ইতিহাসৰ আজিৰ দিনত
৩ জুন
ঘটনাৱলী
- ১৮৪৪অন্তিম যোৰা উ'ক চৰাই (great auk) হত্যা কৰা হৈছিল
- ১৯১৫ইংৰাজ চৰকাৰে কবিগুৰু ৰবীন্দ্ৰনাথক ‘নাইট’ উপাধি প্ৰদান কৰে।
জন্ম
- ১৭২৩জিঅ'ভান্নি এণ্ট'নিঅ' স্কোপ'লি, অষ্ট্ৰিয়াৰ চিকিৎসক আৰু প্ৰকৃতিবিদ। (মৃত্যুঃ ১৭৮৮)
- ১৯২৬এলেন গিঞ্চবাৰ্গ, আমেৰিকাৰ বিট আন্দোলনৰ কবি।
- ১৯৩০জৰ্জ ফাৰ্নাণ্ডেজ, ভাৰতীয় শ্ৰমিক সঙ্ঘৰ সদস্য, ৰাজনীতিবিদ, সাংবাদিক আৰু কৃষিবিদ।
- ১৯৪০ইন্দিৰা জয়সিংহ, ভাৰতীয় অধিবক্তা তথা মানৱ অধিকাৰ আৰু লিংগসমতা কৰ্মী।
- ১৯৬৫সোণালী বসু, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, লেখক আৰু চলচ্চিত্ৰ প্ৰযোজক।
- ১৯৮৬ৰাফেল নাডাল, স্পেইনৰ বিখ্য়াত টেনিছ খেলুৱৈ।
- ১৯৯২মাৰিঅ' গ'টজে, জাৰ্মান ফুটবলাৰ, ২০১৪ চনৰ বিশ্বকাপ ফুটবল ফাইনেলৰ একমাত্ৰ গ'ল দাতা।
- ২০০১ৰিংকু ৰাজগুৰু, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
- ১৯২৪ফ্ৰান্ৎছ কাফকা, জাৰ্মান ঔপন্যাসিক।
- ১৯৬৩নাজিম হিকমত, তুৰ্কি কবি আৰু লেখক। (জন্ম: ১৯০২)
- ১৯৭১উপেন্দ্ৰচন্দ্ৰ লেখাৰু, সাহিত্যিক, শিক্ষাবিদ, প্ৰবন্ধকাৰ আৰু অধ্যাপক আছিল।
- ১৯৯৪কিশিভাই পেটেল, ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু এগৰাকী গান্ধীবাদী।
- ২০১৬বিশ্ব বিখ্যাত বক্সিং খেলুৱৈ মহম্মদ আলী (মাৰ্কিন যুক্তৰাষ্ট্ৰ)। (জন্ম: ১৯৪২)
- ২০২১ডঃ লক্ষ্মীনন্দন বৰা, কোভিদ-১৯ত আক্ৰান্ত হৈ পৰলোক প্ৰাপ্তি, অসমীয়া সাহিত্যিক, সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ১৯৮৮ চনত 'পাতাল ভৈৰৱী' গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ আৰু ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ