অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

যুগল দাস

যুগল দাস অসমৰ এগৰাকী সাহিত্যিক আৰু কলা-নিৰ্দেশক আছিল। অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতীক চিহ্নটো ১৯৬০ চনৰ ২৮ অক্টোবৰত গ্ৰহণ কৰা হৈছিল আৰু এই প্ৰতীক চিহ্নটো শিল্পী যুগল দাসে অংকন কৰিছিল।

হালনাগাদ: ৪ মে’ ২০২১ ৬৬ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

যুগল দাস অসমৰ এগৰাকী সাহিত্যিক আৰু কলা-নিৰ্দেশক আছিল। অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতীক চিহ্নটো ১৯৬০ চনৰ ২৮ অক্টোবৰত গ্ৰহণ কৰা হৈছিল আৰু এই প্ৰতীক চিহ্নটো শিল্পী যুগল দাসে অংকন কৰিছিল।

জন্ম আৰু প্ৰাৰম্ভিক জীৱন

তেওঁৰ জন্ম হৈছিল ১৯১০ চনৰ ৩ মে’ত গুৱাহাটীত।

কৰ্মজীৱন

তেখেত “লাচিত বৰফুকন”, “প্ৰতিধবনি” বোলছবিৰ কলা নিদেৰ্শক আছিল।

প্ৰকাশিত গ্ৰন্থ

যুগল দাসৰ প্ৰকাশিত কেইখনমান গ্ৰন্থ:

  1. অসমৰ লোক কলা
  2. গহণা গাঁথৰি
  3. পিয়লি ফুকন
  4. মীৰা বাঈ
  5. বায়নৰ খোল

তেওঁৰ আত্মজীৱনীখনৰ নাম ৰণস্থলী।

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যুগল দাস” প্ৰবন্ধৰ সংশোধন ২৭৩২৩০ (৪ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।