এক ধীমানৰ আত্মজীৱনী (Diary of A Genius) চালভাড' ডালিৰ আত্মজীৱনী। গ্ৰন্থখনৰ অসমীয়া অনুবাদ কৰিছে মৌচুমী কন্দলীয়ে। ২০০২ চনৰপৰা ২০০৪ চনলৈকে এই গ্ৰন্থখনৰ লেখাখিনি ধাৰাবাহিকভাৱে আজিৰ অসম কাকতত প্ৰকাশ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত ২০০৯ চনত গ্ৰন্থাকাৰে প্ৰকাশ কৰা হয়।
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এক ধীমানৰ আত্মজীৱনী” প্ৰবন্ধৰ সংশোধন ২২৭৬০৪ (১৪ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।