অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২ মে’

জন্ম

  • ১৯২০বসন্তৰাও দেশপাণ্ডে, ভাৰতীয় গায়ক আৰু চিতাৰ বাদক।
  • ১৯২১সত্যজিৎ ৰায়, ভাৰতীয় সাহিত্যিক, সঙ্গীতজ্ঞ, চিত্ৰকৰ আৰু চলচ্চিত্ৰ পৰিচালক।
  • ১৯২৮মায়া ৰাও, ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী।
  • ১৯৫৯সৌম্যা স্বামীনাথন, ভাৰতীয় শিশুৰোগ বিশেষজ্ঞ।
  • ১৯৬৯ব্ৰায়ান লাৰা, ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ।
  • ১৯৭৫ডেভিড বেকহাম, ইংৰাজ ফুটবল খেলুৱৈ।

মৃত্যু

  • ১৫১৯লিঅ'নাৰ্ড' দা ভিন্সি, বিশ্ব বিখ্যাত চিত্ৰশিল্পী।
  • ১৯২৮হেমচন্দ্ৰ গোস্বামী, অসমীয়া সাহিত্যত প্ৰথম ছনেট প্ৰণেতা আৰু অসমীয়া সাহিত্যৰ গুৰি বঠা ধৰা সকলৰ ভিতৰত অন্যতম। ইটালিয়ান গীতিকবি পেট্ৰাৰ্কৰ আৰ্হিত প্ৰথম ছনেট লিখি সুখ্যাতি অৰ্জন কৰা বিশিষ্ট কবি গৰাকীয়ে হ’ল হেমচন্দ্ৰ গোস্বামী। অসমীয়া সাহিত্যত এক বিশিষ্ট স্থান লাভ কৰা অভিনৱ সেই ছনেটটোৰ নাম হৈছে প্ৰিয়তমাৰ চিঠি। তেখেতৰ জন্ম হৈছিল ১৮৭২ চনৰ ৮ জানুৱাৰী তাৰিখে।
  • ১৯৭৫পদ্মজা নাইডু, ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ।
  • ২০০৫জেহিৰুল হুছেইন, অসমীয়া সাহিত্যিক।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ