সাংবাদিক
১৩৪ প্ৰবন্ধ
-
মনমীত কৌৰ
মনমীত কৌৰ (Manmeet Kaur) এগৰাকী পাকিস্তানী সাংবাদিক আৰু সমাজকৰ্মী।তেওঁ পাকিস্তানৰ প্ৰথমগৰাকী শিখ সাংবাদিকআৰু ৩০ বছৰৰ অনুৰ্ধ ১০০গৰাকী প্ৰভাৱশালী শিখ ব্যক্তিত্বৰ বাবে মনোনীত হোৱা প্ৰথমগৰাকী।
-
মনালিছা চাংকিজা
টিয়ামেৰেলা মনালিছা চাংকিজা ( Tiamerenla Monalisa Changkija) নগালেণ্ডৰ এগৰাকী সাংবাদিক আৰু কবি। ১৯৯৯ চনৰ মে'ৰ পৰা ২০২৪ চনৰ ডিচেম্বৰ মাহলৈকে নাগালেণ্ডৰ দৈনিক কাকত নাগালেণ্ড পেজৰ মালিক আছিল। চাংকিজা ভাৰতীয় ৰাষ্ট্ৰীয় পৰিকল্পনা আয়োগৰ মহিলা সবলীকৰণৰ ৱৰ্কিং গ্ৰুপৰ সদস্য আছিল।
-
মাচৰত জাহৰা
মাচৰত জাহৰা (জন্ম: ৮ ডিচেম্বৰ,১৯৯৩) জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰৰ এগৰাকী ফ্ৰিলান্স ফটো সাংবাদিক। তেওঁ স্থানীয় সম্প্ৰদায় আৰু মহিলাসকলৰ বিষয়ৰ ওপৰত সাংবাদিকতা কৰে।
-
মাছৌদ দেহনামাকী
মাছৌদ দেহনামাকী (ফাৰ্চী: مسعود دهنمکی, জন্ম ১৯৬৯) এজন ইৰানী ৰক্ষণশীল কৰ্মী, চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰাক্তন সাংবাদিক।
-
মাদিয়া আব্দাল্লা
মাদিয়া আব্দাল্লা এগৰাকী চুডানৰ সাংবাদিক আৰু ২০১১ চনৰ পিছত চুডানৰ কমিউনিষ্ট পাৰ্টিৰ বাতৰি কাকত চুডানৰ এল মেইডানৰ প্ৰথমগৰাকী মহিলা মুখ্য সম্পাদিকা। মহিলাৰ কণ্ঠ কাকতত প্ৰকাশ কৰা চল্লিশৰ দশকৰ আৰম্ভণিতে ফাতিমা আহমেদ ইব্ৰাহিমৰ দৰে মহিলা অধিকাৰ কৰ্মীসকলৰ পদক্ষেপ অনুসৰণ কৰা সাংবাদিকতাৰ অগ্ৰণী মহিলাসকলৰ…
-
মায়ন্তী লেংগাৰ
মায়ন্তী লেংগাৰ (Mayanti Langer; জন্ম: ৮ ফেব্ৰুৱাৰী ১৯৮৫) এগৰাকী ভাৰতীয় ক্ৰীড়া সাংবাদিক, পৰিৱেশক আৰু সম্প্ৰচাৰক৷ তেওঁ প্ৰধানকৈ ষ্টাৰ ইণ্ডিয়াৰ সৈতে ক্ৰিকেট খেলৰ লগত জড়িত।
-
মাৰিছা অনিতা
মাৰিছা অনিতা (জন্ম: ২৯ মাৰ্চ ১৯৮৩; ইণ্ডোনেচিয়াৰ পূব জাভাৰ চুৰাবায়াত) এগৰাকী ইণ্ডোনেচিয়ান সাংবাদিক, অভিনেত্ৰী আৰু টেলিভিছন নিউজ প্ৰেজেণ্টাৰ। তেওঁ ২০০৫ চনত এগৰাকী থিয়েটাৰ অভিনেত্ৰী হিচাপে অভিনয় জীৱন আৰম্ভ কৰিছিল, কিন্তু ২০০৮ চনত ‘মেট্ৰ’ টিভি’ৰ টেলিভিছন নিউজ ৰিপৰ্টাৰ আৰু পৰৱৰ্তী সময়ত নিউজ এংকৰ…
-
মাৰ্চিডিজ আবাদ
মাৰ্চিডিজ আবাদ, জন্ম ১৯৬১ চনত, স্পেইনৰ বাৰ্চিলোনাত। তেওঁ এগৰাকী স্পেনিছ সাংবাদিক আৰু চুটিগল্প লেখক।
-
মাৰ্টা ৰেপুলো ই গ্ৰাউ
মাৰ্টা ৰেপুলো ই গ্ৰাউ (জন্ম ১৯৭৬) এণ্ডোৰাৰ এগৰাকী কাটালান ভাষাৰ লেখিকা তথা কবি। বাৰ্চিলোনাত জন্মগ্ৰহণ কৰা ৰেপুলো শীঘ্ৰেই লা ছেউ দ’ উৰ্গেললৈ স্থানান্তৰিত হয়। তেওঁ স্বায়ত্তশাসিত বাৰ্চিলোনা বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰে।
-
মুচ বুলেঞ্জাৰ
মুচ বুলেঞ্জাৰ (ইংৰাজী: Mousse Boulanger; জন্মতে: বাৰ্থ ছফি নিউয়েনশ্বাণ্ডাৰ; ৩ নৱেম্বৰ ১৯২৬ – ১৬ জানুৱাৰী ২০২৩) এগৰাকী চুইজাৰলেণ্ডৰ কবি, অভিনেত্ৰী আৰু টেলিভিছন প্ৰযোজক আছিল।
-
মুজি মেই
মুজি মেই (ইংৰাজী: Muzi Mei; জন্ম: ১৯৭৮) চীনৰ গুৱাংঝৌৰ এগৰাকী সাংবাদিক আৰু ব্লগাৰ, যিগৰাকী ২০০৩ চনৰ শেষৰফালে এগৰাকী ইণ্টাৰনেট চেলিব্ৰিটি হিচাপে পৰিগণিত হৈছিল। তেওঁৰ ব্লগত বিভিন্ন পুৰুষৰ সৈতে থকা যৌন সম্পৰ্কৰ স্পষ্ট বৰ্ণনা আছিল, যিটো সেই সময়ৰ চীনৰ বাবে প্ৰথম বুলি বিশ্বাস কৰা হয়।
-
মুনিজাই জাহাংগীৰ
মুনিজাই জাহাংগীৰ এগৰাকী পাকিস্তানৰ টেলিভিছন সাংবাদিক আৰু চলচ্চিত্ৰ নিৰ্মাতা যিয়ে বৰ্তমান আজ টিভিত সাম্প্ৰতিক পৰিক্ৰমা অনুষ্ঠান স্পটলাইট আয়োজন কৰে।
-
মুন্নী সাহা
মুন্নী সাহা এগৰাকী বাংলাদেশী সাংবাদিক আৰু দূৰদৰ্শনৰ অনুষ্ঠান সঞ্চালিকা। তেওঁ মূলতঃ এটিএন নিউজত কাম কৰিছিল। তেওঁ এটিএন নিউজৰ সংবাদ বিভাগৰ মুৰব্বী আছিল, যিটো বাংলাদেশৰ এটা সংবাদ সম্প্ৰচাৰমূলক দূৰদৰ্শন চেনেল।
-
মৃণাল পাণ্ডে
মৃণাল পাণ্ডে (জন্ম: ২৬ ফেব্ৰুৱাৰী,১৯৪৬) এগৰাকী ভাৰতীয় দূৰদৰ্শন ব্যক্তিত্ব, সাংবাদিক আৰু লেখিকা, আৰু ২০০৯ চনলৈকে হিন্দী দৈনিক বাতৰি কাকত 'হিন্দুস্তান'ৰ মুখ্য সম্পাদিকা।
-
মেহবুবে অব্লেশ
মেহবুবে অব্লেশ (ইংৰাজী: Mehbube Ablesh; জন্ম ১৯৭৯ – অন্তৰ্ধান আগষ্ট ২০০৮) এগৰাকী উইগুৰ সাংবাদিক, যিয়ে ২০০৮ চনত চাকৰিৰ পৰা বৰ্খাস্ত আৰু গ্ৰেপ্তাৰ হোৱালৈকে চীন চৰকাৰৰ দ্বাৰা পৰিচালিত চিনজিয়াং পিপলছ ব্ৰডকাষ্টিং ষ্টেচনত কাম কৰিছিল।
-
মেৰাভ মিকেলি
মেৰাভ মিকেলি (מרב מיכאלי) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ, সাংবাদিক, টিভি এংকৰ, ৰেডিঅ' সম্প্ৰচাৰক, নাৰীবাদী আৰু সমাজকৰ্মী৷ তেওঁ বৰ্তমান লেবাৰ আৰু মেৰেটজৰ একত্ৰীকৰণৰ ফলত গঠন হোৱা নেচেট ফৰ দ্য ডেম'ক্ৰেটৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
য়িলিন ঝং
য়িলিন ঝং (চীনা: 钟宜霖 / 鍾宜霖) হৈছে এগৰাকী ব্ৰিটিছ-চীনা সাংবাদিক, চিত্ৰনাট্যকাৰ আৰু সৰ্বাধিক বিক্ৰী হোৱা ঔপন্যাসিক। তেওঁ ওঠৰখন উপন্যাস, দুখন চলচ্চিত্ৰৰ চিত্ৰনাট্য, দহখন গ্ৰন্থ আৰু বহুতো কবিতা, সাহিত্য সমালোচনা আদি ৰচনা কৰিছে। তেওঁ বৰ্তমান লণ্ডনত বাস কৰে।
-
লক্ষ্মী পামুণ্টজাক
লক্ষ্মী পামুণ্টজাক (জন্ম ১৯৭১) এগৰাকী ইণ্ডোনেছিয়ান ঔপন্যাসিক, কবি, সাংবাদিক আৰু খাদ্য সমালোচক। তেওঁ জাকাৰ্টাত বসবাস কৰে। ২০১৬ চনত, তেওঁৰ প্ৰথমখন উপন্যাস আম্বা/দ্য কুৱেশ্বন অৱ ৰেডৰ জাৰ্মান অনুবাদৰ বাবে লিবেৰাটুৰপ্ৰাইছ লাভ কৰে।
-
লিডিয়া মাৰিয়া চাইল্ড
লিডিয়া মাৰিয়া চাইল্ড (Lydia Maria Child) এগৰাকী আমেৰিকীয় বিলোপবাদী, মহিলা অধিকাৰ কৰ্মী, থলুৱা অধিকাৰ কৰ্মী, ঔপন্যাসিকা, সাংবাদিক আৰু আমেৰিকাৰ সম্প্ৰসাৰণবাদৰ বিৰোধী আছিল৷ তেওঁৰ কল্পকাহিনী আৰু ঘৰুৱা মেনুৱেলসমূহ ১৮২০ চনৰ পৰা ১৮৫০ চনলৈকে বহল পৰিসৰৰ দৰ্শকৰ মাজলৈ গৈছিল।
-
লী মেককেনজি
লী মেককেনজি (ইংৰাজী: Lee McKenzie; জন্ম: ১ ডিচেম্বৰ ১৯৭৭) এগৰাকী সাংবাদিক আৰু সঞ্চালক যি চেনেল ৪-ৰ এফ১ কভাৰেজ আৰু চেনেল ৪ ৰাগবীৰ এগৰাকী প্ৰতিবেদক তথা উপ-সঞ্চালক হিচাপে কৰ্মৰত।
-
লুইচ মেক
মেৰী লুইচ হেমিল্টন মেক (১০ অক্টোবৰ ১৮৭০ – ২৩ নৱেম্বৰ ১৯৩৫) এগৰাকী অষ্ট্ৰেলিয়ান কবি, সাংবাদিক আৰু ঔপন্যাসিক আছিল। লেখা আৰু ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধৰ সৈতে জড়িত হোৱাৰ বাবে বেলজিয়ামৰ প্ৰথম মহিলা যুদ্ধ সংবাদদাতা হিচাপে তেওঁ বেছিকৈ পৰিচিত।
-
লুডমিলা লাকুৱেভা কানুট
লুডমিলা লাকুৱেভা কানুট (জন্ম ২৮ জুলাই ১৯৭১) এগৰাকী এণ্ডোৰাৰ লেখিকা, যিয়ে উপন্যাস আৰু ইতিহাস লিখে। তেওঁ বন্দিয়া কাকতৰ মতামত স্তম্ভৰো লেখিকা।
-
লেইলা চুদোৰী
লেইলা ছালিখা চুদোৰী (ইংৰাজী: Leila Salikha Chudori; জন্ম: ১২ ডিচেম্বৰ, ১৯৬২) এগৰাকী ইণ্ডোনেছিয়ান সাংবাদিক, লেখিকা আৰু চলচ্চিত্ৰ সমালোচক। তেওঁৰ নাম চুটিগল্প, উপন্যাস আৰু টেলিভিছন নাটকৰ বাবে জনাজাত। লেইলা শিশু অৱস্থাতেই সাহিত্যিক হিচাপে তেওঁৰ যাত্ৰা আৰম্ভ কৰিছিল।
-
শুভ্ৰা গুপ্তা
শুভ্ৰা গুপ্তা (Shubhra Gupta) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ সমালোচক যি দ্য ইণ্ডিয়ান এক্সপ্ৰেছত লিখে। ২০১২ চনত চিনেমাৰ শ্ৰেষ্ঠ লেখাৰ তেওঁ ৰামনাথ গোৱেংকা বঁটা লাভ কৰা৷ তেখেত ২০১২ চনৰ পৰা ২০১৫ চনলৈকে চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশনৰ সদস্য আছিল। তেওঁ 50 Films That Changed Bollywood, 1995–2015- লেখিকা।
-
শ্বাফিকা হাবিবি
শ্বাফিকা হাবিবি (Shafiqa Habibi) আফগানিস্তানৰ এগৰাকী সাংবাদিক, টেলিভিছন এংকৰ, কৰ্মী, ৰাজনীতিবিদ। মহিলা সাংবাদিকসকলক সহায় কৰাৰ বাবে কৰাৰ বাবে, আৰু ২০০৪ চনত আফগানিস্তানৰ উপ-ৰাষ্ট্ৰপতিৰ বাবে আব্দুল ৰছিদ দস্তুমৰ ৰানিং মেট হিচাপে প্ৰাৰ্থীত্ব লাভ কৰাৰ বাবে তেওঁ পৰিচিত।
-
শ্বাফিগা এফেন্দিজাদে
শ্বাফিগা এফেন্দিজাদে (আজাৰবাইজানী: Şəfiqə Əfəndizadə; ১৯ মাৰ্চ ১৮৮৩ – ২৯ জুলাই ১৯৫৯) আছিল এগৰাকী আজাৰবাইজানী মহিলা অধিকাৰ আন্দোলনকাৰী, শিক্ষয়িত্ৰী আৰু সাংবাদিক।
-
শ্বেলী ইয়াচিমোভিচ
শ্বেলী ৰেচেল ইয়াচিমোভিচ (Shelly Rachel Yachimovich, জন্ম: ২৮ মাৰ্চ ১৯৬০) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ, যি তিনিটা কাৰ্যকাল বিৰোধীৰ চৰকাৰী নেতা, নেচেটৰ সদস্য আৰু বৈদেশিক পৰিক্ৰমা আৰু প্ৰতিৰক্ষা সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
শ্ৰীৰূপা মিত্ৰ চৌধুৰী
শ্ৰীৰূপা মিত্ৰ চৌধুৰী (Sreerupa Mitra Chaudhury, জন্ম-১৮ এপ্ৰিল ১৯৬৪) জনপ্ৰিয়ভাৱে নিৰ্ভয়া দিদি নামেৰে পৰিচিত৷ তেওঁ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতৰ পশ্চিম বংগৰ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। তেখেত এগৰাকী সমাজকৰ্মী, মহিলা অধিকাৰ কৰ্মী আৰু প্ৰাক্তন সাংবাদিক।
-
সুবোধ মল্লবৰুৱা
সুবোধ মল্লবৰুৱা (Subodh Mallaboruah) অসমৰ এজন ক্ৰীড়া সাংবাদিক আৰু ক্ৰীড়া বিষয়ক লেখক।
-
সুৰংগা উদৰী
সুৰংগা উদৰী (ইংৰাজী: Suranga Udari) এগৰাকী শ্ৰীলংকান গ্ৰাফিক ডিজাইনাৰ, সাংবাদিক, সংবাদ দাতা আৰু পৰিৱেশ কৰ্মী। তেওঁক শ্ৰীলংকাৰ প্ৰথমগৰাকী বধিৰ মহিলা সাংবাদিক হিচাপে গণ্য কৰা হয়।