অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুৰেশ শৰ্মা

সুৰেশ শৰ্মা (Suresh Sharma) হৈছে অসমৰ এগৰাকী লেখক, সাহিত্যিক আৰু কবি।

হালনাগাদ: ১০ জানুৱাৰী ২০২৩ ৪০ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

সুৰেশ শৰ্মা (Suresh Sharma) হৈছে অসমৰ এগৰাকী লেখক, সাহিত্যিক আৰু কবি।

জন্ম আৰু বংশ পৰিচয়

১৯৫৫ চনৰ ৫ জুলাই তাৰিখে গোৱালপাৰা জিলাৰ দৰংগিৰি অঞ্চলত সুৰেশ শৰ্মাৰ জন্ম হয়।১

সাহিত্যৰাজি

তেওঁ দুখন ইংৰাজী পুথি অসমীয়ালৈ অনুবাদ কৰিছিল।২

বঁটা আৰু সন্মান

তেওঁ ২০১১ চন ত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।৩

তথ্যসূত্ৰ

  1. ↑ google,2021
  2. ↑ google,2021
  3. ↑ google,2021

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিকসাহিত্য অকাডেমি অনুবাদ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুৰেশ শৰ্মা” প্ৰবন্ধৰ সংশোধন ৩৪২৬১১ (১০ জানুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।