ইতিহাসৰ আজিৰ দিনত
১ মে’
ঘটনাৱলী
- ১৭৫১আমেৰিকাত প্ৰথম ক্ৰিকেট খেলা অনুষ্ঠিত হয়।
- ১৯৪০দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণে ১৯৪০ গ্ৰীষ্মকালীন অলিম্পিক বন্ধ হয়।
- ১৯৪৮গণতান্ত্ৰিক কোৰিয়া প্ৰজাতন্ত্ৰ (উত্তৰ কোৰিয়া) প্ৰতিষ্ঠিত হয়।
- ১৯৬০পশ্চিম ভাৰতৰ নতুন দুখন প্ৰদেশ হিচাপে গুজৰাট আৰু মহাৰাষ্ট্ৰৰ জন্ম হয়।
জন্ম
- ১৮৮১পিয়েৰে টেইহাৰ্ড দ্য চাৰ্ডিন, ফৰাচী দাৰ্শনিক আৰু জীবাশ্মবিদ (মৃ. ১৯৫৫)
- ১৯১৩বলৰাজ চাহানী, হিন্দী চলচ্চিত্ৰৰ অভিনেতা। (মৃত্যু: ১৩ এপ্ৰিল, ১৯৭৩)
- ১৯১৯মান্না দে, ভাৰতীয় সঙ্গীতশিল্পী।
- ১৯২২আব্দুছ ছাত্তাৰ, অসমৰ কবি, জীৱনীকাৰ, প্ৰবন্ধকাৰ, সমালোচক আৰু শিক্ষাবিদ।
- ১৯২৩জোছেফ হেলাৰ, আমেৰিকান ঔপন্যাসিক (মৃ. ১৯৯৯)
- ১৯৪২ৰমেশ পাঠক, ভাৰতীয় সাহিত্যিক তথা গৱেষক।
- ১৯৫১গৰ্ডন গ্ৰীনিজ, ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ বেটচমেন।
- ১৯৬০কমলেশ মেহতা, ভাৰতীয় টেবুল টেনিছ খেলুৱৈ তথা প্ৰশিক্ষক।
- ১৯৬৮বাবুল ফুকন, অসমৰ এজন সুদক্ষ ফুটবল খেলুৱৈ আছিল। দীৰ্ঘদিন ধৰি যকৃৎ আৰু বৃক্কৰ ৰোগত আক্ৰান্ত হৈ থকাৰ পিছত ২০১৩ চনৰ ১৪ ডিচেম্বৰ তাৰিখে তেওঁ মৃত্যুবৰণ কৰে।
- ১৯৬৮অলিভাৰ বিয়েৰহফ, জাৰ্মান ফুটবল খেলুৱৈ।
- ১৯৭৩ডায়েনা হেইডেন, ভাৰতীয় অভিনেত্ৰী।
- ১৯৮৮অনুষ্কা শৰ্মা, হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী।
- ১৯৯৫ৰাধিকা মাদান, হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী।
মৃত্যু
- ১৯৪৫জোছেফ গোয়েবলচ, নাৎসি জাৰ্মান ভাষাৰ প্ৰচাৰমন্ত্ৰী (জ. ১৮৯৭)
- ১৯৯০উপেন্দ্ৰনাথ ব্ৰহ্ম, ভাৰতীয় ৰাজনৈতিক নেতা।
- ১৯৯৩পিয়েৰ বেৰেগোভোয়া, ফৰাচী প্ৰধানমন্ত্ৰী (জ. ১৯২৫)
- ২০২১বিক্ৰমজিৎ কঁৱৰপাল, ভাৰতীয় অভিনেতা।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ