কৰ্মকাৰ বা কুৰ্মুকাৰ এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা। এই ভাষা অসমীয়া-বাঙালী উপগোটৰ অন্তৰ্গত, আৰু তাৰ ভিতৰতো ই অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)তকৈ বাংলা ভাষাৰহে অধিক নিকটৱৰ্তী।
এই ভাষা ব্যৱহাৰ কৰা লোকে মুখ্যতঃ অসমৰ বৰপেটা, গোৱালপাৰা আৰু ধুবুৰী জিলা, পশ্চিমবংগ, ত্ৰিপুৰা আৰু মধ্য প্ৰদেশৰ কিছু কিছু অঞ্চলত বাস কৰে।১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰ্মকাৰ ভাষা” প্ৰবন্ধৰ সংশোধন ৪৪৩১৮১ (৭ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।