অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৮ জুন

ঘটনাৱলী

  • ১৯৩৬ইণ্ডিয়ান ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি আকাশবাণী কৰা হয়।
  • ১৯৪৮ভাৰত আৰু ইংলেণ্ড যুক্তৰাষ্ট্ৰৰ মাজত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা মুকলি হয়। এয়াই আছিল ভাৰতৰ প্ৰথম আন্তৰাষ্ট্ৰীয় বিমান সেৱা। উল্লেখযোগ্য যে, আৰম্ভণিত এই বিমান কাইৰো আৰু জেনেভা হৈ সপ্তাহত এদিনৰ বাবে চলিছিল।
  • ১৯৫৭দেৱকান্ত বৰুৱাদেৱে অসম বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছিল।
  • ১৯৭৫ৰুছ মহাকাশযান ‘‘ভেনেৰা—৯’’ই শুক্ৰ গ্ৰহ অভিমুখে ঢাপলি মেলিছিল।
  • ১৯৯০দক্ষিণ আফ্ৰিকাত চাৰিবছৰ ধৰি চলা জৰুৰী অৱস্থাৰ আংশিকভাৱে প্ৰত্যাহাৰ কৰা হৈছিল।
  • ২০২৪ৰামোজী ৰাও, ভাৰতীয় ব্যৱসায়ী, চলচ্চিত্ৰ প্ৰযোজক। ৰামোজী ফিল্ম চিটিৰ প্ৰতিষ্ঠাপক।

জন্ম

মৃত্যু

  • ৬৩২মুহাম্মাদ, ইছলাম ধৰ্মৰ সৰ্ৱশেষ নবী।
  • ১৯৬৯ৰবাৰ্ট টেইলৰ, আমেৰিকান অভিনেতা।
  • ২০১০গৌৰীশংকৰ কলিতা, ছেণ্টিনেল, দি নৰ্থ-ইষ্ট টাইমছ, জনসাধাৰণ, এন ই টিভিলৈকে ছপা আৰু বৈদ্যুতিক উভয় মাধ্যমত সাংবাদিকতাৰ গুৰু দায়িত্ব পালন কৰিছিল।
  • ২০১৯কিৰণ কুমাৰ গগৈ, ভাৰতীয় ৰাজনীতিক।
  • ২০২০পদ্ম কৈৰী, ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, ৰাজনৈতিক নেতা, সমাজকৰ্মী, অভিনেতা তথা কণ্ঠশিল্পী।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ