অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

ফুকন

ফুকন বা ফু-কন (আহোম ভাষা: 𑜇𑜥:𑜀𑜨𑜃𑜫:, Phu Kan) আছিল আহোম ৰাজ্যৰ আহোম সেনাবাহিনীৰ পাইক কৰ্মচাৰী। ফুকনৰ বংশধৰ সকলে ইয়াক এটা উপাধি হিচাপে ব্যৱহাৰ কৰে, এয়া মূলতঃ আহোম জনগোষ্ঠী বা আহোম সৈন্যবাহিনীত কাম কৰা চুতীয়া, কলিতা, ব্ৰাহ্মণ আদি সম্প্ৰদায়ৰ বংশধৰ সকলে প্ৰয়োগ কৰে।

হালনাগাদ: ১৫ জানুৱাৰী ২০২৬ ১৪৮ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ফুকন বা ফু-কন (টাই-আহোম ভাষা: 𑜇𑜥:𑜀𑜨𑜃𑜫:, Phu Kan) আছিল আহোম ৰাজ্যৰ আহোম সেনাবাহিনীৰ পাইক কৰ্মচাৰী।১ ফুকনৰ বংশধৰ সকলে ইয়াক এটা উপাধি হিচাপে ব্যৱহাৰ কৰে, এয়া মূলতঃ টাই-আহোম জনগোষ্ঠী বা আহোম সৈন্যবাহিনীত কাম কৰা চুতীয়া, কলিতা, ব্ৰাহ্মণ আদি সম্প্ৰদায়ৰ বংশধৰ সকলে প্ৰয়োগ কৰে।

প্ৰকাৰ

ফুকন সমুহ ১৭ প্ৰকাৰৰ আছিল, সেয়া হ'ল:

  1. ফু-কন খাৰি
  2. ফু-কন খু আঙ
  3. ফু-কন খে'
  4. ফু-কন টোণ ৰুং দাম
  5. ফু-কন ফা কুট
  6. ফু-কন ফু ছন ঙীন
  7. ফু-কন বাও
  8. ফু-কন বাই লুং
  9. ফু-কন মাও
  10. ফু-কন মা মু
  11. ফু-কন ম ছাই
  12. ফু-কন যাম চু
  13. ফু-কন ৰু
  14. ফু-কন ৰাই ডাঙ
  15. ফু-কন লুঙ
  16. ফু-কন ছি ৰিঙ
  17. ফু-কন দ'য় ২

লেখত লবলগীয়া ফুকনসকল

  • আনন্দৰাম ঢেকিয়াল ফুকন (১৮২৯-১৮৫৯), অৰুণোদই যুগৰ এজন বিখ্যাত সাহিত্যিক
  • অনুপ ফুকন, ভাৰতীয় ৰাজনীতিবিদ
  • বিজু ফুকন, অসমীয়া চিনেমাৰ বিখ্যাত অভিনেতা
  • মহেন্দ্ৰ নাথ ডেকা ফুকন (১৯০৩-১৯৭৪), শিল্পী, কবি, সাংবাদিক
  • মিত্ৰা ফুকন, ইংৰাজী লেখিকা
  • নীলমণি ফুকন ( ১৯৩৩ — ১৯ জানুৱাৰী, ২০২৩) অসমীয়া ভাষাৰ কবি, সাহিত্যিক, কলা-সমালোচক আৰু অধ্যাপক। জ্ঞানপীঠ বঁটা বিজয়ী।

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Kakoty, Sanjeeb. (2003). Technology, Production And Social Formation In The Evolution Of The Ahom State. Regency Publications. ISBN 9788187498735
  2. ↑ ফুকন,বৰুৱা (১৯৬৪) (টাই-আহোম ভাষা, ইংৰাজী ভাষা, অসমীয়া ভাষাত). আহোম লেগজিকন, ঐতিহাসিক আৰু প্ৰাচীন গ্ৰন্থ অধ্যয়ন বিভাগ

সম্পৰ্কিত শ্ৰেণী

উপাধিআহোম ৰাজ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফুকন” প্ৰবন্ধৰ সংশোধন ৫৬৯৯৯৬ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।