অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৯ জুন

ঘটনাৱলী

  • ৬৮ৰোমান সম্ৰাট নিৰোৱে আত্মহত্যা কৰিছিল।
  • ১৫৩৫স্পেইনৰ সৈন্যবাহিনীয়ে লেটিন আমেৰিকাৰ দেশ পাৰাগুয়ে দখল কৰে।
  • ১৭৫৩ভাৰতৰ ত্ৰিচিন'পল্লীৰ (বৰ্তমান তিৰুচিৰাপল্লী) চেৰিংহাম যুদ্ধত (ইংৰাজী: Battle of Seringham or Srirangam.) ইংৰাজৰ হাতত ফৰাচী সকলে আত্মসমৰ্পণ কৰে।
  • ১৯৩১প্ৰথম ডোনাল্ড ডাক কাৰ্টুন প্ৰদৰ্শিত হয়।

জন্ম

  • ১৭৮১জৰ্জ ষ্টিফেনচন, ব্ৰিটিছ অভিযন্তা আৰু ৰেলৰ আবিষ্কাৰক। (মৃ.১২/০৮/১৮৪৮)
  • ১৯৪৯কিৰণ বেদী, অৱসৰপ্ৰাপ্ত ভাৰতীয় পুলিচ পৰিসেৱা কৰ্মকৰ্তা আৰু সামাজিক কৰ্মী।
  • ১৯৬৩জনি ডেপ, মাৰ্কিন অভিনতা, চলচ্চিত্ৰ প্ৰযোজক আৰু সুৰকাৰ।
  • ১৯৭৫এণ্ড্ৰিউ চাইমণ্ডছ, ইংলেণ্ডৰ বাৰ্মিংহামত জন্মগ্ৰহণকাৰী অষ্ট্ৰেলিয়াৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।
  • ১৯৭৫অমীশা পেটেল, বলিউডৰ অভিনেত্ৰী।
  • ১৯৮১অনুষ্কা শংকৰ, ভাৰতীয় চেতাৰবাদক আৰু গীতিকাৰ।
  • ১৯৮৫সোণম কাপুৰ, বলিউডৰ অভিনেত্ৰী।

মৃত্যু

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ