অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কুলৰাজ ৰন্ধাৱা

কুলৰাজ কৌৰ ৰন্ধাৱা (জন্ম: ১৬ মে' ১৯৮৩) এজনী ভাৰতীয় অভিনেত্ৰী যিয়ে পঞ্জাবী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ কৰীণা কৰীণা নামৰ টেলিভিছন শৃংখলাৰ "কৰীণা" চৰিত্ৰৰ বাবে জনাজাত।

হালনাগাদ: ১০ মে’ ২০২৫ ৭৩ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

কুলৰাজ কৌৰ ৰন্ধাৱা (জন্ম: ১৬ মে' ১৯৮৩)১ এজনী ভাৰতীয় অভিনেত্ৰী যিয়ে পঞ্জাবী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰে।২ তেওঁ কৰীণা কৰীণা নামৰ টেলিভিছন শৃংখলাৰ "কৰীণা" চৰিত্ৰৰ বাবে জনাজাত।৩

প্ৰাৰম্ভিক জীৱন আৰু ব্যৱসায়

ৰন্ধাৱাৰ জন্ম উত্তৰাখণ্ডৰ দেহৰাদুনত এজন শিখ পৰিয়ালত হৈছিল। তেওঁ বেংগালুৰু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকতা লাভ কৰিছিল। তেওঁ ২০০৬ চনত জিমি শৰগিলৰ সৈতে মন্নত চলচ্চিত্ৰৰ জৰিয়তে নিজৰ অভিনয় জীৱন আৰম্ভ কৰিছিল৪ আৰু তেওঁৰ হিন্দী চলচ্চিত্ৰ জীৱন ২০০৯ চনৰ চিণ্টু জী চলচ্চিত্ৰৰ যোগেদি আৰম্ভ হৈছিল।

চলচ্চিত্ৰ তালিকা

+চলচ্চিত্ৰবছৰশিৰোনামভাষাচৰিত্ৰঅন্য তথ্য
২০০৬মন্নতপঞ্জাবীপ্ৰসিন কৌৰ/মন্নত
২০০৯তেৰ মেৰ কি ৰিস্তাপঞ্জাবীৰাজ্জো
২০০৯চিণ্টুজীহিন্দীদেৱিকা মালহোত্ৰাপ্ৰথম হিন্দী চলচ্চিত্ৰ
২০০৯জানে ভি দো যাৰোহিন্দী
২০১১য়মলা পাগলা দিৱানাহিন্দীসাহেবা
২০১২চাৰ দিন কি চান্দনী৫হিন্দী
২০১৪লাকি কবুতৰহিন্দীলক্ষ্মী
২০১৪ডাবল ডি ট্ৰাবলপঞ্জাবী
২০১৬নীধি সিং৬পঞ্জাবীনীধি সিং
২০১৯নৌকৰ ভাহুতি দা৭পঞ্জাবীনীতু
২০২০লণ্ডন কনফিডেনশিয়েলহিন্দীনিৰূপমা দাসZEE5 original film
২০২১ওয়ে মামু! হিন্দী
২০২৩তু হৌৱেই মেই হৌৱঁপঞ্জাবীকেলি৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Kulraj Randhawa. Cintaa
  2. ↑ Kulraj Randhawa · Actress. IMDb
  3. ↑ Foodie Kulraj
  4. ↑ (2017-01-10). Jimmy Sheirgill and Kulraj Randhawa pair up for Punjabi No 1. The Times of India
  5. ↑ Kulraj Randhawa: Latest News, Photos, Videos on Kulraj Randhawa. NDTV.com
  6. ↑ Kulraj in Needhi Singh
  7. ↑ (2019-03-31). Naukar Vahuti Da: Ahead of the shoot, Kulraj Randhawa shares about her excitement for the movie. The Times of India
  8. ↑ (18 January 2023). Tu Hovein Main Hovan: Jimmy Sheirgill and Kulraj Randhawa starrer to release on February 10. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় টেলিভিছন অভিনেত্ৰীভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীঅভিনেত্ৰীপঞ্জাবী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুলৰাজ ৰন্ধাৱা” প্ৰবন্ধৰ সংশোধন ৫০৭৪৩১ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।