ইতিহাসৰ আজিৰ দিনত
৩০ এপ্ৰিল
জন্ম
- ১৭৭৭কাৰ্ল ফ্ৰিডৰিখ গাউছ, জাৰ্মান গণিতজ্ঞ আৰু পদাৰ্থ-বিজ্ঞানী।
- ১৮৭০দাদাচাহেব ফাল্কে, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
- ১৯১৬ক্লড শ্বেনন, আমেৰিকান গণিতজ্ঞ।
- ১৯২৭ফাটিমা বিবি, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ন্যায়াধীশ।
- ১৯৩৭দিলীপ কুমাৰ দত্ত, অসমীয়া গণিতজ্ঞ, শিক্ষাবিদ আৰু লেখক।
- ১৯৪৪সোণাল মানসিং, ভাৰতীয় শাস্ত্ৰীয় নৃত্য শিল্পী।
- ১৯৪৯এণ্টনিও গুটেৰেছ, পৰ্তুগীজ কূটনীতিবিদ আৰু ৰাজনীতিজ্ঞ।
- ১৯৭৭লাচিত গগৈ, ভাষাবিদ, সাহিত্যিক, কবি সমালোচক।
- ১৯৮৭ক্ৰিচ মৰিচ, দক্ষিণ আফ্ৰিকাৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।
- ১৯৮৭ৰোহিত শৰ্মা, ভাৰতীয় ক্ৰিকেটাৰ।
মৃত্যু
- ১৯৪২শৰৎ চন্দ্ৰ ৰায়, ভাৰতীয় পণ্ডিত।
- ১৯৪৫এডল্ফ হিটলাৰ, জাৰ্মানীৰ ৰাজনীতিবিদ তথা নাজী দলৰ নেতা।
- ২০২০ঋষি কাপুৰ, ভাৰতীয় অভিনেতা।
- ২০২০চুনী গোস্বামী, ভাৰতীয় ফুটবল খেলুৱৈ। (জন্ম: ১৫ জানুৱাৰী, ১৯৩৮)
- ২০২১ৰোহিত চাৰ্দানা, ভাৰতীয় বাতৰি সূত্ৰধাৰ, বাতৰি পৰিবেশক, সাংবাদিক তথা সম্পাদক। (জন্ম: ২২ ছেপ্টেম্বৰ, ১৯৭৯)
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ