কৃতি চেট্টী (Krithi Shetty; জন্ম ২১ ছেপ্টেম্বৰ ২০০৩)১ হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী৷ তেওঁ সাধাৰণতে তেলেগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। ব্যৱসায়িকভাৱে সফল ছবি উপেনা (২০২১) -ৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল৷২
প্ৰাৰম্ভিক জীৱন
২০০৩ চনৰ ২১ ছেপ্টেম্বৰত মুম্বাইত কৃতি চেট্টীৰ জন্ম হয়,৩ কৰ্ণাটকৰ মঙ্গালৰৰ পৰা অহা৪৫ এক টুলু পৰিয়ালত৷৬ তেওঁৰ পিতৃ এগৰাকী ব্যৱসায়ী আৰু মাতৃ ফেশ্বন ডিজাইনাৰ।৩ তেওঁৰ এগৰাকী ভাই আৰু এগৰাকী ভনী আছে৷৭ মুম্বাইত ডাঙৰ-দীঘল হোৱা কৃতিয়ে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহলৈকে মনোবিজ্ঞান বিষয়ত অধ্যয়ন কৰি আছিল৷৮৯ পঢ়ি থকাৰ সময়ছোৱাত তেওঁ বাণিজ্যিক বিজ্ঞাপনত কাম কৰিছিল।৫
চেট্টীয়ে তেওঁৰ মাতৃভাষা টুলু, হিন্দী আৰু ইংৰাজী ক’ব পাৰে। তেওঁ তেলুগু ভাষা ক’বলৈ শিকাৰ লগতে চলচ্চিত্ৰ কৰ্মজীৱনৰ বাবে তামিল ভাষা শিকিছে।১০
ফিল্ম’গ্ৰাফী
| বৰ্ষ | শিৰোনাম | চৰিত্ৰ | ভাষা | টোকা | Ref. |
|---|---|---|---|---|---|
| ২০১৯ | চুপাৰ ৩০ (চলচ্চিত্ৰ) | ছাত্ৰী | হিন্দী | ১১ | |
| ২০২১ | উপেনা | সংগীতা “বেবাম্মা” | তেলেগু | ১২ | |
| শ্যাম সিংহ ৰায় | কৃতি | তেলেগু | ১৩ | ||
| ২০২২ | বাংগাৰৰাজু | নাগ লক্ষ্মী | তেলেগু | ১৪ | |
| দ্য ৱাৰিয়ৰ | “হুইচেল” মহালক্ষ্মী ("Whistle" Mahalakshmi) | তেলেগু | দ্বিভাষিক চলচ্চিত্ৰ | ১৫ | |
| তামিল | |||||
| মাচেৰলা নিয়োজকবৰ্গম | স্বাথী | তেলেগু | ১৬ | ||
| আ আম্মায়ী গুৰিঞ্চি মীকু চেপ্পালী | ড° অলেখ্যা আৰু অখিলা | তেলেগু | ১৭ | ||
| ঘোষণা হ’ব | rowspan="2" | rowspan="2" | তেলেগু | দ্বিভাষিক চলচ্চিত্ৰ; চিত্ৰগ্ৰহণ | ১৮ |
| তামিল | |||||
| তামিল | চিত্ৰগ্ৰহণ | ১৯ | |||
| মালয়ালম | চিত্ৰগ্ৰহণ | ২০ |
তথ্যসূত্ৰ
- ↑ (21 September 2020). Krithi Shetty Birthday Special: Unseen Photos of the 'Uppena' actress. The Times of India
- ↑ 'Uppena' mints Rs 70 crore in first week: Vaishnav Tej and Vijay Sethupathi starrer is unstoppable. The Times of India
- ↑ (10 February 2021). Krithi Shetty: నాకూ ఫ్యాన్స్ ఉంటారని ఊహించలేదు. Sakshi
- ↑ Mangalore belle Krithi Shetty to debut opposite Panja Vaisshnav Tej in 'Uppena' - Times of India. The Times of India
- ↑ (10 February 2021). అభిమానుల్ని ఊహించలేదు! కృతి శెట్టి. Andhra Jyothi
- ↑ (11 January 2022). Krithi Shetty exclusive Interview about Bangarraju Movie · GreatAndhra. Great Andhra
- ↑ (17 January 2022). Alitho Saradaga · Krithi Shetty, Kalyan Krishna · 17 January 2022 · Full Episode · ETV Telugu. ETV (Telugu)
- ↑ (9 February 2021). That day, everyone cried on set of 'Uppena': Krithi Shetty - Telugu News. IndiaGlitz.com
- ↑ Interview of Krithi Shetty on 'Uppena'. ragalahari.com
- ↑ (17 January 2022). Alitho Saradaga · Krithi Shetty, Kalyan Krishna · 17 January 2022 · Full Episode · ETV Telugu. ETV (Telugu)
- ↑ (23 February 2021). Krithi Shetty: ఉప్పెనలో నటించకముందు హృతిక్ రోషన్ మూవీలో కనిపించిన కృతి. ఏ సినిమానో తెలుసా. News18 Telugu
- ↑ (18 May 2019). Mangalore belle Krithi Shetty to debut opposite Panja Vaisshnav Tej in 'Uppena'. The Times of India
- ↑ (14 October 2021). Nani plays Vasu in Shyam Singha Roy, film to release in December. See poster. India Today
- ↑ (24 December 2021). Shyam Singha Roy movie review highlights: Nani, Sai Pallavi, Krithi Shetty, Madonna Sebastian's film is an exciting ride so far. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Ram Pothineni, Krithi Shetty's 'The Warrior' shoot wraps up. Makers share pics - Times of India. The Times of India
- ↑ (10 September 2021). Nithiin and Krithi Shetty begin Macherla Niyojakavargam shoot. India Today
- ↑ (2 March 2021). Sudheer Babu's third film with Mohana Krishna Indraganti. The Hindu
- ↑ #NC22: Naga Chaitanya launches new film with Krithi Shetty; Rana Daggubati, Sivakarthikeyan attend pooja ceremony. DNA India
- ↑ (11 July 2022). #Suriya41: Suriya’s film with Bala titled Vanangaan. The Times of India
- ↑ (2022-10-11). Ajayante Randam Moshanam: Tovino Thomas-Krithi Shetty’s fantasy drama goes on floors. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃতি চেট্টী” প্ৰবন্ধৰ সংশোধন ৪৬৫৩১১ (২১ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।