অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শাওলি মিত্ৰ

শাওলি মিত্ৰ (Shaoli Mitra) এগৰাকী ভাৰতীয় বঙালী থিয়েটাৰ আৰু চলচ্চিত্ৰ অভিনেত্ৰী, পৰিচালক, নাট্যকাৰ আছিল। ঋত্বিক ঘটকৰ জুক্তি টাক্কো আৰ গাপ্পোত বংগাবালাৰ চৰিত্ৰত অভিনয় কৰিছিল। তেখেত সোম্ভু মিত্ৰ আৰু তৃপ্তি মিত্ৰৰ কন্যা, যিসকল নাট্য ব্যক্তিত্বও আছিল।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ১৫২ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

শাওলি মিত্ৰ (Shaoli Mitra) এগৰাকী ভাৰতীয় বঙালী ভাষা থিয়েটাৰ আৰু চলচ্চিত্ৰ অভিনেত্ৰী, পৰিচালক, নাট্যকাৰ আছিল।১ ঋত্বিক ঘটকৰ জুক্তি টাক্কো আৰ গাপ্পোত বংগাবালাৰ চৰিত্ৰত অভিনয় কৰিছিল।২ তেখেত সোম্ভু মিত্ৰ আৰু তৃপ্তি মিত্ৰৰ কন্যা, যিসকল নাট্য ব্যক্তিত্বও আছিল।৩৪

কৰ্মজীৱন

মিত্ৰই শৈশৱৰ পৰাই পিতৃ-মাতৃ সোম্ভু মিত্ৰ আৰু তৃপ্তি মিত্ৰৰ নিৰ্দেশনাত নাটকৰ লগত জড়িত হৈ আছিল।৫ অমলৰ চৰিত্ৰত অভিনয় কৰিছিল ডকঘৰ নাটকত। পিছলৈ তেওঁ নিজাকৈ নাট্যগোষ্ঠীও গঠন কৰে।৬ ২০১১ চনত তেওঁ ৰবীন্দ্ৰ শৰ্ধোশাতো জন্মবৰ্ষ উদজাপন সমিতিৰ অধ্যক্ষ হয়।৭৮ বহুৰূপী প্ৰডাকচনৰ সৈতে কাম কৰিছিল। তেখেতে নাৰী মুক্তিৰ ওপৰত বহুলভাৱে প্ৰশংসিত নাট নিৰ্মাণৰ পথ প্ৰদৰ্শক "পাঞ্চম বৈদিক" নাট্যগোট প্ৰতিষ্ঠা কৰে।১

ব্যক্তিগত জীৱন আৰু মৃত্যু

১৯৭৭ চনৰ জুলাই মাহত বহুৰূপীৰ কলিপ্ৰসাদ ঘোষৰ সৈতে বিবাহপাশত আবদ্ধ হয় মিত্ৰৰ। ২০২২ চনৰ ১৬ জানুৱাৰীত হৃদৰোগত আক্ৰান্ত হৈ দক্ষিণ কলকাতাৰ নিজ গৃহত ৭৩ বছৰ বয়সত মিত্ৰৰ মৃত্যু হয়।১

চলচ্চিত্ৰ

  • জুক্তি টাক্কো আৰ গাপ্পো (চৰিত্ৰৰ নাম বংগোবালা)৫

পুৰস্কাৰ

  • বাংলা থিয়েটাৰত অভিনয়ৰ বাবে ২০০৩ চনত সংগীত নাটক অকাডেমী বঁটা৫
  • ভ্ৰাম্যমাণ থিয়েটাৰত আজীৱন সাফল্যৰ বাবে ২০১২ চনত বংগ বিভূষণ।৫
  • পদ্মশ্ৰী ২০০৯ চনত কলা শাখাত।৫

তথ্যসূত্ৰ

  1. ↑ Press Trust of India. Saoli Mitra, eminent theatre personality, actress dies at 73
  2. ↑ (30 December 2005). Jukti Takko Aar Gappo. Telegraph Calcutta
  3. ↑ (23 October 1996). Shaonli Mitra: Theatre Person. Outlook India
  4. ↑ Radha Chakravarty. (2003). Crossings, stories from Bangladesh and India. Indialog Publications. পৃ. 14–20. ISBN 9788187981398
  5. ↑ (16 January 2022). Shaoli Mitra: চিৰবিদায় শাঁওলি মিত্ৰেৰ, শেষ ইচ্ছাপত্ৰ মেনে সবাৰ আড়ালে তাঁৰ শেষকৃত্য. আনন্দবাজাৰ পত্ৰিকা
  6. ↑ বিশিষ্ট নাট্যব্যক্তিত্ব শাঁওলি মিত্ৰেৰ জীবনাবসান. Sangbad Pratidin
  7. ↑ (27 July 2011). Tagore plans unveiled. Telegraph Calcutta
  8. ↑ (17 September 2005). Of myth and reality. Telegraph Calcutta

সম্পৰ্কিত শ্ৰেণী

অভিনেত্ৰীভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মানপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শাওলি মিত্ৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭৭৪৩ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।