অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৫ জুন

ঘটনাৱলী

  • ১৬৬১আইজাক নিউটন কেমব্ৰিজৰ ট্ৰিনিটি কলেজত ভৰ্তি হৈছিল।
  • ১৯৪০প্ৰথম ৰবৰৰ টায়াৰ প্ৰদৰ্শিত হয়।
  • ১৯৭২চৃুইডেনৰ ৰাজধানী ষ্ট'কহোমত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিৰ (UNED) মানৱ পৰিৱেশ (Human Environment) সন্মিলন বা মানৱিক পৰিৱেশ কনফাৰেন্স (United Nations Conference on the Human Environment) আৰম্ভ (৫-১৬ জুনলৈকে) কৰে।
  • ১৯৭২ষ্ট'কহোম বৈঠকত প্ৰতিবছৰে এই দিনটোত বিশ্ব পৰিৱেশ দিবস পালন কৰা সিদ্ধান্ত লয়।

জন্ম

  • ৪৬৯খ্ৰীষ্টপূৰ্ব - ছক্ৰেটিছ, গ্ৰিক দাৰ্শনিক (মৃত্যু ৩৯৯ খ্ৰীষ্টপূৰ্ব )
  • ১৮৩৪জন বেৰী হোৱাইট, অসমত চিকিৎসা বিজ্ঞান আৰু শিল্পদ্যোগৰ প্ৰতিস্থাতা।
  • ১৮৬৫সতীশ চন্দ্ৰ মুখাৰ্জি, ভাৰতৰ জাতীয় শিক্ষা ব্যৱস্থা প্ৰতিষ্ঠা কৰা এজন বাটকটীয়া।
  • ১৯৪৪হুইটফিল্ড ডিফি, মাৰ্কিন কম্পিউটাৰ বিজ্ঞানী।
  • ১৯৭২যোগী আদিত্যনাথ, ভাৰতীয় পুৰোহিত তথা ৰাজনীতিবিদ।
  • ১৯৭৪মাৰভিন ডিলন, ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ।
  • ১৯৯০মাচেত্তিৰা ৰাজু পুভাম্মা, ভাৰতীয় দৌৰবিদ।

মৃত্যু

  • ১৯১০অ’ হেনৰি, প্ৰখ্যাত আমেৰিকান ছুটি গল্পকাৰ।
  • ২০০৪ৰোনাল্ড ৰেগান, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪০তম ৰাষ্ট্ৰপতি।
  • ২০২৩গুফি পেণ্টাল, ভাৰতীয় দূৰদৰ্শনৰ অভিনেতা, মহাভাৰতৰ শকুনি চৰিত্ৰ অভিনয় কৰা বাবে প্ৰখ্যাত।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ