অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

অসমৰ বিলসমূহৰ তালিকা

বিল হৈছে চাৰিওফালে স্থলভাগে ঘেৰি থকা দ আৰু বহল স্বাভাৱিক জলভাগ। সাধাৰণতে গংগা-ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলৰ পূব ভাৰতীয় ৰাজ্য অসম আৰু পশ্চিম বংগৰ লগতে বাংলাদেশৰ হ্ৰদৰ দৰে বৃহৎ স্থিতিশীল পানীৰে পূৰ্ণ আদ্ৰভূমিক বুজাবলৈ বিল শব্দটো ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ১৯ মে’ ২০২৫ ১২৬ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বিল হৈছে চাৰিওফালে স্থলভাগে ঘেৰি থকা দ আৰু বহল স্বাভাৱিক জলভাগ। সাধাৰণতে গংগা-ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলৰ পূব ভাৰতীয় ৰাজ্য অসম আৰু পশ্চিমবংগৰ লগতে বাংলাদেশৰ হ্ৰদৰ দৰে বৃহৎ স্থিতিশীল পানীৰে পূৰ্ণ আদ্ৰভূমিক বুজাবলৈ বিল শব্দটো ব্যৱহাৰ কৰা হয়। কেন্দ্ৰীয় আন্তদেশীয় ফিছাৰী গৱেষণা প্ৰতিষ্ঠানৰ সমীক্ষা অনুসৰি অসমত ১৩৯২খন বিল আছে। পঞ্জীয়ন নোহোৱা প্ৰায় ৭০ শতাংশ অঞ্চল খেতি কৰিব পৰা এলেকাৰ ভিতৰত পৰে।<ref name="গ্ৰন্থ ১"১ অসমৰ উল্লেখযোগ্য বিলসমূহৰ তালিকা তলত উল্লেখ কৰা হ'ল:

তিনিচুকীয়া জিলা

ডিব্ৰুগড় জিলা

শিৱসাগৰ জিলা

  • বোকা বিল
  • বৰবোকা বিল
  • দিখৌমোমাই বিল

যোৰহাট জিলা

  • গড়ৰমাজ বিল
  • বৰচলা বিল ২

গোলাঘাট জিলা

  • শংকৰ বিল
  • ন বিল
  • গৰুচৰা বিল
  • গেলাবিল
  • মৰিদিচৈ বিল

ধেমাজি জিলা

  • হলৌডোঙা
  • ফুটুকাবাৰী
  • কেঁচুখানা
  • পোৱাশইকীয়া
  • পাভমাৰি
  • কাণিবিল

লখিমপুৰ জিলা

  • বিলমুখ
  • মৰিচাম্পৰা২

নগাঁও জিলা

  • সমৰজান
  • মেৰ
  • শিৱস্থান
  • চামগুৰি২

মৰিগাঁও জিলা

  • চৰণ বিল
  • মৰি বিল

শোণিতপুৰ জিলা

  • দীঘলী বিল
  • খাৰৈ বিল
  • গৰৈমাৰি বিল

দৰং জিলা

  • মৈলহাতা
  • বধিসিঁচি
  • গাথাইয়া

কামৰূপ জিলা

গোৱালপাৰা জিলা

  • টাৰণৰঙা

নলবাৰী জিলা

  • ঘগ্ৰাজান
  • চথাজান
  • মৰাচাউলখোৱা২

বৰপেটা জিলা

  • কপলা বিল
  • চটকপলা বিল
  • তভা বিল
  • অল্পজান বিল
  • বৰদুৱা
  • আঁৰি বিল
  • গৰা বিল
  • গৰৈমৰা বিল
  • গোমি বিল
  • চিকনচৰা বিল
  • চতলা বিল
  • কহুৱা বিল
  • ভেল্লা বিল
  • ভেলেকী বিল
  • লঠঙা বিল

কৰিমগঞ্জ জিলা

তথ্যসূত্ৰ

  1. ↑ চুলতানা হাজৰিকা. (২০১৩). অসমৰ আৰ্দ্ৰভূমি আৰু ইয়াৰ ব্যৱস্থাপনা. প্ৰান্তিক. পৃ. পৃষ্ঠা ২৯
  2. ↑ Ecology and fisheries of beels in Assam. Central Inland Fisheries Research Institute
  3. ↑ Lakes and Water Bodies. Guwahati Development Board, Government of Assam

সম্পৰ্কিত শ্ৰেণী

অসমৰ ভূগোলঅসমৰ পৰ্যটনস্থলীহ্ৰদঅসম সম্পৰ্কীয় তালিকাবিল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ বিলসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৫১০২১৭ (১৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।