অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১৬ জুলাই

ঘটনাৱলী

  • ৬২২মুহাম্মাদৰ মক্কাৰ পৰা মদিনালৈ যাত্ৰা। এই চনৰেপৰা মুছলমানসকলৰ ‘হিজিৰি’ চন গণনা কৰে।
  • ১৮৫৬হিন্দু বিধৱা বিবাহ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আইন প্ৰণয়ন কৰি বৈধ ঘোষণা কৰিছিল।
  • ১৮৮৩ডিব্ৰু-শদিয়া ৰেলৱেৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম ডিব্ৰুগড় আৰু মাকুমৰ মাজত ৰেল চলাচল আৰম্ভ হয়।
  • ১৯৪৫নিউ মেক্সিক’ৰ এলম’গ’ৰ্ডত প্ৰথম পাৰমাণৱিক বোমাৰ বিস্ফোৰণ ঘটোৱা হৈছিল।
  • ১৯৬৯চন্দ্ৰপৃষ্ঠত অৱতৰণৰ বাবে মানৱবাহী মহাকাশযান ‘‘এপল’—১১’’ আমেৰিকাৰ দ্বাৰা উৎক্ষেপন কৰা হৈছিল।
  • ১৯৮৯তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে পাকিস্তান ভ্ৰমণ কৰিছিল।
  • ২০০৪আছাম ৰাইফলছৰ গুলীত নিহত হোৱা মনোৰমা দেৱী নামৰ এগৰাকী মহিলাক মৃত্যুক কেন্দ্ৰ কৰি আছাম ৰাইফলছ মুখ্য কাৰ্যালয়ৰ সন্মুখত অভিনৱ ভাৱে নগ্ন মহিলাই বিক্ষোভ প্ৰদৰ্শন কৰে।

জন্ম

  • ১৮৭২ৰোৱাল্ড আমুণ্ডছেন, নৰৱেৰ এণ্টাৰ্কটিকা অভিযানকাৰী।
  • ১৮৮৮ফ্লিটজ জাৰাইনাক, পদাৰ্থ বিজ্ঞানী। তেওঁ পদাৰ্থ বিজ্ঞানৰ বাবে নোবেল লাভ কৰিছিল।
  • ১৯০৯অৰুণা আছফ আলি, দিল্লী কংগ্ৰেছ কমিটীৰ সভানেত্ৰী। তেখেতৰ কাল্কা নামৰ এখন গাঁৱত জন্ম হৈছিল।
  • ১৯৩০সুৰেন্দ্ৰ নাথ মেধি, অসমীয়া সাহিত্যৰ ইতিহাসত সৌৰভ কুমাৰ চলিহা ছদ্মনামেৰে পৰিচিত সাহিত্যিক।
  • ১৯৩৩কনকসেন ডেকা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্যিক, সাংবাদিক। তেখেতে নলবাৰীৰ বেলশৰত জন্ম গ্ৰহণ কৰিছিল।
  • ১৯৪৮সেৱাব্ৰত বৰুৱা, অসমীয়া নাট্যকাৰ, পৰিচালক আৰু অভিনেতা।
  • ১৯৬৮লেৰী ছেংগাৰ, আমেৰিকান ইণ্টাৰনেট প্ৰকল্প ডেভলপাৰ তথা ইণ্টাৰনেট বিশ্বকোষ ৱিকিপিডিয়াৰৰ সহ-প্ৰতিষ্ঠাপক।
  • ১৯৮৩কেটৰিনা কাঈফ, ইংৰাজ অভিনেত্ৰী।
  • ১৯৮৫ৰণৱীৰ সিং, ভাৰতীয় অভিনেতা।

মৃত্যু

  • ১৫৫৭এন অৱ ক্লিভছ, ইংলেণ্ডৰ ৰাণী। (জন্ম: ২২ ছেপ্টেম্বৰ, ১৫১৫)
  • ১৮৮২মেৰী ট'ড লিংকন, আব্ৰাহম লিংকনৰ পত্নী।
  • ২০০৮চাৰু বৰুৱা, ভাস্কৰ্য শিল্পী।
  • ২০১৪পুলিন দাস, অসমৰ এজন বিখ্যাত ক্ৰীড়া সংগঠক, ক্ৰীড়াবিদ।
  • ২০২১দানিছ চিদ্দিকী, ভাৰতীয় ফটো-সাংবাদিক।
  • ২০২১সুৰেখা চিক্ৰি, ভাৰতীয় অভিনেত্ৰী।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ