ইতিহাসৰ আজিৰ দিনত
১৫ জুলাই
জন্ম
- ১৬০৬ৰে'ম্ব্ৰেণ্ট, ডাচ্চ চিত্ৰকৰ আৰু নক্সাকাৰ।
- ১৬১১মহাৰজা জয় সিংহ প্ৰথম, মোগলৰ সেনাপতি (মিৰ্জা ৰজা) আৰু অম্বৰৰ (জয়পুৰ) ৰজা আছিল।
- ১৭৮৩ছাৰ জামছেটজী জিজিভয়, মহান ভাৰতীয় বণিক, উদ্য়োগপতি আৰু সমাজসেৱক, বোম্বাইত (মুম্বাই) জন্মগ্ৰহণ কৰিছিল।
- ১৯০৩কুমাৰ স্বামী কামৰাজ নাদাৰ, ভাৰতীয় ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী তথা জাতীয় কংগ্ৰেছৰ সভাপতি।
- ১৯০৯দুৰ্গাবাঈ দেশমুখ, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, অধিবক্তা, সমাজকৰ্মী আৰু ৰাজনীতিবিদ।
- ১৯৩৩এম টি বাসুদেৱন নায়াৰ, ভাৰতীয় সাহিত্যিক।
- ১৯৮৬চৰদাৰা সিং, ভাৰতীয় পেছাদাৰী ফিল্ড হকী খেলুৱৈ।
মৃত্যু
- ১৯১৯হেৰমন ইমিল ফিচাৰ, নোবেল বিজয়ী জাৰ্মান ৰসায়নবিদ। হেৰমানে ১৯০২ চনত ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
- ১৯৭৭ৰাধাগোবিন্দ বৰুৱা, 'দ্য আছাম ট্ৰিবিউন' বাতৰি কাকত গোষ্ঠীৰ জন্মদাতা, 'দৈনিক অসম' আৰু সাপ্তাহিক 'অসম বাণী' প্ৰতিষ্ঠাতা, এগৰাকী ক্ৰীড়া সংগঠক।
- ২০০৪বানু জাহাংগীৰ কয়াজী, ভাৰতীয় চিকিৎসক।
- ২০১৯পূৰবী বৰমুদৈ, অসমীয়া ঔপন্যাসিক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ