সাধিকা ৰন্ধাৱা, যাক কেৱল সাধিকা নামেও জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী ভাষাৰ বলীউড ছবিত অভিনয় কৰিছে আৰু লগতে তামিল ভাষা, তেলুগু ভাষা, পঞ্জাবী ভাষা, গুজৰাটী ভাষা, মাৰাঠী ভাষা আৰু ভোজপুৰী ভাষা ভাষাৰ ছবিতো কাম কৰিছে।
সাধিকাই ১৯৯৫ চনত সনম হৰজাই ছবিৰ জৰিয়তে আত্মপ্ৰকাশ কৰে। তাৰ পিছত তেওঁ ১৯৯৭ চনত সাৱান কুমাৰৰ সালমা পে দিল আ গয়া ছবিত আয়ুব খানেৰ বিপৰীতে অভিনয় কৰে। সাধিকাই হপ্তা বসুলি, সুছৱাগতম, অব কে বাৰস, পিয়াছা, টু অক্টোবৰ, কাশ আপ হামাৰে হোটে, চিকাৰ, বুলেট: এক ধামাকা আৰু আগৰ আদি বহু ছবিত অভিনয় কৰিছে।১ ২০১০ৰ পৰা তেওঁ নায়িকা-কেন্দ্ৰিক ছবিসমূহত মুখ্য চৰিত্ৰত অভিনয় কৰিছে, যেনে পঞ্জাবী ছবি সিমৰণ আৰু হিন্দী ছবি ৰিৱাজ, চাঁদ কে পাৰে আৰু ভানৱৰী কা জাল।
চলচ্চিত্ৰ তালিকা
- ও অম্মায়ী ক্ৰাইম ষ্ট'ৰি (২০২১) (তেলুগু)
- সত্য সাই বাবা (২০২১) (হিন্দী, তেলুগু, আৰু মাৰাঠী)
- অন্থোনি ছায়া (২০১৬)
- ভানৱৰী কা জাল (২০১৪)
- মাই ফ্ৰেণ্ড গণেশা ৪ (২০১৩)
- ৱেইক আপ ইণ্ডিয়া (২০১৩) - অতিথি উপস্থিতি
- সাঁৱৰিয়া (২০১৩)
- চাঁদ কে পাৰে (২০১২)
- ৰিৱাজ (২০১১)
- ব্লেক এণ্ড ৱাইট ফেক্ট (২০১১)
- সাই এক প্ৰেৰণা (২০১১)
- সাত সহেলিয়া (২০১০) (ভোজপুৰী) - অতিথি উপস্থিতি
- চঁন্দু কি চামেলি (২০১০) (ভোজপুৰী)
- ধৰ্মাত্মা (২০১০) (ভোজপুৰী)
- ছৰিয়া, থাৱাৰা (২০১০) (তামিল)
- আণ্টি আঙ্কল নন্দগোপাল (২০১০) (তেলুগু)
- ছিমৰণ (২০১০) (পাঞ্জাবী)
- মেৰী পাৰোছান (২০০৯)
- ছু ল আৰজিয়া হামাৰ (২০০৯) (ভোজপুৰী)
- বৃজৱা (২০০৯) (ভোজপুৰী)
- ধৰ্ম বীৰ (২০০৮) (ভোজপুৰী)
- ফিৰ তৌবা তৌবা (২০০৮) – ৰুবিনা
- আগাৰ (২০০৭)
- লাভ ইন ইণ্ডিয়া (২০০৭)
- খল্লাস: বিগিনিং অৱ দ্য এণ্ড (২০০৭) - অতিথি উপস্থিতি
- জনম জনম কে সাথ (২০০৭) (ভোজপুৰী) - অতিথি উপস্থিতি
- পাণ্ডৱ (২০০৭) (ভোজপুৰী)
- পূৰব: মেন ফ্ৰম দ্য ইষ্ট (২০০৭) (ভোজপুৰী)
- পিয়াৰ কে বন্ধন (২০০৬) (ভোজপুৰী)
- মনোৰঞ্জন (২০০৬) - অতিথি উপস্থিতি
- মডেল: দ্য বিউটি (২০০৫)
- ধমকী: দ্য এক্সৰচন (২০০৫)
- বুলেট: এক ধামকা (২০০৫) – সাধিকা
- শিকাৰ (২০০৪) – কাম্যা
- ২ অক্টোবৰ (২০০৩)
- কাশ আপ হামাৰে হোতে (২০০৩) – চিমোন
- সত্তা (২০০৩) – অতিথি উপস্থিতি
- খাজুৰাহো: দ্য ডিভাইন টেম্পল (২০০২) (হিন্দী, তামিল)
- পিয়াছা (২০০২) – সুমন
- কাবু (২০০২)
- অব কে বৰস (২০০২)
- সবচে বড়া বেইমান (২০০০)
- গোপ্পিণ্টি আল্লুদু (২০০০) (তেলুগু)
- চূচোদ্দাম ৰাণ্ডি (২০০০) (তেলুগু) - অতিথি উপস্থিতি
- দালদু চোৰায়ু ধীৰে ধীৰে (২০০০) – ৰাধা (গুজৰাটি)
- যামজাতকুদু (১৯৯৯) – পোথানা (তেলুগু)
- মাদাৰ (১৯৯৯) - অতিথি উপস্থিতি
- হপ্তা বসুলি (১৯৯৮) – ৰাধা
- সুস্বাগতম (১৯৯৮) (তেলুগু)
- সম্ভৱম (১৯৯৮) – শৰিশা (মালয়ালম)
- ছলমা পে দিল আ গয়া (১৯৯৭)
- হেল্লো আই লাভ ইউ (১৯৯৭) – ৰাজা হামচা (তেলুগু)
- সনম হৰজাই (১৯৯৫)
টেলিভিছন অনুষ্ঠান
- কৰিশ্মা: দ্য মিৰাকলছ অৱ ডেষ্টিনি (২০০৩ - ২০০৪) - সাধিকা
- চন্দ্ৰমুখী (২০০৭) - চন্দ্ৰমুখী (মূল চৰিত্ৰ)
- হামাৰী বহু তুলসী (২০০৭ - ২০০৮) - অনামিকা/তুলসী (মূল চৰিত্ৰ)
- এক দিন অচানক (২০০৯) - ৰীমা ৰয় (মূল চৰিত্ৰ)
- পানাহ (২০০৯)
- শোভা সোমনাথ কী (২০১২) - ইন্দুমতী
- জনমো কা বন্ধন (২০১৪ - ২০১৫)
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাধিকা ৰন্ধাৱা” প্ৰবন্ধৰ সংশোধন ৫০১৯৫৫ (৩ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।