কালবেলা হ'ল গৌতম ঘোষ পৰিচালিত আৰু ২০০৯ চনত নিৰ্মিত বাংলা ভাষাৰ এখন ভাৰতীয় চলচ্চিত্ৰ। পৰমব্ৰত চট্টোপাধ্যায়, পাওলি দাম, সন্তু মুখোপাধ্যায়, সুনীল মুখোপাধ্যায়, সৌমিত্ৰ চট্টোপাধ্যায়ে এই বোলছবিখনত অভিনয় কৰিছিল। নক্সাল আন্দোলনৰ পটভূমিত সমৰেশ মজুমদাৰ ৰচিত উপন্যাস কালবেলাৰ আধাৰত এই বোলছবিখন নিৰ্মাণ কৰা হৈছিল। ১ ২৩
অভিনয়-শিল্পীসকল
- পৰমব্ৰত চট্টোপাধ্যায় - অনিমেষ মিত্ৰ
- পাওলি দাম - মাধৱীলতা
- সন্তু মুখোপাধ্যায় - মহিতোষ মিত্ৰ, অনিমেষৰ দেউতাক
- সৌমিত্ৰ চট্টোপাধ্যায় - সৰিতশেখৰ মিত্ৰ, অনিমেষৰ ককাক
- ৰুদ্ৰনীল ঘোষ - ত্ৰিদীৱ
- ব্ৰাত্য বসু - ৰমেন
- শান্তিলাল মুখাৰ্জী - সুভাষ সেন
- মৌসুমী সাহা - অনিমেষৰ মাহীমাক
- পাৰ্থ ব্যানাৰ্জী
- আনন্দী ঘোষ - নীলা
- অনিৰ্বাণ গুহ
- ছন্দা চ্যাটাৰ্জী
- শৰণ দত্ত
তথ্যসূত্ৰ
- ↑ Kaalbela:A time for love - ScreenIndia.Com. www.screenindia.com
- ↑ 'Kalbela', Naxalbari and Radical Political Cinema. kafila.online
- ↑ KAALBELA MOVIE REVIEW
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কালবেলা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৪৫৯৪৩ (১৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।