অগ্নিৰ ডেউকা: APJ. জে. আব্দুল কালামৰ আত্মকথা (১৯৯৯) হ'ল ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড॰ এ. পি. জে. আব্দুল কালামৰ আত্মজীৱনী। অৰুণ তিৱাৰীৰ সহযোগত ৰচিত এই আত্মজীৱনীখন প্ৰথমে প্ৰকাশ পাই ১৯৯৯ চনত। কালামৰ আত্মকথাখনত তেখেতৰ বাল্যকাল, ছাত্ৰজীৱন আৰু কৰ্মজীৱন, উপগ্ৰহ উৎক্ষেপণত তেখেতৰ আত্মনিয়োগৰ কাহিনী আদি সন্নিবিষ্ট হৈছে। এম. আই. টি. (চেন্নাই)ত বৈমাণিকী অভিযান্ত্ৰিকী শিক্ষা লাভ কৰি কালামে হিন্দুস্তান এৰ'ন'টিক্স লিমিটেডত নিজৰ কৰ্মজীৱনৰ পাতনি মেলিছিল।
অনুবাদ
প্ৰথমে আত্মজীৱনীখন ইংৰাজী ভাষাত প্ৰকাশ কৰা হৈছিল আৰু পাছলৈ হিন্দী ভাষা, তামিল ভাষা, অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) আদিকে ধৰি মুঠ ১৩টা ভাষালৈ অনুবাদ কৰা হয়। ভাৰতীয় ভাষাৰ বাহিৰেও অগ্নিৰ ডেউকা Huo Yi নামেৰে চীনা ভাষালৈ (অনুবাদক: জি পেং) আৰু ফৰাচী ভাষালৈ অনুবাদ কৰা হয়। কালামৰ এই আত্মকথাখন অসমীয়ালৈ অনুবাদ কৰে সুৰেশ শৰ্মাই।
গাঁথনি
ড॰ এ. পি. জে. আব্দুল কালামৰ আত্মজীৱনী অগ্নিৰ ডেউকা সাতটা শাখাত বিভক্ত:
- প্ৰস্তাৱনা
- কৃতজ্ঞতা
- ভূমিকা
- দিক্ নিৰ্ণয়
- সৃজন
- তুষ্টি-সাধন
- ধ্যান (অৱলোকন)
- উপসংহাৰ
আলোকচিত্ৰসমূহ
কালামৰ জীৱন আৰু কৰ্ম সম্পৰ্কে কিতাপখনত থকা আলোকচিত্ৰসমূহৰ তথ্য:
- Ramanathapuram, from where Kalam had completed his high schooling.
- Plate 8 shows his teachers at Schwartz High School.
- Plate 9 shows Nandi, an indigenous hovercraft prototype.
- Plate 10 shows the picture of a Church in Thumba, a place which was donated by the local Christian community to the India's Space Research Centre.
- Plate 11 shows him with Prof. Vikram Sarabhai.
- Plate 12 shows an SLV-3 review meeting.
- Plate 13 shows presentation of members of SLV-3 team.
- Plate 14 is the first plate with a colour photograph and shows Prof. Brahm Prakash inspecting SLV-3 in its final stage on integration, and plate 16 shows a colour photograph of SLV-3 on the launch pad.
- Plate 15 shows him with Prof. Satish Dhawan and the then Prime Minister ইন্দিৰা গান্ধী.
- Plate 16 shows SLV-3 launch.
- Plate 17 shows him receiving Padma Bhushan.
- Plates 18 shows successful launch of Prithvi, now a part of India's surface-to-surface weapons system.
- Plate 19 shows Kalam standing by the side of Agni, standing on its launch pad.
- Plate 20 shows a cartoon by renowned cartoonist R.K. Laxman.
- Plate 21 shows another cartoon on the failure of Agni Missile.
- Plate 22 shows him after successful launch of Agni Missile.
- Plate 23 shows Kalam receiving the ভাৰত ৰত্ন from K. R. Narayanan, the President, .
লগতে চাওক
- এ পি জে আব্দুল কালাম
- এ পি জে আব্দুল কালামৰ জীৱন বৃত্ত
বাহ্যিক সংযোগ
- Review of Wings of Fire
- A review of the book
- Wings of Fire to go online
- Book Review of Wings of Fire
- Wings of Fire (Information, Review and PDF)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অগ্নিৰ ডেউকা” প্ৰবন্ধৰ সংশোধন ৫৭১১৫২ (২৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।