ইতিহাসৰ আজিৰ দিনত
৪ জুন
ঘটনাৱলী
- ১৮৪৫মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত যুদ্ধ আৰম্ভ হয়।
- ১৯৩৬অবিভক্ত ভাৰতৰ চিভিলিয়ান ৰেডিঅ'ৰ নাম পৰিৱৰ্তন কৰি অল ইণ্ডিয়া ৰেডিঅ' কৰা হৈছিল।
- ২০০৪চিৰাং জিলা আনুষ্ঠানিক ভাৱে গঠন কৰা হয়।
- ২০২৪ভাৰতৰ অষ্টাদশ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা। এই নিৰ্বাচনত NDAএ ২৯৩ খন আসন, INDIA মিত্ৰজোঁটে ২৩৪ খন আসন আৰু অন্যান্য ১৬ খন আসন লাভ কৰে।
জন্ম
- ১৮২৯এলান অক্টোভিয়ান হিউম, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা। (মৃত্যু: ৩১ জুলাই ১৯১২)
- ১৯৩৬নূতন সামৰ্থ, ভাৰতীয় অভিনেত্ৰী।
- ১৯৪৬এছ. পি. বালসুব্ৰমনিয়ম, ভাৰতীয় নেপথ্য সঙ্গীতশিল্পী,সঙ্গীত পৰিচালক আৰু অভিনেতা। (মৃত্যু: ২৫/০৯/২০২০)
- ১৯৭৫এঞ্জেলিনা জলি, মাৰ্কিন অভিনেত্ৰী, চলচ্চিত্ৰ নিৰ্মাতা আৰু মানৱহিতৈষিণী।
- ১৯৮০প্ৰশান্ত নীল, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ৷
- ১৯৮৪প্ৰিয়ামণি, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল।
- ১৯৮৮প্ৰমোদ ভগত, ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ।
- ১৯৯০জেৎচুন পেমা, ভূটানৰ ৰাণী।
মৃত্যু
- ১৯৭৮দীননাথ শৰ্মা, অসমীয়া সাহিত্য আলোচনী "আৱাহন"ৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু এগৰাকী চিকিৎসক। (জন্ম: ১২ নৱেম্বৰ ১৯১৪)
- ২০১১সুলভা দেশপাণ্ডে, ভাৰতীয় অভিনেত্ৰী আৰু নাট পৰিচালক।
- ২০২০বাসু চেটাৰ্জী, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ। (জন্ম: ১০/০১/১৯৩০)
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ