অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুবোধ মল্লবৰুৱা

সুবোধ মল্লবৰুৱা (Subodh Mallaboruah) অসমৰ এজন ক্ৰীড়া সাংবাদিক আৰু ক্ৰীড়া বিষয়ক লেখক।

হালনাগাদ: ৮ অক্টোবৰ ২০২৩ ৮১ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

সুবোধ মল্লবৰুৱা (Subodh Mallaboruah) অসমৰ এজন ক্ৰীড়া সাংবাদিক আৰু ক্ৰীড়া বিষয়ক লেখক।১

জন্ম আৰু বংশ পৰিচয়

  • সুবোধ মল্লবৰুৱাৰ জন্ম হয় ১৯৬৩ চনত।১

শিক্ষা

  • গুৱাহাটীৰ কটন কলেজিয়েট আৰু বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা কলেজীয়া শিক্ষা সমাপ্ত কৰে।।১

কৰ্মজীৱন

  • ১৯৮৭ চনৰ পৰা তেওঁ দৈনিক কাকত 'আজিৰ অসম' আৰু 'নতুন দৈনিক'ত উপ সম্পাদক হিচাপে কাম কৰে।
  • ১৯৯১ চনত অসমৰ পুৰণি আৰু সম্ভ্ৰান্ত কাকত 'দৈনিক অসম'ত যোগ দিয়ে। বৰ্তমান এই কাকতত 'চিফ অৱ নিউজ ব্যুৰ' হিচাপে কৰ্মৰত।১

গ্ৰন্থৰাজি

  • এথেন্সৰ পৰা শ্বিলঙলৈ।
  • ৱান ম'ৰ ছিক্স।
  • বিখ্যাত ফুটবলাৰৰ ল'ৰালিকাল।
  • জীৱন যৌৱন ক্ৰীড়াংগন।
  • অসম ফুটবলৰ বৰ্ণিল যাত্ৰা।১

তথ্যসূত্ৰ

  1. ↑ (২০১৭). সুবোধ মল্লবৰুৱাৰ চমু পৰিচয়. অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ. পৃ. ৭৪-৭৫

সম্পৰ্কিত শ্ৰেণী

সাংবাদিকপ্ৰবন্ধকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুবোধ মল্লবৰুৱা” প্ৰবন্ধৰ সংশোধন ৩৮৬৪৯৫ (৮ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।