অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
২৬ মাৰ্চ
১৯৭৪ - উত্তৰ প্ৰদেশত স্বতঃস্ফূৰ্তভাৱে চিপকো আন্দোলন আৰম্ভ হৈছিল। ১৮৭৪ - ৰবাৰ্ট ফ্ৰ'ষ্ট, আমেৰিকাৰ কবি। (মৃত্যু: ২৯ জানুৱাৰী, ১৯৬৩) ১৯০৭ - মহাদেৱী বৰ্মা, হিন্দী ভাষাৰ বিখ্যাত মহিলা কবি। (মৃত্যু: ১১ ছেপ্টেম্বৰ, ১৯৮৭) ১৯১২ - বিমলা প্ৰসাদ চলিহা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
-
২৭ নৱেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২৮ জুন
১৯২২ - ছাৰজন হে'নৰী ক্যাৰে অসমৰ গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰে। ১৯২৭ - ছাৰ এ'গবাৰ্ট্ লৌৰী লুক্যাছ হাম্ম'ণ্ডে অসমৰ গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। ২০১১ - অসম ৰাজ্যত ভয়াবহ ৰূপত পানী বৃদ্ধি হোৱাৰ ফলত যোৰহাটত ৩জন লোকৰ মৃত্যু হয়। ২০১১ - জাপানত হোৱা ভূমিকম্পৰ ফলত ১৫,৫০০জন লোকৰ মৃত্যু হয়।
-
৩ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৩০ নৱেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 39, চমুকৈ NH 39) অসমৰ গোলাঘাট জিলাৰ নুমলীগড়ত আৰম্ভ হৈছে। তাৰ পৰা এই পথটো ভাৰত-ম্যানমাৰ সীমান্তত শেষ হৈছে। এই পথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৪৩৬ কিঃমিঃ (২৭১ মাইল)।
-
৪ নৱেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৫ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৭ এপ্ৰিল
৭ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৭তম (অধিবৰ্ষত ৯৭তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৬৯ দিন বাকী থাকে।
-
৭ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
ৰংকেৰ
ৰংকেৰ হৈছে অসমৰ কাৰ্বি লোকসকলৰ দ্বাৰা উদযাপিত এক শীতকালীন আনন্দোৎসৱ। এই উৎসৱক ৰংকেৰ কাছিৰদম আৰু দেহাল পূজা বা দেহাল হিচাপেও জনা যায়। বিশেষকৈ ডামৰা লঙৰি হিচাপে পৰিচিত কামৰূপ মহানগৰ জিলা আৰু মেঘালয়ৰ ৰি-ভই জিলাৰ অধিবাসী কাৰ্বিসকলে এই উৎসৱক দেহাল হিচাপে পালন কৰে।
-
ৰংমন (অসমীয়া কমিক্চ)
ৰংমন (Rongmon) হৈছে অসমৰ জনপ্ৰিয় কমিক্চ সমূহৰ ভিতৰত অন্যতম। ই অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম আৰু একমাত্ৰ ৰঙীন শিশু আলোচনী। এই আলোচনীখন ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰথম প্ৰকাশ পাইছিল। তেতিয়াৰ পৰাই বৰ্তমানলৈকে নিয়মীয়াকৈ এই আলোচনীখন প্ৰকাশ পাই আহিছে।
-
ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়
ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় (Rangia Higher Secondary School) ৰঙিয়াত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন ১৯৩৬ চনত স্থাপিত হৈছিল। ই ৰঙিয়া চহৰৰ সোমাজত মহাত্মা গান্ধী পথত অৱস্থিত। এই বিদ্যালয়ত বৰ্তমান প্ৰায় ৬৭জন শিক্ষক-শিক্ষয়িত্ৰী আৰু ১২৮৬জন ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে।
-
ৰঙিয়া বিধানসভা সমষ্টি
১৯৫১: সিদ্ধিনাথ শৰ্মা, ভাৰতীয় জাতীয় কংগ্ৰেছ ১৯৫৭: নিৰ্বাচন হোৱা নাই ১৯৬২: সিদ্ধিনাথ শৰ্মা, ভাৰতীয় জাতীয় কংগ্ৰেছ ১৯৬৭: কে. এম. শৰ্মা, ভাৰতীয় কমিউনিষ্ট পাৰ্টি ১৯৭২: মানবেন্দ্ৰনাথ শৰ্মা, ভাৰতীয় জাতীয় কংগ্ৰেছ ১৯৭৮: পূৰ্ণ বড়ো, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) ১৯৮৩: পূৰ্ণ বড়ো, ভাৰতীয়…
-
ৰঞ্জন কলিতা
ড° ৰঞ্জন কলিতা (ইংৰাজী: Dr. Ranjan Kalita) এগৰাকী লেখক, গৱেষক, শিক্ষাবিদ আৰু সমাজকৰ্মী। গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা কলিতাই ২০১২ চনত অসমীয়া আৰু নেপালী প্ৰৱচন: এটি তুলনামূলক অধ্যয়ন বিষয়ক গৱেষণাপত্ৰৰ জৰিয়তে ডক্টৰেট ডিগ্ৰী লাভ কৰে।
-
ৰত্নেশ্বৰ মহন্ত
ৰত্নেশ্বৰ মহন্ত (Ratneswar Mahanta) অসমীয়া সাহিত্যৰ প্ৰাক-ৰোমাণ্টিক যুগৰ এগৰাকী কবি আৰু প্ৰবন্ধকাৰ আছিল। ১৮৮৫-৮৬ চনত গুণাভিৰাম বৰুৱাই সম্পাদনা আৰু প্ৰকাশ কৰা আলোচনী 'আসাম বন্ধু'ত ৰত্নেশ্বৰ মহন্তৰ কেইবাটাও প্ৰবন্ধ আৰু কবিতা প্ৰকাশ হৈছিল।
-
ৰবীন বৰুৱা
ৰবীন বৰুৱা (Rabin Baruah, ১৫ জুন ১৯৫০ – ২১ জুন ২০২২) অসমৰ এগৰাকী কাৰ্টুনিষ্ট আৰু চিত্ৰশিল্পী। তেওঁ প্ৰায় ৩৩ বছৰ জুৰি মৌচাক আৰু প্ৰান্তিক আলোচনীৰ পাতত ব্যাখ্যা চিত্ৰ অংকন কৰিছিল।
-
ৰমেশ চন্দ্ৰ ডেকা
ৰমেশ চন্দ্ৰ ডেকা(Ramesh Chandra Deka) এগৰাকী প্ৰখ্যাত চকু,নাক আৰু কাণ বিশেষজ্ঞ তথা সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, নতুন দিল্লীৰ প্ৰাক্তন সঞ্চালক। ভাৰতবৰ্ষত 'cochlear implant surgery'ৰ প্ৰৱৰ্ত্তনৰ ক্ষেত্ৰত তেওঁ অন্যতম পথপ্ৰদৰ্শক।
-
ৰাজ ভাটৌ
ৰাজ ভাটৌ ( 'Alexandrine Parakeet, বৈজ্ঞানিক নাম-Psittacula eupatria) চ্চিটাচিফৰমিছ (psittaciformes) বৰ্গ আৰু চ্চিত্তাকুলিডি (Psittaculidae) পৰিয়ালৰ অন্তৰ্ভুক্ত এটা ভাটৌৰ প্ৰজাতি।
-
ৰাজধনেশ
ৰাজধনেশ বা বৰ ধনেশ (Buceros bicornis) ধনেশ পক্ষী পৰিয়ালৰ এটা ডাঙৰ চৰাই। ইয়াক ইংৰাজীত 'গ্ৰেট হৰ্ণবিল' (Great hornbill) বুলি জনা যায়। এই চৰাইবিধ ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াত পোৱা যায়। ই মূলতঃ ফল-মূল খায়। ইয়াৰ উপৰি ই সৰু স্তন্যপায়ী প্ৰাণী, সৰীসৃপ আৰু সৰু চৰাই চিকাৰ কৰে।
-
ৰাজ্য পাল
ৰাজ্য পাল (ৰাজ্য পাল ৯২৫–৯৬২) পাল বংশৰ অষ্টম সম্ৰাট আছিল। তেওঁ পিতৃ নাৰায়ণ পালৰ উত্তৰাধিকাৰী হয়। তেওঁ ৩২ বছৰ ৰাজত্ব কৰিছিল। ভাৰত কলা ভৱন শিলালিপি তেওঁৰ ২য় ৰাজত্বকালৰ বুলি কোৱা হৈছে, তেওঁৰ পিছত তেওঁৰ পুত্ৰ তৃতীয় গো পাল ৰাজপাটত বহে।
-
ৰাতি বিহু
ৰাতি বিহু মৰাণ জনজাতিৰ ঐতিহাসিক সাংস্কৃতিক পৰিক্ৰমাৰ বাহক স্বৰূপ। ৰাতি বিহুৱেই মৰাণ সংস্কৃতিৰ স্বকীয় বৈশিষ্ট্য আৰু ঐতিহ্য অসমৰ জনমানসত দাঙি ধৰিছে আৰু জাতীয় পৰিচয় প্ৰতিফলিত কৰিছে।
-
ৰাধানাথ ফুকন
ৰাধানাথ ফুকন (Radhanath Phukan) অসমৰ এজন আগশাৰীৰ সংস্কৃত পণ্ডিত, দাৰ্শনিক আৰু সাহিত্যিক। অসমৰ প্ৰথম স্নাতকোত্তৰ ডিগ্ৰীধাৰী লোক হোৱাৰ ওপৰিও, অসমীয়া ভাষাত দৰ্শন বিষয়ৰ মৌলিক গ্ৰন্থ ৰচনাৰ ক্ষেত্ৰত তেখেত আগৰণুৱা আছিল। তেখেতে ইংৰাজী আৰু হিন্দী ভাষাতো সাহিত্য চৰ্চা কৰিছিল।
-
ৰামকৃষ্ণ নগৰ বিধানসভা সমষ্টি
ৰাম কৃষ্ণ নগৰ বিধানসভা সমষ্টি (ইংৰাজী: Ram Krishna Nagar Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৬২ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
-
ৰামপৰা
ৰামপৰা (Brown-headed Gull, বৈজ্ঞানিক নমা-Chroicocephalus brunnicephalus)এবিধ মজলীয়া আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷ ই মধ্য এছিয়াৰ তুৰ্কমেনিস্তানৰ পৰা মংগোলীয়া পৰ্যন্ত প্ৰজনন কৰে বুলি জনা যায়৷
-
ৰাষ্ট্ৰীয় স্বাস্থ্য গৱেষণা প্ৰতিষ্ঠান, ডিব্ৰুগড়
ৰাষ্ট্ৰীয় স্বাস্থ্য গৱেষণা প্ৰতিষ্ঠান, ডিব্ৰুগড় (National Institute of Health Research, Dibrugarh ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে স্থাপন কৰা ছখন আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰৰ অন্যতম।
-
ৰিণিকি ভূঞা শৰ্মা
ৰিণিকি ভূঞা শৰ্মা (Riniki Bhuyan Sarma) এগৰাকী অধিবক্তা, উদ্যমী, সমাজকৰ্মী আৰু অসমৰ এগৰাকী ব্যৱসায়ী মহিলা। তেওঁ উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ মিডিয়া হাউচ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ পৰিচালনা সঞ্চালক।
-
ৰিহা
ৰিহা অসমীয়া গোপিনী-বোৱাৰীয়ে পিন্ধা এবিধ পৰম্পৰাগত সাজ। ই এবিধ উত্তৰীয় বস্ত্ৰ। ইয়াক কাঁচলি বুলিও জনা যায়। পুৰণি অসমীয়া সমাজত মহিলাই মেখেলাৰ ওপৰত ৰিহা পিন্ধিছিল। বক্ষস্থল আগুৰিবৰ বাবে চোলাতকৈ ৰিহাৰ ব্যৱহাৰ বেছি আছিল। ৰিহাখনে কঞ্চুলিকা বা স্তনাভৰণৰ লগতে পিঠিভাগো আবৃত কৰি ৰাখিছিল।
-
ৰুদ্ৰেশ্বৰ দেৱালয়
ৰুদ্ৰেশ্বৰ দেৱালয় বা ৰুদ্ৰেশ্বৰ মন্দিৰ অসমৰ উত্তৰ গুৱাহাটীত অৱস্থিত ভগৱান শিৱৰ প্ৰতি উছৰ্গিত এখন মন্দিৰ। ই ব্ৰহ্মপুত্ৰ নদৰ উত্তৰ পাৰৰ ৰুদ্ৰেশ্বৰ গাঁৱত অৱস্থিত। আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহয়ে ১৭৪৯ খ্ৰীষ্টাব্দত তেওঁৰ পিতৃ স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ স্মৃতিত এই মন্দিৰ নিৰ্মাণ কৰাইছিল।
-
ৰূপম ভূঞা
ৰূপম ভূঞা অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত পৰিচালক। তেওঁ অসমীয়া ভাষাৰ বাহিৰেও হিন্দী,বাংলা,ৰাজস্থানী আদি ভাষাত গীত গাইছে। ইয়াৰ উপৰি তেখেতে উত্তৰ-পূৱৰ কুকি ভাষাতো গীত গাইছে লগতে চাহ-বাগানৰ গীতো গাইছে। তেওঁ নৰ্থ-ইষ্ট ব্ৰীজ নামৰ এটা বেণ্ডৰ অন্যতম সদস্য।