এগেভ (/əˈɡeɪviː/; প্ৰাচীন গ্ৰীক: Ἀγαύη, ইংৰাজী: Agave, আক্ষৰিক অৰ্থ: 'যশস্বী, সম্ভ্ৰান্ত' বা 'উচ্চ বৰ্ণত জন্ম') গ্ৰীক শ্ৰুতিকথা অনুসৰি তলত উল্লেখ কৰা চৰিত্ৰ সমূহক বুজায়:১
এগেভ: গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা।২৩৪ হোমাৰৰ ইলিয়াডত বৰ্ণনা কৰা অনুসৰি একিলিছে মৃত পেট্ৰ'ক্লাছৰ বাবে কৰা দুখৰ সমভাগি হোৱা মাতৃ থেটিছক সংগ দিবলৈ সাগৰৰ গভীৰতাৰ পৰা ওলাই আহি ট্ৰয়ৰ উপকূলত সমবেত হোৱা ৩৩ গৰাকী নেৰেইডছৰ ভিতৰত এগেভো আছিল।৫
এগেভ: লিবিয়া আৰু ইউৰোপাৰ ৰজা ডানাউছৰ কন্যা ডানাইডসকলৰ অন্যতম৷ তেওঁ এগৰাকী ৰাণী আছিল৬ তেওঁ এজিপ্টাছ আৰু আৰ্জিফিয়াৰ পুত্ৰ লাইকাছক বিয়া কৰায়।৭
এগেভ: কেডমাছৰ কন্যা আৰু পেন্থিউছৰ মাতৃ।৮
এগেভ: এগৰাকী আমাজন।৯
তথ্যসূত্ৰ
- ↑ Bell, Robert E. (1991). Women of Classical Mythology: A Biographical Dictionary. ABC-CLIO. পৃ. 4. ISBN 978-0-87436-581-8
- ↑ হোমাৰ, ইলিয়াড 18.40; Hesiod, থিঅ'গনি 249; Apollodorus, 1.2.7; Hyginus, Fabulae Preface
- ↑ হোমাৰ, ইলিয়াড 18.41; Apollodorus, 1.2.7; Hesiod, থিঅ'গনি 240
- ↑ Bane, Theresa. (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃ. 11, 12. ISBN 978-0-7864-7111-9
- ↑ Homer, Iliad 18.39
- ↑ Hyginus, Fabulae Preface (Latin ed. Micyllus; Bunte; Schimdt)
- ↑ Apollodorus, 2.1.5
- ↑ Apollodorus, 2.1.5
- ↑ Hyginus, Fabulae 163
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এগেভ (শ্ৰুতিকথা)” প্ৰবন্ধৰ সংশোধন ৬৩১৬৯৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।