌতুক অভিনেতা আৰু ব্যংগকাৰ। তেওঁ পূৰ্বতে লোকসভালৈ দুবাৰকৈ মনোনীত হৈছে।

হালনাগাদ: ৭ এপ্ৰিল ২০২৩ ৩৮ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

ভগৱন্ত সিং মান (জন্ম: ১৭ অক্টোবৰ ১৯৭৩) এজন ভাৰতীয় ৰাজনীতিবিদ তথা পঞ্জাৱৰ ১৭তম আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী।১ তেওঁ পঞ্জাৱৰ কেবিনেট মন্ত্ৰালয়ৰ নেতৃত্ব বহন কৰি আছে। তেওঁ এজন প্ৰাক্তন অভিনেতা, কৌতুক অভিনেতা আৰু ব্যংগকাৰ।২ তেওঁ পূৰ্বতে লোকসভালৈ দুবাৰকৈ মনোনীত হৈছে।

তথ্যসূত্ৰ

  1. ↑ Punjab govt officials
  2. ↑ पंजाब के मान: भगवंत कभी कॉमेडियन थे, अब सीएम बनना तय, इन्हें कट्टर ईमानदार मानते हैं केजरीवाल. Amar Ujala

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভগৱন্ত সিং মান” প্ৰবন্ধৰ সংশোধন ৩৫৩২২৬ (৭ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।