অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অম্বিকানাথ বৰা

অম্বিকানাথ বৰা (Ambikanath Bora; ১৮৯১ - ১৯৬৮) এগৰাকী লেখক আৰু শিক্ষাবিদ আছিল।

হালনাগাদ: ১৩ জানুৱাৰী ২০২৫ ৮৩ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

অম্বিকানাথ বৰা (Ambikanath Bora; ১৮৯১ - ১৯৬৮) এগৰাকী লেখক আৰু শিক্ষাবিদ আছিল।

জন্ম আৰু শিক্ষাজীৱন

জন্মস্থান কামৰূপ জিলাৰ গুৱাহাটী। পিতৃৰ নাম সত্যনাথ বৰা আৰু মাতৃৰ নাম ভুৱনেশ্বৰী। কটন কলেজিয়েট আৰু কটন বিশ্ববিদ্যালয়ৰ পৰা প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা লৈ কলিকতাৰ পৰা বাণিজ্য বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰে।

কৰ্মজীৱন

কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া বিষয়ৰ স্নাতকোত্তৰ মহলা প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেই বিভাগতে তেওঁ অধ্যাপনাও কৰিছল।

সাহিত্যিক অৱদান

কবিতা, প্ৰবন্ধ ইত্যাদি 'ঊষা' আলোচনীত প্ৰকাশ হয়। 'কক্মিণী হৰণ' নাট সম্পাদনা কৰি প্ৰকাশ কৰে। হেমচন্দ্ৰ গোস্বামীৰ 'অসমীয়া সাহিত্যৰ চানেকি' গ্ৰন্থখনৰ প্ৰণয়নত আগভাগ লৈছিল।১

তথ্যসূত্ৰ

  1. ↑ দত্তবৰুৱা, মঞ্জু, সম্পা. (২০১২). অসম লেখক কোষ. অসম সাহিত্য সভা, পৃ: ৭

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অম্বিকানাথ বৰা” প্ৰবন্ধৰ সংশোধন ৪৬৩৫৭৩ (১৩ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।