গ্ৰীক কিংবদন্তি
২০১ প্ৰবন্ধ
-
লেডা
লেডা (প্ৰাচীন গ্ৰীক: Λήδα, ইংৰাজী: Leda) গ্ৰীক শ্ৰুতিকথাত বৰ্ণনা কৰা এগৰাকী এটলিয়ান ৰাজকুমাৰী যি পিছলৈ স্পাৰ্টাৰ ৰাণী হৈছিল। অভিডৰ মতে তেওঁৰ ধুনীয়া ক'লা চুলি আৰু বৰফৰ দৰে ছালৰ বাবে বিখ্যাত আছিল। তেওঁৰ শ্ৰুতিকথাৰ ফলত ৰেনেছাঁ আৰু পিছলৈ “লেডা এণ্ড দ্য ছ্বোৱান”ৰ দৰে জনপ্ৰিয় শিল্প সৃষ্টি কৰা হৈছিল৷
-
হেকুবা
হেকুবা (/ˈhɛkjʊbə/; হেকাবেও; প্ৰাচীন গ্ৰীক: Ἑκάβη, ইংৰাজী: Hecuba) গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত এগৰাকী ৰাণী৷ ট্ৰজান যুদ্ধৰ সময় ছোৱাত তেওঁ ট্ৰয়ৰ ৰজা প্ৰিয়ামৰ পত্নী আছিল।
-
অ'ৰা (অপেশ্বৰী)
গ্ৰীক আৰু ৰোমান পৌৰাণিক কাহিনীত অ'ৰা (গ্ৰীক: Αὔρα, আক্ষৰিক: "বতাহ") বতাহৰ এগৰাকী স বনদেৱী বা অপেশ্বৰী, যাৰ নামৰ অৰ্থ "বতাহ।" ইংৰাজীত বহুবচন ৰূপ, অ'ৰে (গ্ৰীক: Αὔραι) কেতিয়াবা বতাহৰ অপেশ্বৰীৰ এটা দলক বৰ্ণনা কৰা দেখা যায়।
-
অট′নয়ি (শ্ৰুতিকথা)
অট′নয়ি (প্ৰাচীন গ্ৰীক: Αὐτονόη, ইংৰাজী: Autonoe) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
অপিছ (শ্ৰুতিকথা)
অপিছ (প্ৰাচীন গ্ৰীক: Ὦπις, ইংৰাজী: Opis) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
অৰিথিয়া (শ্ৰুতিকথা)
অৰিথিয়া (প্ৰাচীন গ্ৰীক: Ὠρείθυια, ইংৰাজী: Orithyia বা Oreithyia) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
আইনিৰা (শ্ৰুতিকথা)
আইনিৰা (প্ৰাচীন গ্ৰীক: Ἰάνειρά, ইংৰাজী: Ianeira or Ianira; আক্ষৰিক অৰ্থ: ′আয়নিয়ান সকলৰ মহিলা′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁক জানিৰা (Janira) বুলিও কোৱা হয়৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা…
-
আটালাণ্টা
আটালাণ্টা (; Ἀταλάντη Atalantē) হৈছে গ্ৰীক কাহিনীৰ এটা কন্যা চৰিত্ৰ। তেওঁ অতি শক্তিশালী আৰু দ্ৰুত আছিল। তেওঁ দৌৰিব, চিকাৰ কৰিব আৰু কুস্তি কৰিব পাৰিছিল। তেওঁ এটা ডাঙৰ বনৰীয়া গাহৰি চিকাৰত সহায় কৰিছিল।
-
আমাথেয়া
আমাথেয়া (প্ৰাচীন গ্ৰীক: Ἀμάθεια, ইংৰাজী: Amatheia) গ্ৰীক শ্ৰুতিকথাৰ এগৰাকী "সুন্দৰ-চুলি"ৰ নেৰেইড আৰু কিছুমানে তেওঁক "নীলা ৰঙৰ কেশ বিলাসী" বা "দীঘল, ঘন চুলি" বুলি বৰ্ণনা কৰিছে। আমাথিয়া (Amathea) আৰু আমাথিয়া (Amathia) যাৰ অৰ্থ হৈছে "কণ্ঠৰ ৰাণী"।
-
আয়নি (শ্ৰুতিকথা)
আয়নি (প্ৰাচীন গ্ৰীক: Ἰόνη, ইংৰাজী: Ione) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
আৰিথোছা (শ্ৰুতিকথা)
আৰিথোছা (প্ৰাচীন গ্ৰীক: Ἀρέθουσα, ইংৰাজী: Arethusa) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
ইউআৰ্নি (শ্ৰুতিকথা)
ইউআৰ্নি (প্ৰাচীন গ্ৰীক: Εὐάρνη, ইংৰাজী: Euarne বা Evarne) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
ইউক্ৰান্তে (শ্ৰুতিকথা)
ইউক্ৰান্তে (প্ৰাচীন গ্ৰীক: Εὐκράντη, ইংৰাজী: Eudora বা Eudore; আক্ষৰিক অৰ্থ: ′পূৰ্ণতা কঢ়িৱাওতা′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
ইউড′ৰা (শ্ৰুতিকথা)
ইউড′ৰা (প্ৰাচীন গ্ৰীক: Εὐδώρη, ইংৰাজী: Eudora বা Eudore; আক্ষৰিক অৰ্থ: ′ভাল উপহাৰৰ′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
ইউনিক (শ্ৰুতিকথা)
ইউনিক (প্ৰাচীন গ্ৰীক: Εὐνίκη, ইংৰাজী: Eunice; আক্ষৰিক অৰ্থ: ′যি গৰাকী সুখী বিজয়ী′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
ইউপম্পী (শ্ৰুতিকথা)
ইউপম্পী (প্ৰাচীন গ্ৰীক: Εὐπόμπη, ইংৰাজী: Eupompe; আক্ষৰিক অৰ্থ: ′যি গৰাকী ভাল ৰখীয়া′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
ইউলিমিনি (শ্ৰুতিকথা)
ইউলিমিনি (প্ৰাচীন গ্ৰীক: Εὐλιμήνη, ইংৰাজী: Eulimene; আক্ষৰিক অৰ্থ: ′ভাল স্বৰ্গৰ বাসিন্দা′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
ইউৰিডাইক (গ্ৰীক শ্ৰুতিকথা)
ইউৰিডাইক (প্ৰাচীন গ্ৰীক: Εὐρυδίκη, ইংৰাজী: Eurydice) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
ইছমিনি (এছ′পিড)
ইছমিনি (/ɪsˈmiːniː/; প্ৰাচীন গ্ৰীক: Ἰσμήνη, ইংৰাজী: Ismene) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম।
-
ইফিয়ান্সা
ইফিয়ান্সা (/ˌɪfiəˈnæsə/; ইংৰাজী: Iphianassa, আক্ষৰিক অৰ্থ: 'শক্তিশালী ৰাণী') গ্ৰীক মহাকাব্য ইলিয়াডত বৰ্ণনা কৰা অনুসৰি ৰজা আগামেমনন আৰু ক্লাইটেমনেষ্ট্ৰাৰ এগৰাকী অস্পষ্ট আৰু বিতৰ্কিত কন্যা তথা লাওডিচ আৰু ক্ৰাইছ'থেমিছৰ ভগ্নী, কেতিয়াবা তেওঁক ইফিজেনিয়াৰ সৈতে একে বুলি গণ্য কৰা হয়।
-
ইফিয়ান্সা (শ্ৰুতিকথা)
ইফিয়ান্সা (প্ৰাচীন গ্ৰীক: Ίφιάνασσα, ইংৰাজী: Iphianassa; আক্ষৰিক অৰ্থ: ′শক্তিশালী ৰাণী′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
ইম′ল্পী (শ্ৰুতিকথা)
ইম′ল্পী (প্ৰাচীন গ্ৰীক: Εὐμόλπη, ইংৰাজী: Eumolpe; আক্ষৰিক অৰ্থ: ′ভাল গায়িকা′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
ইয়নি (শ্ৰুতিকথা)
ইয়নি (প্ৰাচীন গ্ৰীক: Ἠιόνη, ইংৰাজী: Eione; আক্ষৰিক অৰ্থ: ′তীৰৰ দেৱী′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
ইয়ানাছা (শ্ৰুতিকথা)
ইয়ানাছা (প্ৰাচীন গ্ৰীক: Ἰάνασσα, ইংৰাজী: Ianassa; আক্ষৰিক অৰ্থ: 'বিবাহিতা কণ্ঠ') গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷
-
ইয়ায়েৰা (শ্ৰুতিকথা)
ইয়ায়েৰা (প্ৰাচীন গ্ৰীক: Ἴαιρα, ইংৰাজী: Iaera বা Iaira; আক্ষৰিক অৰ্থ: 'মধুৰ') গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷
-
ইৰাট′ (শ্ৰুতিকথা)
ইৰাট′ (প্ৰাচীন গ্ৰীক: Ἐρατώ, ইংৰাজী: Erato; আক্ষৰিক অৰ্থ: ′আকাংক্ষিত, মৰমলগা′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
ইৱাগ′ৰে (শ্ৰুতিকথা)
ইৱাগ′ৰে (প্ৰাচীন গ্ৰীক: Εὐαγόρη, ইংৰাজী: Evagore, Euagora বা Evagora) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
এক্টিয়া (শ্ৰুতিকথা)
এক্টিয়া (/ækˈtiːə/; প্ৰাচীন গ্ৰীক: Ἀκταία, ইংৰাজী: Actaeä বা Aktaia, আক্ষৰিক অৰ্থ: 'উপকূলৰ বাসিন্দা'; প্ৰাচীন গ্ৰীক: ἀκτή, ইংৰাজী: akté, আক্ষৰিক অৰ্থ: 'সাগৰৰ পাৰ') গ্ৰীক শ্ৰুতিকথা অনুসৰি তলত উল্লেখ কৰা চৰিত্ৰ সমূহক বুজায়: এক্টিয়া: শিলাময় তীৰৰ নেৰেইড।
-
এগেভ (শ্ৰুতিকথা)
এগেভ (/əˈɡeɪviː/; প্ৰাচীন গ্ৰীক: Ἀγαύη, ইংৰাজী: Agave, আক্ষৰিক অৰ্থ: 'যশস্বী, সম্ভ্ৰান্ত' বা 'উচ্চ বৰ্ণত জন্ম') গ্ৰীক শ্ৰুতিকথা অনুসৰি তলত উল্লেখ কৰা চৰিত্ৰ সমূহক বুজায়: এগেভ: গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী…
-
এগ্ন’ডাইছ
এগ্ন’ডাইছ বা এগ্ন’ডাইক (Agnodice; Agnodikē; খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকা) এগৰাকী কিংবদন্তি ব্যক্তি, যাক প্ৰাচীন এথেন্সৰ প্ৰথম মহিলা ধাত্ৰী বা চিকিৎসক হিচাপে কৃতিত্ব দিয়া হয়। তেওঁৰ কাহিনী ৰোমান লেখক গাইয়াছ জুলিয়াছ হাইজিনাছৰ ফেবুলেত উল্লেখ কৰা হৈছে।