গ্ৰীক কিংবদন্তি
২০১ প্ৰবন্ধ
-
মেনিপ্পে (শ্ৰুতিকথা)
মেনিপ্পে (প্ৰাচীন গ্ৰীক: Μενίππη, ইংৰাজী: Menippe; আক্ষৰিক অৰ্থ: ′সাহসী ঘোঁৰা′ বা ′হুপি খাওতা′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
মেলিটি (শ্ৰুতিকথা)
মেলিটি (প্ৰাচীন গ্ৰীক: Μελίτη, ইংৰাজী: Melite বা Melita; আক্ষৰিক অৰ্থ: ′শান্ত, মৌ মিঠা′ বা ′গৌৰৱময়, ভয়ংকৰ′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
মেৰোপে
মেৰোপে গ্ৰীক পৌৰাণিক কাহিনীত সপ্ত প্লেইয়াডিছৰ অন্যতম। তেওঁ এটলাছ আৰু প্লেয়োনেৰ কন্যা। প্লেয়োনে নিজেই ওচেনাছ আৰু টেথিছৰ কন্যা আৰু নাবিকসকলৰ ৰক্ষাকৰ্ত্ৰী। প্লেইয়াডিছসকল নক্ষত্ৰপুঞ্জলৈ ৰূপান্তৰৰ বিভিন্ন কাহিনীৰ বিষয়।
-
লাঅ′মেডেয়া (শ্ৰুতিকথা)
লাঅ′মেডেয়া (প্ৰাচীন গ্ৰীক: Λαομέδεια, ইংৰাজী: Laomedeia বা Laomedea; আক্ষৰিক অৰ্থ: ′জনসাধাৰণৰ শাসক′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
লাইক′ৰিয়াছ (শ্ৰুতিকথা)
লাইক′ৰিয়াছ (প্ৰাচীন গ্ৰীক: Λυκωριάς, ইংৰাজী: Lycorias; আক্ষৰিক অৰ্থ: ′সোনালী চুলিৰ′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
লাইগেইয়া (শ্ৰুতিকথা)
লাইগেইয়া (প্ৰাচীন গ্ৰীক: Λίγεια, ইংৰাজী: Ligeia বা Ligia; আক্ষৰিক অৰ্থ: ′স্পষ্ট স্বৰৰ′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
লিউক′থয়ে (শ্ৰুতিকথা)
লিউক′থয়ে (প্ৰাচীন গ্ৰীক: Λευκοθόη, ইংৰাজী: Leucothoe) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
লিছিয়েন্সা (শ্ৰুতিকথা)
লিছিয়েন্সা (প্ৰাচীন গ্ৰীক: Λυσιάνασσα, ইংৰাজী: Lysianassa) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
লিমন′ৰিয়া (শ্ৰুতিকথা)
লিমন′ৰিয়া (প্ৰাচীন গ্ৰীক: Λιμνώρεια, ইংৰাজী: Limnoreia, Limnoria বা Lymnoria; আক্ষৰিক অৰ্থ: 'লুনীয়া জলাশয়') গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
লিলিয়াছ (শ্ৰুতিকথা)
লিলিয়াছ (প্ৰাচীন গ্ৰীক: Λίλαιος, ইংৰাজী: Lilaeus) এজন ভাৰতীয় পশুপালক আছিল যিজনে দেৱতাসকলক ক্ৰোধিত কৰিছিল আৰু তাৰ বাবে শাস্তি পাইছিল। ছ্যুডো-প্লুটাৰ্কৰ ট্ৰিটিজ অন ৰিভাৰ্ছ এণ্ড মাউণ্টেনছত (Treatise on Rivers and Mountains) এই কাহিনী বৰ্ণনা কৰা হৈছে৷
-
লেইয়াগ′ৰে (শ্ৰুতিকথা)
লেইয়াগ′ৰে (প্ৰাচীন গ্ৰীক: Ληαγόρη, ইংৰাজী: Leiagore বা Leiagora; আক্ষৰিক অৰ্থ: ′সজ্জিত কৰোঁতা′ বা ′জনসাধাৰণক সম্বোধন কৰা′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
শয়ন মন্দিৰ
শয়ন মন্দিৰ বা নিদ্ৰা মন্দিৰ (Sleep temples) বা সপোন মন্দিৰ প্ৰাচীন কালৰ এটি চিকিৎসা পদ্ধতি আছিল, যাক কিছুমান লোকে প্ৰাচীন সম্মোহনৰ এটি উদাহৰণ বুলি গণ্য কৰে। প্ৰায় ৪০০০ বছৰৰ আগতে, ইমহোটেপৰ প্ৰভাৱত ই বিকশিত হৈছিল। ইমহোটেপ হেলিঅ'প'লিছত ৰ দেৱতাৰ উচ্চপদস্থ পুৰোহিত আৰু চান্সেলৰ আছিল।
-
হাইডাস্পেছ (শ্ৰুতিকথা)
হাইডাস্পেছ (প্ৰাচীন গ্ৰীক: Ὑδάσπης), গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি পেণ্টাপটেমিয়াৰ চেৰ'নিটিক চিৰ্টিছলৈ বৈ যোৱা এখন অসাধাৰণ দ্ৰুত বেগী নদীৰ এজন নদী দেৱতা আছিল। এই নদীখন আধুনিক যুগৰ ভাৰত আৰু পাকিস্তানৰ মাজেৰে বৈ যোৱা ঝেলুম নদী (সংস্কৃতত "বিতাস্তা") বুলি বিশ্বাস কৰা হয়।
-
হাৰমাইনী (শ্ৰুতিকথা)
হাৰমাইনী (/hɜːrˈmaɪ.əni/; প্ৰাচীন গ্ৰীক: Ἑρμιόνη, ইংৰাজী: Hermione) স্পাৰ্টাৰ ৰজা মেনেলাছ আৰু তেওঁৰ পত্নী হেলেনৰ কন্যা আছিল। [[ট্ৰজান যুদ্ধৰ আগতে হাৰমাইনীক তেওঁৰ ককাক টিণ্ডেৰিয়াছে তেওঁৰ সম্বন্ধীয় আগামেমনন তথা মাহীয়েক ক্লাইটেমনেষ্ট্ৰাৰ পুতেক অৰেষ্টেছৰ সৈতে বাগদান কৰিছিল।
-
হিপ্পথ′ৱে (শ্ৰুতিকথা)
হিপ্পথ′ৱে (প্ৰাচীন গ্ৰীক: Ἱπποθόη, ইংৰাজী: Hippothoe; আক্ষৰিক অৰ্থ: ′ঘোঁৰাৰ দৰে দ্ৰুত′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
হিপ্পন′ৱে (শ্ৰুতিকথা)
হিপ্পন′ৱে (প্ৰাচীন গ্ৰীক: Ἱππονόη, ইংৰাজী: Hipponoe; আক্ষৰিক অৰ্থ: ′ঘোঁৰাৰ দৰে অশান্ত′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
হেনাইঅ′চি
হেনাইঅ′চি (/hɛˈnaɪ.əkiː/; প্ৰাচীন গ্ৰীক: Ἡνιόχη; আক্ষৰিক অৰ্থ: "ৰথচালক") নামটোৱে গ্ৰীক পৌৰাণিক কাহিনীত বহুকেইগৰাকী নাৰী চৰিত্ৰক বুজাব পাৰে: হেনাইঅ′চি লেবাডিয়াৰ হীৰাৰ উপাধি।
-
হেলি (শ্ৰুতিকথা)
হেলি (প্ৰাচীন গ্ৰীক: Ἁλίη বা Ἁλία, ইংৰাজী: Halia বা Halie; আক্ষৰিক অৰ্থ: ′সাগৰত বাস কৰা' বা 'ব্ৰাইনি।'′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
হেলিমেড (শ্ৰুতিকথা)
হেলিমেড (প্ৰাচীন গ্ৰীক: Ἁλιμήδη, ইংৰাজী: Halimede বা Alimede; আক্ষৰিক অৰ্থ: ′মূল্যবান-মুকুট পিন্ধা′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
হেৰাৰ গাখীৰ
হেৰাৰ গাখীৰ (ইংৰাজী: Milk of Hera) সম্পৰ্কীয় আখ্যানটো হৈছে এক প্ৰাচীন গ্ৰীক পৌৰাণিক কাহিনী। সৃষ্টি সম্পৰ্কীয় মিথসমূহৰ প্ৰসংগত ই আকাশগংগা বা ছাঁয়াপথ (Milky Way)ৰ উৎপত্তিৰ ব্যাখ্যা দিয়ে।
-
ৰোডোচ
গ্ৰীক পুৰাণত, ৰোডোচ/ৰোডাচ (Rhódos) বা ৰোড (Rhódē) আছিল ৰোডচ দ্বীপৰ দেৱী তথা মানৱীয় ৰূপ আৰু সূৰ্য দেৱতা হেলিঅ’চৰ পত্নী।