ইতিহাসৰ আজিৰ দিনত
১৭ অক্টোবৰ
ঘটনাৱলী
- ১৮৩১ইংৰাজ বিজ্ঞানী মাইকেল ফেৰাডেই ডাইনামো আৱিষ্কাৰ কৰে।
- ১৯১৯ভাৰতত খিলাফৎ দিৱস উদযাপন কৰা হয়।
- ১৯২০ভাৰতবৰ্ষত কমিউনিষ্ট পাৰ্টী প্ৰতিষ্ঠা কৰা হয়।
- ১৯৩৭মুছলিম লীগৰ পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
- ১৯৪০মহাত্মা গান্ধীৰ নেতৃত্বত সত্যাগ্ৰহ আৰম্ভ হয়।
- ১৯৭৯মাদাৰ টেৰেছালৈ শান্তিৰ নোবেল পুৰস্কাৰ আগবঢ়োৱা হয়।
- ২০০১দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেট অধিনায়ক হান্সি ক্ৰ'নিয়েৰ খেলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হয়।
- ২০০৩শ্ৰীহৰিকোটাৰ পৰা PSLV-5 ৰ উৎক্ষেপণ কৰা হয়।
জন্ম
- ১৮১৭ছাৰ চৈয়দ আহমেদ খাঁৰ জন্ম হয়। তেওঁ আলিগড়ত মহমেদান এংলো অৰিয়েণ্টেল কলেজ স্থাপন কৰে। এইখন কলেজেই পৰৱৰ্তী কালত আলিগড় মুছলিম বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয়।
- ১৯০০ৰাধাগোবিন্দ বৰুৱা, অসমীয়া সিংহ পুৰুষ।
- ১৯৪১সৰিতা যোশী, ভাৰতীয় চলচ্চিত্ৰ, মঞ্চ আৰু টিভি অভিনেত্ৰী।
- ১৯৪৭বৃন্দা কাৰাট, ভাৰতীয় মাৰ্ক্সবাদী ৰাজনীতিবিদ।
- ১৯৫২জাহ্নু বৰুৱা, অসমীয়া চলচ্চিত্ৰ পৰিচালক।
- ১৯৭০অনিল কুম্বলে, ভাৰতীয় ক্ৰিকেটাৰ।
- ১৯৭৩ভগৱন্ত সিং মান, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৯২কীৰ্তি সুৰেশ, ভাৰতীয় অভিনেত্ৰী।
- ২০০১মনীষ নাৰৱাল, - ভাৰতীয় পেৰা পিষ্টল শ্বুটাৰ।
মৃত্যু
- ১৮৯০লালন, বাংলাদেশৰ দাৰ্শনিক, লেখক।
- ১৯০৬স্বামী ৰামতীৰ্থ, ভাৰতীয় আধ্যাত্মিক গুৰু।
- ১৯৮৯যুগল দাস, অসমীয়া শিল্পী।
- ২০১৯হেলা দাস, অসমৰ ভাস্কৰ্য-শিল্পী।
- ২০২২মাছুম আজিজ, বাংলাদেশৰ মঞ্চ, চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেতা।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ