অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

লং ৱাক টু ফ্ৰীডম

লং ৱাক টু ফ্ৰীডম (Long walk to Freedom) নেলছন মেণ্ডেলাৰ আত্মজীৱনী৷ গ্ৰন্থখনৰ অসমীয়া অনুবাদ কৰিছে প্ৰদান শইকীয়াই৷ এই গ্ৰন্থখন মুঠ ১১ টা পৰিচ্ছেদ আছে৷ অসমীয়া অনুবাদমূলক গ্ৰন্থখনৰ পঞ্চম সংস্কৰণটো প্ৰকাশ আলিবাট প্ৰকাশনৰ৷ গ্ৰন্থখনৰ বাংলা অনুবাদৰ অনুবাদক দুগৰাকী হৈছে চাৰুফুদ্দিন আহমেদ আৰু ওপম ফাৰুক৷

হালনাগাদ: ৭ মে’ ২০২০ ৪৩ শব্দ · ১ মিনিট সংগৃহীত ৩৭
সংশোধনৰ পৰামৰ্শ

লং ৱাক টু ফ্ৰীডম (Long walk to Freedom) নেলছন মেণ্ডেলাৰ আত্মজীৱনী৷ গ্ৰন্থখনৰ অসমীয়া অনুবাদ কৰিছে প্ৰদান শইকীয়াই৷ এই গ্ৰন্থখন মুঠ ১১ টা পৰিচ্ছেদ আছে৷ অসমীয়া অনুবাদমূলক গ্ৰন্থখনৰ পঞ্চম সংস্কৰণটো প্ৰকাশ আলিবাট প্ৰকাশনৰ৷ গ্ৰন্থখনৰ বাংলা অনুবাদৰ অনুবাদক দুগৰাকী হৈছে চাৰুফুদ্দিন আহমেদ আৰু ওপম ফাৰুক৷

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থআত্মজীৱনীঅনূদিত গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লং ৱাক টু ফ্ৰীডম” প্ৰবন্ধৰ সংশোধন ২২৬০৬৬ (৭ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।