গ্ৰীক কিংবদন্তি
২০১ প্ৰবন্ধ
-
এছিয়া (শ্ৰুতিকথা)
এছিয়া (ইংৰাজী: Asia, প্ৰাচীন গ্ৰীক: Ἀσία) নামটোৱে গ্ৰীক শ্ৰুতিকথাৰ বহুকেইটা চৰিত্ৰক বুজায়৷
-
এথ্ৰা (শ্ৰুতিকথা)
এথ্ৰা বা এইথ্ৰা (প্ৰাচীন গ্ৰীক: Αἴθρα; ইংৰাজী: Aethra বা Aithra, আক্ষৰিক অৰ্থ: 'উজ্জ্বল আকাশ') গ্ৰীক পৌৰাণিক কাহিনীত চাৰিজন ভিন্ন ব্যক্তিৰ বাবে প্ৰয়োগ কৰা এটা সাধাৰণ নাম আছিল: এথ্ৰা, অ’চেনাছ আৰু টেথিছৰ ৩০০০ গৰাকী কন্যা অ’চেনিডৰ এগৰাকীৰ নাম।
-
এফাইৰা (শ্ৰুতিকথা)
এফাইৰা (প্ৰাচীন গ্ৰীক: Ἐφύρα, ইংৰাজী: Ephyra বা Ephyre; আক্ষৰিক অৰ্থ: ′নিম্ফ (অপেশ্বৰী)′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
এম্ফিথ′য়ে
এম্ফিথ′য়ে (প্ৰাচীন গ্ৰীক: Ἀμφιθόη, ইংৰাজী: Amphithoe; আক্ষৰিক অৰ্থ: 'যিগৰাকী দ্ৰুতগতিত ঘূৰি ফুৰে' বা 'চিঞৰ-বাখৰ কৰা') গ্ৰীক শ্ৰুতিকথা অনুসৰি সাগৰীয় সোঁতৰ নেৰেইড৷ তেওঁ আৰু এম্ফিট্ৰাইট হয়তো একেগৰাকীয়ে।
-
এম্ফিন′মি (শ্ৰুতিকথা)
এম্ফিন′মি (প্ৰাচীন গ্ৰীক: Ἀμφινόμη, ইংৰাজী: Amphinome) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
এৰিগন (এজিষ্টাছ কন্যা)
এৰিগন (প্ৰাচীন গ্ৰীক: Ἠριγόνη, ইংৰাজী: সৰহ) গ্ৰীক শ্ৰুতিকথা অনুসৰি মাইচেনিয়াৰ শাসক এজিষ্টাছ আৰু ক্লাইটেমনেষ্ট্ৰাৰ কন্যা আছিল। কিছুমান বিৱৰণীত কোৱা হৈছে যে তেওঁ তেওঁৰ ভাতৃ অৰেষ্টেছৰ তৰফৰ পৰা পেন্থিলাছ আৰু টিছামেনাছৰ মাতৃ হৈছিল।
-
এৰিছ (গ্ৰীক দেৱী)
এৰিছ (Greek Éris) হৈছে গ্ৰীক বিবাদ আৰু কন্দলৰ দেৱী। তেওঁৰ ৰোমান সমতুল্য হৈছে ডিচকৰ্ডিয়া, যাৰ অৰ্থ একে। এৰিছৰ গ্ৰীক বিপৰীত দেৱী হাৰমনিয়া, যাৰ ৰোমান সমকক্ষ কনকৰ্ডিয়া, যদিও তেওঁক ৰোমান ভিক্টোৰিয়াৰ সমকক্ষ নাইকৰ বিৰোধী বুলিও বৰ্ণনা কৰা হৈছে।
-
এৰোটেচ
এৰোটেচ (ἔρωτες, Érōtes) প্ৰাচীন গ্ৰীক ধৰ্ম আৰু গ্ৰীক পুৰাণ অনুসৰি, প্ৰেম আৰু যৌনতা সম্পৰ্কীয় এবিধ ডেউকীয়া দেৱতাৰ গোট। তেওঁলোক এফ্ৰ’ডাইটীৰ অনুচৰসকল। এৰোটেচ হৈছে এৰোচ ("প্ৰেম, বাসনা")ৰ বহুবচন, যি এটি একক দেৱতা হিচাপে অধিক জটিল মিথ্ল’জিৰ অধিপতি।
-
কাইডিপ্পে (শ্ৰুতিকথা)
কাইডিপ্পে (প্ৰাচীন গ্ৰীক: Κυδίππη, ইংৰাজী: Cydippe) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
কাইমেট′লেগ (শ্ৰুতিকথা)
কাইমেট′লেগ (প্ৰাচীন গ্ৰীক: Κυματολήγη, ইংৰাজী: Cymatolege; আক্ষৰিক অৰ্থ: ′ঢৌ নিস্তব্ধ কৰোঁতা′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
কাইম′ (শ্ৰুতিকথা)
কাইম′ (প্ৰাচীন গ্ৰীক: Κυμώ, ইংৰাজী: Cymo; আক্ষৰিক অৰ্থ: ′ঢৌৰ দেৱী′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
কাছাণ্ড্ৰা
কাছাণ্ড্ৰা (/kəˈsændrə/; প্ৰাচীন গ্ৰীক: Κασσάνδρα, ইংৰাজী: Cassandra বা Kassandra, কেতিয়াবা আলেকজেণ্ড্ৰা (Alexandra) বুলিও কোৱা হয়;) গ্ৰীক শ্ৰুতিকথা অনুসৰি এপ'ল' দেৱতাৰ প্ৰতি উৎসৰ্গিত এগৰাকী ট্ৰ'জান পুৰোহিত আছিল তেওঁ সত্য ভৱিষ্যদ্বাণী উচ্চাৰণ কৰিছিল কিন্তু কেতিয়াও বিশ্বাস কৰা হোৱা নাছিল।
-
কেটো (শ্ৰুতিকথা)
কেটো (প্ৰাচীন গ্ৰীক: Κητώ, ইংৰাজী: Ceto) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
কেলিপ্স′ (শ্ৰুতিকথা)
কেলিপ্স′ (প্ৰাচীন গ্ৰীক: Καλυψώ, ইংৰাজী: Calypso) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
কেলিয়ানাছা (শ্ৰুতিকথা)
কেলিয়ানাছা (প্ৰাচীন গ্ৰীক: Καλλιάνασσα, ইংৰাজী: Callianassa; আক্ষৰিক অৰ্থ: 'মৰমলগা ৰাণী' বা 'সুন্দৰ ৰাণী') গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷
-
কেলিয়ানেইৰা (শ্ৰুতিকথা)
কেলিয়ানেইৰা (প্ৰাচীন গ্ৰীক: Καλλιάνειρα, ইংৰাজী: Callianeira) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
ক্লাইমেন (শ্ৰুতিকথা)
ক্লাইমেন (প্ৰাচীন গ্ৰীক: Κλυμένη, ইংৰাজী: Clymene বা Klymene) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
ক্লিঅ′ (শ্ৰুতিকথা)
ক্লিঅ′ (প্ৰাচীন গ্ৰীক: Κλειώ, ইংৰাজী: Clio বা Cleio) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
ক্ৰেণ্ট′ (শ্ৰুতিকথা)
ক্ৰেণ্ট′ (প্ৰাচীন গ্ৰীক: Κραντὼ, ইংৰাজী: Cranto) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
ক্ৰেনেইছ (শ্ৰুতিকথা)
ক্ৰেনেইছ (ইংৰাজী: Creneis বা Crenis) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
গালেনে (শ্ৰুতিকথা)
গালেনে (প্ৰাচীন গ্ৰীক: Γαλήνη, ইংৰাজী: Galene; আক্ষৰিক অৰ্থ: ′শান্ত বতৰ' বা 'শান্ত, শান্তি′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
গ্লাইক′ন′মি (শ্ৰুতিকথা)
গ্লাইক′ন′মি (প্ৰাচীন গ্ৰীক: Γλαυκονόμη, ইংৰাজী: Glauconome; আক্ষৰিক অৰ্থ: ′সেউজ-সাগৰত বাস কৰা') গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
গ্লাউচ (শ্ৰুতিকথা)
গ্লাউচ (প্ৰাচীন গ্ৰীক: Γλαύκη, ইংৰাজী: Glauce; আক্ষৰিক অৰ্থ: ′নীলা-ধুসৰ' বা ′জিলিকি থকা′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
চাইমোথ' (শ্ৰুতিকথা)
চাইমোথ (প্ৰাচীন গ্ৰীক: Κυμοθόη, ইংৰাজী: Cymothoe; আক্ষৰিক অৰ্থ: 'ঢৌ-দ্ৰুত') গ্ৰীক শ্ৰুতিকথা অনুসৰি শান্ত আৰু নিস্তব্ধ ঢৌৰ "আকাশী" নেৰেইড। তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
ছাইকী
ছাইকী (Psyche,; Ψυχή) হৈছে এগৰাকী আত্মাৰ গ্ৰীক দেৱী। ছাইকী এগৰাকী নশ্বৰ মহিলা হিচাপে জন্মগ্ৰহণ কৰিছিল। গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি, ছাইকী সৌন্দৰ্যৰ দেৱী এফ্ৰোডাইটিতকৈও অধিক সুন্দৰী আছিল। দ্বিতীয় শতিকাত লুছিয়াছ এপুলিয়াছে ৰচনা কৰা দ্য গোল্ডেন এছ নামৰ কাহিনীটোৰ পৰা ছাইকী জনাজাত।
-
ছাইৰেন (শ্ৰুতিকথা)
ছাইৰেন (প্ৰাচীন গ্ৰীক: একবচন: Σειρήν, ছাইৰেন; বহুবচন: Σειρῆνες, ছাইৰেনেছ; ইংৰাজী: Siren) গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত আকৰ্ষণীয় কণ্ঠস্বৰৰ গৰাকী মানৱসদৃশ নাৰী সত্তা; অডিচিৰ এটা দৃশ্যত তেওঁলোকক দেখা পোৱা যায় য'ত অডিচিয়াছে নিজৰ দলৰ জীৱন ৰক্ষা কৰে।
-
ছাও (শ্ৰুতিকথা)
ছাও (প্ৰাচীন গ্ৰীক: Σαώ, ইংৰাজী: Sao; আক্ষৰিক অৰ্থ: 'উদ্ধাৰকাৰী') গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
টাইকি
টাইকি (/ˈtaɪki/; প্ৰাচীন গ্ৰীক: Τύχη, ইংৰাজী: Tyche; আক্ষৰিক অৰ্থ: 'ভাগ্য') গ্ৰীক শ্ৰুতিকথাৰ এগৰাকী অধিষ্ঠাত্ৰী দেৱী৷ তেওঁ এখন চহৰৰ সৌভাগ্য আৰু সমৃদ্ধি নিয়ন্ত্ৰণ কৰিছিল।
-
টাইগেটে
ধ্ৰুপদী গ্ৰীক পৌৰাণিক কাহিনীত, টাইগেটে (গ্ৰীক: Ταϋγέτη; IPA: taːyɡétɛː) এজন নিম্ফ আছিল, প্লেইয়াডিছৰ এজনী। তেওঁ আৰ্টেমিছৰ সৈতে আছিল, যাক পশুৰ ৰক্ষিকা হিচাপে “পটনিয়া থেৰন” বুলি জনা যায়। লাকোনিয়াৰ মাউণ্ট টাইগেট'ছ তেওঁৰ বাসস্থান আছিল। পেলোপনিজৰ টেইগেটাছ পৰ্বতৰ নাম তাইৰ নামেৰে ৰখা হৈছিল।
-
টেলেটে
টেলেটে (/ˈtɛlɪtiː/; প্ৰাচীন গ্ৰীক: Τελετή, ইংৰাজী: Teletḗ, আক্ষৰিক অৰ্থ: 'অভিযোগ') গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি মদিৰাৰ দেৱতা ডাইঅ'নিছাছৰ আৰু নিচিয়াৰ কন্যা, নদী-দেৱতা ছাংগাৰিয়াছ (Sangarius) আৰু মাতৃ দেৱী চাইবেলাৰ (Cybele) এগৰাকী অপেশ্বৰী (Naiad) কন্যা।